• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

5 months ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

11 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

12 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

12 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

13 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

13 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

14 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

15 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

16 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

16 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

17 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

17 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

editor by editor
March 12, 2026
in বিবিধ, ভাৰত, লেখা
0
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ এল পি জি সংকটক লৈ লোকসভাত বক্তব্য ৰাখিছে কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে৷ ভাৰতে ৪০খন দেশৰ পৰা অপৰিশোধিত তেল আমদানি কৰে৷ গেছ চিলিণ্ডাৰক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই৷

আতঙ্কিত নহ’ব

কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে লোকসভাত দেশবাসীক আশ্বস্ত কৰি কৈছে, গেছ আৰু ইন্ধন সৰবৰাহক লৈ আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই৷ তেওঁ স্পষ্টকৈ কৈছে, দেশত পেট্ৰল আৰু ডিজেলৰ সৰবৰাহক লৈ আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই৷ দেশত পেট্ৰল, ডিজেল আৰু CNG সৰবৰাহ ১০০শতাংশ স্থিতিশীল হৈ আছে৷ বিশ্বব্যাপী অনিশ্চয়তা সত্ত্বেও ভাৰতত পৰ্যাপ্ত মজুত আছে৷ মন্ত্ৰীয়ে জনসাধাৰণক গুজব উপেক্ষা কৰাৰ আৰু আতংকিত নহ’বৰ বাবে আবেদন জনাইছে৷ চৰকাৰে পৰিস্থিতিৰ ওপৰত ক্ৰমাগত নজৰ ৰাখিছে আৰু নিৰবচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰিছে৷

২৮ শতাংশ বৃদ্ধি পাইছে

কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ইন্ধন সৰবৰাহৰ ক্ষেত্ৰত দেশক উল্লেখযোগ্য স্বস্তি দিছে৷ তেওঁ স্পষ্ট কৰি দিছে যে গাৰ্হস্থ্য এল পি জি উৎপাদন উল্লেখযোগ্যভাৱে ২৮ শতাংশ বৃদ্ধি পাইছে আৰু প্ৰতিদিনে ভাৰতত প্ৰচুৰ পৰিমাণে LNG কাৰ্গো আহিছে৷ পুৰীয়ে বাখ্যা কৰিছে যে ভাৰতে এতিয়া উপসাগৰীয় দেশসমূহৰ পৰা কানাডা, মাৰ্কিন যুক্তৰাষ্ট্ৰ, নৰৱে আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশসমূহৰ মাজেৰে নিৰাপদ সৰবৰাহ নিশ্চিত কৰিছে৷ ক’লাবজাৰ ৰোধৰ বাবে বাণিজ্যিক এল পি জি নিয়ন্ত্ৰণ কৰা হৈছে৷ ৰিটেইল চেনেলৰ মাধ্যমেৰেও কেৰোচিন পোৱা যায়৷ এই চৰকাৰী পদক্ষেপসমূহে স্পষ্টভাৱে প্ৰমাণ কৰে যে দেশৰ গেছ উৎপাদন পৰ্যাপ্ত আৰু বিতৰণ ব্যৱস্থা শক্তিশালী কৰা হৈছে৷

৪০ খন দেশৰ পৰা আহে ইন্ধন

লোকসভাত দেশৰ ইন্ধন নিৰাপত্তা সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখি কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কৈছে, চৰকাৰে ২৭খন দেশৰ পৰা ৪০খন দেশলৈ তেল আমদানিৰ উৎস সম্প্ৰসাৰণৰ বাবে কৌশলগত পদক্ষেপ লৈছে৷ যাৰ ফলত পেট্ৰল, ডিজেল, কেৰছিন আৰু এটিএফৰ নিৰবচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰা সম্ভৱ হৈছে৷ পুৰীয়ে কৈছে, ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে প্ৰণালী বন্ধ হোৱাৰ দৰে চেলেঞ্জিং পৰিস্থিতিৰ মুখামুখি হৈছে৷ য’ত ভাৰতে সফল মোকাবিলা কৰি আহিছে৷ ইন্ধন সংকটৰ কাৰণে প্ৰতিবেশী দেশসমূহত স্কুল বন্ধ কৰি লগা হোৱাৰ বাবে ভাৰতে অগ্ৰাধিকাৰ ভিত্তিত প্ৰাকৃতিক গেছ সৰবৰাহ কাৰ্যকৰভাৱে পৰিচালনা কৰিছে৷ চৰকাৰৰ এই দূৰদৰ্শী সিদ্ধান্তসমূহে বিশ্বব্যাপী সংকটৰ মাজত ভাৰতীয় অৰ্থনীতি আৰু সাধাৰণ জনগণক উল্লেখযোগ্য স্বস্তি দিছে৷

হৰমুজেৰে ২০ শতাংশ চলাচলহে ক্ষতিগ্ৰস্থ হৈছে

পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে তেওঁৰ বিবৃত্তিত কৈছে, ‘হৰমুজেৰে ২০ শতাংশ চলাচল ক্ষতিগ্ৰস্ত হৈছে৷ ৪০ শতাংশ অপৰিশোধিত তেল অন্যান্য দেশৰ পৰা আহিছে৷ এই সময়ত আমাৰ হাতত পৰ্যাপ্ত অপৰিশোধিত তেল আছে৷ ভাৰতৰ অপৰিশোধিত তেলৰ সৰবৰাহ সম্পূৰ্ণ নিৰাপদ আৰু ভাৰতত পেট্ৰল ডিজেলৰ কোনো সমস্যা নাই৷ দেশত এতিয়াও পৰ্যাপ্ত গেছ আছে৷’ গেছৰ ঘাটিক লৈ গুজবৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে চি এন জি সৰবৰাহ ১০০ শতাংশই অব্যাহত আছে৷ প্ৰতিদিনে এল এন জি কাৰ্গো ভাৰতলৈ আহি আছে৷ গেছ চিলিণ্ডাৰক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.