• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ ৰবি যোগত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ কৰিব কোনে কোনে?

কাইলৈৰ ৰাশিফলঃ ৰবি যোগত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ কৰিব কোনে কোনে?

2 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

17 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

17 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

18 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

19 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

19 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

20 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

20 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

21 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

21 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

22 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

23 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰবি যোগত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ কৰিব কোনে কোনে?

কাইলৈৰ ৰাশিফলঃ ৰবি যোগত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ কৰিব কোনে কোনে?

editor by editor
January 20, 2026
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ ৰবি যোগত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ কৰিব কোনে কোনে?
0
SHARES
903
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২১ জানুৱাৰী ২০২৬ বুধবাৰে চন্দ্ৰই মকৰ ৰাশি এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘী শুক্লা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ব্যাতিপত যোগ আৰু বৰিয়ান যোগৰ প্রভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব ধনিষ্ঠা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ২১ জানুৱাৰী ব্যতিপত যোগৰ প্ৰভাৱত গণপতিৰ আশীৰ্বাদত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ নিজৰ পেছাগত জীৱনত কাইলৈ উন্নতি কৰিব পাৰিব আৰু নিজৰ আৰ্থিক অৱস্থা মজবুত কৰিব পাৰিব৷ কাইলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ ব্যৱসায়ৰ পৰা মোটা মুনাফা অৰ্জন কৰিব মিথুন ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত কাইলৈ সকলো কাম আপোনাৰ পছন্দ অনুসৰি হব৷ অফিচত কামৰ পৰিবেশ আপোনাৰ বাবে অনুকূল থাকিব৷ কাইলৈ কামত আৰু বেছি মনোযোগ দিব পাৰে৷ কাইলৈ গণেশৰ কৃপাত সুখ সৌভাগ্য উপচি পৰিব কৰ্কট ৰাশিৰ জীৱনত৷ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল পাব৷ কাইলৈ আপোনাৰ দাম্পত্য জীৱনত সুখ থাকিব৷

তুলা ৰাশি

কাইলৈ বুধবাৰে নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ এই ব্যৱসায় আপোনাৰ ভৱিষ্যতক সুৰক্ষিত কৰিব৷ কাইলৈ সন্ধিয়া পৰিয়ালৰ সকলোৰে সৈতে মিলি আপোনাক চাৰপ্ৰাইজ পাৰ্টিও দিব পাৰে৷ কাইলৈ বহুদিন পাছত পুৰণি বন্ধুৰ সৈতে দেখা হব পাৰে৷ ইয়াৰ ফলত মনত ভৰপুৰ আনন্দ থাকিব তুলা ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷

বৃশ্চিক ৰাশি

কাইলৈ ৰবি যোগৰ শুভ প্ৰভাৱত ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ উন্নত হব৷ কাইলৈ পাবলগীয়া ধন উভতাই পাব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সকলো মিলি সংসাৰত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ কাইলৈ সকলো সমস্যা দূৰ হৈ সংসাৰত সুখ আৰু শান্তিৰ পৰিবেশ উভতি আহিব৷ কাইলৈ বুধবাৰে সম্পত্তি কিনাৰ সুযোগ পাব বৃশ্চিক ৰাশিৰ জাতকে৷

মীন ৰাশি

কাইলৈ দিনটো লাভজনক হব মীন ৰাশিৰ জাতকৰ বাবে৷ সকলোৰে সৈতে আনন্দ কৰি কাইলৈ দিনটো কটাব৷ ব্যৱসায়ৰ দিশৰ পৰা কাইলৈ বুধবাৰ আপোনাৰ বাবে শুভ হব৷ বৰিয়ান যোগৰ শুভ প্ৰভাৱত কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ থাকিব৷ বছ আৰু সহকৰ্মীসকলৰ পৰা সহায় পাব মীন ৰাশিৰ জাতকে৷ সিদ্ধিদাতাৰ কৃপাত নতুন কামৰ প্ৰস্তাৱ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.