• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

4 years ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

15 minutes ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

5 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

7 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

editor by editor
May 11, 2022
in অসম, উত্তৰ-পূব, ভাৰত
0
নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত নাৰীৰ সুৰাপানৰ হাৰ ক্ৰমশঃ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আধনুকি শিক্ষাৰ প্ৰসাৰ আৰু লৈংগিক সমতাৰ আন্দোলনে দেশত মৃদুভাৱে প্ৰৱাহিত হোৱাৰ ফলতে দেশত নাৰীৰ সুৰাপান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ লৈংগিক সমতাৰ লগতে নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বীতাও নাৰীৰ সুৰাপান বৃদ্ধিৰ এক কাৰক বুলি অভিহিত কৰিব পাৰি৷

শেহতীয়াকৈ ২০১৯-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল জৰীপ-৫ (National Health and Family Survey-5)এ দেশৰ সুৰাপান সম্পৰ্কীয় কেতবোৰ আকৰ্ষণীয় তথ্য পোহৰলৈ আনিছে৷

সমীক্ষাত প্ৰকাশ পোৱা তথ্যৰ মতে দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই সুৰাপান কৰা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ৷ এই ক্ষেত্ৰত ছিকিমে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অসম আছে তৃতীয় স্থানত৷

লগতে পঢ়ক আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

অৰুণাচল প্ৰদেশত ১৮ শতাংশ মহিলাৰ বিপৰীতে ছিকিমত ১৪.৮ শতাংশ মহিলাই সুৰাপান কৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে৷ আনহাতে, অসমৰ ৫.৫ শতাংশ মহিলাই সুৰাপান কৰি এই তালিকাৰ তৃতীয় স্থানত আছে৷

আনহাতে, ৫৯ শতাংশ পুৰুষৰ সুৰাপানেৰে গোৱাই প্ৰথম স্থানত থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশে ৫৭ শতাংশৰেৰে দ্বিতীয় স্থানত আছে৷ অৱশ্যে পুৰুষৰ সুৰাপানৰ তালিকাত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰা নাই৷

ইফালে সৰ্বভাৰতীয় পৰ্যায়ত ১৭ শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে আৰু ৩৭ শতাংশই সপ্তাহত এবাৰ সুৰাপান কৰে বুলি প্ৰকাশ পাইছে৷ ইয়াৰ বিপৰীতে ১৫ শতাংশ পুৰুষে প্ৰতিদিনে সুৰাপান কৰে আৰু ৪৩ শতাংশই সপ্তাহত সুৰা সেৱন  কৰে৷

লগতে পঢ়ক ৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

এই সমীক্ষাৰ তথ্যৰ মতে ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰত কেৱল ১ শতাংশ মহিলাই সুৰাপান কৰাৰ বিপৰীতে ২২ শতাংশ পুৰুষে সুৰা সেৱন কৰে৷

অৱশ্যে, সমীক্ষাটোৱে দেখুওৱাইছে যে দেশত পুৰুষে সুৰাপান কৰাৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে৷ ২০১৫-১৬ বৰ্ষৰ সমীক্ষাৰ তুলনাত ২০১৯-২১ বৰ্ষৰ সমীক্ষাত পুৰুষৰ সুৰাপানৰ হাৰ ২৯ শতাংশৰ পৰা ২২ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু বিশেষজ্ঞৰ মতে লকডাউনৰ সময়ত মদৰ দোকান বন্ধ থকাৰ কাৰণেহে হ্ৰাস পাইছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.