• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

1 week ago
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

45 mins ago
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

2 hours ago
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

3 hours ago
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

4 hours ago
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

4 hours ago
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

6 hours ago
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

7 hours ago
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

8 hours ago
পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

1 day ago
অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

1 day ago
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

1 day ago
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

1 day ago
  • About
  • Advertise
  • Careers
Saturday, May 21, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

editor by editor
May 11, 2022
in বিবিধ
0
তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰান্ধি থাকোতে চিলিণ্ডাৰৰ গেছ শেষ হ’লে কেনে দুৰ্ভোগ ভুগিবলগীয়া হয় সেয়া সকলো গৃহিনীয়েই ভালকৈ জানে৷ ছিগংল চিলিণ্ডাৰ থকাসকৰলৰ এই দুৰ্ভোগে যে কুলাই পাচিয়ে নধৰা হয় সেয়া বহলাই কোৱাৰো প্ৰয়োজন নাই৷

আনহাতে, ভাৰাঘৰত থকা যুৱক-যুৱতী, কৰ্মৰত ছিংগল লোকসকলৰো এই অভিজ্ঞতা আছে৷ তেনে আহুলকলীয়া পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ আজি আমি এটা ঘৰুৱা আৰু কাৰ্যকৰী উপায়ৰ বিষয়ে ক’ব খুজিছো৷

ইয়াৰ বাবে আপুনি বিশেষ কষ্ট কৰাৰ বা কোনো যন্ত্ৰৰ দ্বাৰা পৰিমাপ কৰাৰ প্ৰয়োজন নাই৷ ইয়াৰ বাবে আপোনাক এখন সাধাৰণ পুৰণি কাপোৰ হ’লেই হ’ব৷

 

লগতে পঢ়ক পুৰুষৰ শীঘ্ৰ পতন কেনেৰৈ ৰোধ কৰিব? গৱেষণাই কি কয় চাওক…

আপুনি প্ৰথমে কাপোৰখন লৈ পানীত বুৰাই ল’ব৷ পানীত বুৰাই সম্পূৰ্ণ কাপোৰখন তিয়াই লওক৷

ইয়াৰ পিছতে এই তিতা কাপোৰখন সমগ্ৰ চিলিণ্ডাৰটোক মেৰিয়াই দিয়ক৷ চিলিণ্ডাৰত মেৰিয়াই চিলিণ্ডাৰটো তিতিবলৈ দিয়ক৷ চিলিণ্ডাৰটো তিতাৰ পিছতে আপুনি কাপোৰখন এৰোৱাই দিয়ক৷

ইয়াৰ পিছত অকণ সময় ৰওক৷ এইবাৰ চিলিণ্ডাৰটো চাওক৷ দেখিব যে আপোনাৰ চিলিণ্ডাৰটো একাংশ শুকান আৰু একাংশ তিতি আছে৷

 

লগতে পঢ়ক আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

ইয়াৰ পৰাই আপুনি বুজিব যে চিলিণ্ডাৰটোৰ শুকান হৈ থকা অংশটোত গেছ নাই আৰু তিতি থকা অংশটোত গেছ আছে৷ এনেদৰে আপুনি চিলিণ্ডাৰটো পৰীক্ষা কৰি কিমান গেছ আছে সেয়া জানিব পাৰিব৷

এতিয়া কথা হ’ল কিয় এনেকুৱা হয়? আচলতে চিলিণ্ডাৰটোৰ যি অংশ খালী হৈ থাকে সেই অংশ লিকুইড গেছ থকা অংশটোতকৈ তুলনামূলকভাৱে গৰম হৈ থাকে৷ সেয়ে উক্ত অংশটো সোনকালে শুকাই যায়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ
বিশ্ব

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

May 21, 2022
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?
বিবিধ

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

May 21, 2022
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?
ভাৰত

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

May 21, 2022
পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব
বিবিধ

পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

May 20, 2022
Next Post
বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.