• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

চলিত সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

1 year ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

1 hour ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

2 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

3 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

5 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

6 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

7 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

8 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

8 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

9 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

10 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলিত সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

চলিত সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

editor by editor
January 27, 2025
in জীৱনশৈলী, বিবিধ
0
চলিত সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা নতুন সপ্তাহত মকৰ ৰাশিত ত্ৰিগ্ৰহী যোগ গঠিত হৈছে৷ নতুন সপ্তাহত মকৰ ৰাশিত মিলিত হৈছে সূৰ্য, চন্দ্ৰ আৰু বুধ৷ ইয়াৰ ফলত বুধাদিত্য যোগৰ ওপৰিও মকৰ ৰাশিত আছে ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ৷ কৰ্কট ৰাশিত গোচৰ কৰিব মঙ্গলে৷ এই শুভ যোগৰ প্ৰভাৱত ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক চলিত সপ্তাহত সকলোতকৈ সৌভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত উপাৰ্জন হ’ব পাৰে৷ এই সময়ত আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ সপ্তাহৰ আৰম্ভণিতে কৰোবালৈ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ’ব৷ অফিচত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷

মিথুন ৰাশি

২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সকলো কামতে সৌভাগ্য লাভ কৰিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি বিনিয়োগৰ পৰা মোটা টকা লাভ কৰিব পাৰে৷ নতুন বিনিয়োগৰ বাবে এই সময় শুভ৷ শুভাকাংক্ষীৰ পৰামৰ্শ লৈ বিনিয়োগ কৰক৷ কাৰোৰে সৈতে ৰূঢ় ব্যৱহাৰ নকৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷

কন্যা ৰাশি

জানুৱাৰীৰ শেষ আৰু ফেব্ৰুৱাৰীৰ আৰম্ভণিতে এই সপ্তাহত ভাগ্যক কাষত পাব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মাজত প্ৰচুৰ এনাৰ্জি আৰু আত্মবিশ্বাস থাকিব৷ সকলো কাম সময়মতে সম্পন্ন কৰিব পাৰিব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে বৃহৎ পদ আৰু প্ৰতিষ্ঠা পাব পাৰে৷ সন্তানৰ বিষয়ে কোনো ভাল খবৰ পাব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷

ধনু ৰাশি

নতুন সপ্তাহত সৌভাগ্য আৰু সুখ আহিব ধনু ৰাশিৰ জাতকলৈ৷ এই সময়ত আপুনি সকলো কামতে সৌভাগ্যক কাষত পাব৷ সপ্তাহৰ আৰম্ভণিতেই কোনো সুখবৰ পাব পাৰে৷ জ্ঞান আৰু বুদ্ধি কামত লগাই বৃহৎ সাফল্য পাব পাৰে সিংহ ৰাশিৰ জাতকে৷ দীৰ্ঘদিনৰ কোনো সমস্যাৰ পৰা এই সময়ত মুক্তি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ পাব৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহ অত্যন্ত লাভজনক হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰ আৰু পঢ়াশুনা সংক্ৰান্তিয় কোনো ভাল খবৰ আপুনি পাব পাৰে৷ যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোক ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সপ্তাহৰ আৰম্ভণিতে ধৰ্মীয় কামত অংশ লোৱাৰ সুযোগ পাব৷ অফিচত ছিনিয়ৰে কামৰ প্ৰশংসা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
Next Post
দৈনিক ৰাশিফল- আজি কৃষ্ণা চতুৰ্দশীত সিদ্ধিযোগ, বজৰংবলীৰ কৃপাত কাৰ কাৰ সিদ্ধিলাভ ?

দৈনিক ৰাশিফল- আজি কৃষ্ণা চতুৰ্দশীত সিদ্ধিযোগ, বজৰংবলীৰ কৃপাত কাৰ কাৰ সিদ্ধিলাভ ?

সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান

সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.