• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সতৰ্ক! ৫ খন ৰাজ্যত ধুমুহা, ১২ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ, অসমৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি

সতৰ্ক! ৫ খন ৰাজ্যত ধুমুহা, ১২ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ, অসমৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

2 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

5 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

14 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

16 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সতৰ্ক! ৫ খন ৰাজ্যত ধুমুহা, ১২ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ, অসমৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি

editor by editor
October 7, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সতৰ্ক! ৫ খন ৰাজ্যত ধুমুহা, ১২ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ, অসমৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি
0
SHARES
404
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সতৰ্ক! ৫ খন ৰাজ্যত ধুমুহা, ১২ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ, অসমৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি

বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ সতৰ্কতা জাৰি। ঘূৰ্ণীবতাহৰ সম্ভাৱনা লগতে ধাৰাসাৰ বতাহ-বৰষুণো অহাৰ সম্ভাৱনা ব্যক্ত বতৰ -বিজ্ঞান কেন্দ্ৰৰ। আজিৰ দিনটোত উত্তৰ-পূৱ ভাৰতৰ লগতে দক্ষিণ ভাৰতত ইয়েল্ল’ এলাৰ্ট জাৰি ।

আগন্তুক ২৪ ঘন্টাত তামিলনাডু আৰু কেৰালাত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। কৰ্ণাটক, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সাগৰত নিম্ন চাপৰ ঘূৰ্ণীবতাহৰ পৰিবহন গঠনৰ বাবে উত্তৰ-পূবৰ ৰাজ্য আৰু দক্ষিণৰ ৰাজ্যসমূহত এই সপ্তাহজুৰি বৰষুণ অব্যাহত থাকিব।

আজি আৰু আগন্তুক ২ দিনত কেৰালা, কৰ্ণাটক, তামিলনাডু, গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, হিমাচল প্ৰদেশ, জম্মুত পাতল বৰষুণ আৰু কাশ্মীৰ, উত্তৰাখণ্ডত মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। লগতে একাংশ ৰাজ্যত ধুমুহাৰ সতৰ্কতাও থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamHeavy Rainnorth-eastrainweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
Next Post
জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো

জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো

স্বাতী নক্ষত্ৰত বুধ ট্ৰেনজিটে ৫টা ৰাশিক হঠাৎ চহকী কৰি তুলিব, ৰাহু হ’ব দয়ালু!

স্বাতী নক্ষত্ৰত বুধ ট্ৰেনজিটে ৫টা ৰাশিক হঠাৎ চহকী কৰি তুলিব, ৰাহু হ'ব দয়ালু!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.