• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য…

হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য…

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

5 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

7 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

8 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

8 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

9 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

9 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

10 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

10 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

12 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

12 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য…

editor by editor
March 18, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য…
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্বাস-প্ৰশ্বাসত কষ্ট, কাঁহ, বুকুৰ ঘেৰঘেৰণি এইসমূহ হাপানিৰেই লক্ষণ। হাওঁফাওঁত অক্সিজেন লোৱাৰ বাবে সৰু সৰু টিউবৰ দৰে অজস্ৰ নলি থাকে। এলাৰ্জি আৰু অন্যান্য কাৰণত সুক্ষ্ম শ্বাসনলীসমূহৰ মাংসপেশী সংকুচিত হৈ আহে। সংকুচিত হৈ আহিলে অক্সিজেন লোৱাত অসুবিধা হয়। যাৰফলত শৰীৰে প্ৰয়োজনীয় অক্সিজেন নাপায়। শৰীৰত অক্সিজেনৰ পৰিমান কমি গ’লেই শৰীৰত বহুকেইটা সমস্যাই দেখা দিয়ে। বতৰ সলনিৰ সময়ছোৱাত হাঁপানিৰ সমস্যাও বাঢ়ি যায়। হাঁপানিৰ প্ৰধান উপায় হিচাপে চিকিৎসকে ইনহেলাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু শিশুৰ ক্ষেত্ৰত ইনহেলাৰ দিয়াটো বহুতৰে চিন্তাৰ কাৰণ হৈ পৰে। ইনহেলাৰ ব্যৱহাৰৰ সময়ত কিছু নিয়ম মানি নচলিলে বহুকেইটা সমস্যাই দেখা দিব পাৰে।

কেনেকৈ ইনহেলাৰ ব্যৱহাৰ কৰিব?
প্ৰথমবাৰ ইনহেলাৰ ব্যৱহাৰ কৰিলে তাত কোনো মলি জমা হৈ আছে নেকি চাবলৈ নাপাহৰিব। ইনহেলাৰ ব্যৱহাৰৰ পূৰ্বে পৰিষ্কাৰ কৰি নললে হাপানী বাঢ়ি যোৱাৰহে সম্ভাৱনা থাকে।

ইনহেলাৰ ব্যৱহাৰ কৰাৰ পূৰ্বে ভালধৰণে জোকাৰি ল’ব লাগে। জোকাৰি নল’লে ইনহেলাৰেও কাম নকৰে।

ইনহেলাৰ ব্যৱহাৰৰ পূৰ্বে গভীৰ শ্বাস ল’ব লাগে। গভীৰ শ্বাস নোলোৱাকৈ ইনহেলাৰ ব্যৱহাৰ কৰিলে সমস্যা হ’ব পাৰে। ইনহেলাৰ লোৱাৰ প্ৰক্ৰিয়া ভুল হ’লেও ৰোগীজনে উশাহ লোৱাত অসুবিধা পাব পাৰে। ইনহেলাৰ লওতে কেইবাৰ উশাহ টানিব সেয়াও চিকিৎসকৰ পৰা জানি লোৱাটো অতিকৈ প্ৰয়োজন।

ষ্টেৰয়েড ইনহেলাৰ ব্যৱহাৰ কৰাৰ অন্তত পৰিস্কাৰ পানীৰে মুখ কুলকুলি কৰিবলৈ নাপাহৰিব। অনথ্যা মুখত ঘা লাগিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
নিশ্চিন্ত থাকক! মেট্ৰিকৰ প্ৰশ্নকাকতক লৈ লৰা-ধেমালি চলিলেও ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই

নিশ্চিন্ত থাকক! মেট্ৰিকৰ প্ৰশ্নকাকতক লৈ লৰা-ধেমালি চলিলেও ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই

‘নাটু নাটু’ৰ ছন্দত দুভৰি মিলালে বিৰাটে! ভাইৰেল ভিডিঅ’ দেখিয়েই বিৰাট প্ৰেমীয়ে কৈছে বলীউডত আপোনালৈ দুৱাৰ খোলা আছে…

‘নাটু নাটু’ৰ ছন্দত দুভৰি মিলালে বিৰাটে! ভাইৰেল ভিডিঅ’ দেখিয়েই বিৰাট প্ৰেমীয়ে কৈছে বলীউডত আপোনালৈ দুৱাৰ খোলা আছে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.