• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

2 years ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

7 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

7 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

8 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

9 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

10 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

10 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

11 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

12 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

13 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

14 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

editor by editor
April 28, 2024
in বিবিধ, ভাৰত
0
দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত বিভিন্ন গছক দেৱতাজ্ঞান কৰি পূজা কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অত্যন্ত মাহাত্ম্যপূৰ্ণ এবিধ গছ হৈছে তুলসী গছ। তুলসী গছত স্বয়ং লক্ষ্মীয়ে বাস কৰে। শাস্ত্ৰ অনুসৰি তুলসীক নাৰায়ণৰ পত্নী বুলি জ্ঞান কৰা হয়। সেয়ে হিন্দু গৃহত প্ৰায়েই তুলসী গছ ৰোৱা হয়। নিয়মিত তুলসী গছত পানী দিলে লক্ষ্মী প্ৰসন্ন হয় বুলি শাস্ত্ৰত উল্লেখ আছে। তুলসী গছৰ পূজা কৰিলে লক্ষ্মীৰ ওপৰিও নাৰায়ণ তুষ্ট হয়।

তুলসীত দৈনিক পানী দিয়াটো কিন্তু অশুভ। বিশেষকৈ দেওবাৰে ভুলতো তুলসী গছত পানী দিয়া উচিত নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি দেওবাৰে তুলসী গছত পানী দিলে লক্ষ্মী ৰুষ্ট হয়। সেয়ে সংসাৰৰ পৰা বিদায় লয় লক্ষ্মীয়ে। দেওবাৰৰ ওপৰিও একাদশীত তুলসী গছত পানী দিয়াটো অনুচিত। কিন্তু দেওবাৰে আৰু একাদশীত কিয় তুলসী গছত পানী দিব নালাগে?

প্ৰতি পুৱাই তুলসী গছত পানী দিব লাগে বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু দেওবাৰ আৰু একাদশীত ভুলতো তুলসী গছত পানী নিদিব। কাৰণ শাস্ত্ৰ অনুসৰি প্ৰতি দেওবাৰে তুলসী দেৱীয়ে স্বামীৰ বাবে উপবাসে থাকে। এই দিনটোত তুলসী গছৰ পানী দিলে লক্ষ্মীৰ উপবাস ভংগ হয়। তুলসী দেৱীৰ ব্ৰত ভংগ হ’লে ৰুষ্ট হয় লক্ষ্মী। দেওবাৰে তুলসী গছত পানী দিলে লক্ষ্মী দেবীৰ ৰোষত ঘৰত নিগেটিভ এনাৰ্জি আহে।

একাদশীত কিয় তুলসী গছত পানী দিব নালাগে?
দেওবাৰৰ ওপৰিও একাদশী তিথিত তুলসী গছত পানী দিব নালাগে। একাদশীত তুলসী গছৰ পাতো চিঙিব নালাগে। কাৰণ ধৰ্মীয় বিশ্বাস অনুসৰি একাদশীত তুলসী দেবীয়ে নাৰায়ণৰ বাবে উপবাসে থাকে। এই দিনটোত তুলসী গছত পানী দিলে উপবাস ভংগ হয়। সেয়ে একাদশীত তুলসী গছত পানী ভুলতো নিদিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.