• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰা অম্বুবাচী পূজা, ষাঁঠৰ উপলক্ষ্যে কি কি নিয়ম মানি চলিব?

আজিৰ পৰা অম্বুবাচী পূজা, ষাঁঠৰ উপলক্ষ্যে কি কি নিয়ম মানি চলিব?

4 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

57 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰ পৰা অম্বুবাচী পূজা, ষাঁঠৰ উপলক্ষ্যে কি কি নিয়ম মানি চলিব?

editor by editor
June 22, 2022
in অসম
0
আজিৰ পৰা অম্বুবাচী পূজা, ষাঁঠৰ উপলক্ষ্যে কি কি নিয়ম মানি চলিব?
0
SHARES
782
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত ষাঁঠ তথা অম্বুবাচী পূজাৰ বিশেষ গুৰুত্ব আছে৷ আনহাতে অসমৰ কৃষিজীৱী মানুহেও ষাঁঠ অৰ্থাৎ সাত বিশেষভাৱে পালন কৰে৷ সাত লগা কেইদিন অসমৰ কৃষিজীৱী মানুহে মাটি খন্দা, বাঁট কটা, ফলমূলৰ গছৰ পৰা ফল ছিঙা আদি কাম নকৰে৷

ইফালে ষাঁঠ পূজা উপলক্ষে পৰম্পৰাগতভাৱে তলত উল্লেখ কৰা নিয়মসমূহ পালন কৰা হয়৷

  • পৃথিৱী ৰজঃস্বলা হোৱা হেতু সেই চাৰিদিন কৃষকসকলে পথাৰত হাল নাবায়। বীজ ৰোপন কাৰ্যও বন্ধ কৰি ৰাখে। মাটি খন্দা, কোৰ মৰা আদি কামৰ পৰা বিৰত থাকে। তঁৰাল ঘৰ নুচুৱে বা তঁৰালঘৰৰ পৰা ধান নানে।

  • ইফালে মাটিত পৰা বস্তুও বহু লোকে গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে৷ সেই কেইদিন কেৱল ফলমূল আৰু গাখীৰত গ্ৰহণ কৰে।

লগতে পঢ়ক সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

  • ষাঁঠৰ কেইদিন হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঠ-মন্দিৰ আদিত প্ৰৱেশ নকৰে। পূজা-পাতল কৰা, চাকি-বন্তি জ্বলাৱা আদি সকলো ধমমীয় কাম-কাজৰ পৰা আঁতৰত থাকে। অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পিছত পিন্ধা-উৰা নকৰে।

  • লগতে আমতি ভাঙাৰ পিছত আগৰ বাঢ়নী, পেলাই দি নতুন বাঢ়নী আদি ব্যৱহাৰ কৰা নিয়ম৷ আমতিৰ সময়ত শিপিনী সকলে শালত নবহে। আমতি ভাঙাৰ পিছত ৰন্ধা-বচা কৰা, কাজল: কৰা হয়৷ আন সকলো বস্তু যেনে চৰু-হাৰি, ঢাৰি-পিৰা আনকি গচা, তামোল খখুন্দা চুঙা-টাকোন আদিও ধুই দিয়া হয়।

  • ঘৰ-কাতী আলতীয়া মাটিৰে মুঁচি-কাচি তাৰ পিছত ঘৰৰ তিৰোতা মানুহে গা-পা ধুই সকলো ফালে পানী চটিয়াই শুধ কৰে৷ এৱা গাখীৰত সোণ-ৰূপ জাবোকা মাৰি দুবৰিৰে চটিয়াই শুধ কৰে। ঘৰ-চোতালবোৰ গোবৰ পানী চটিয়াই শুধব কৰে।

লগতে পঢ়ক কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

  • ষাঁঠৰ লগত জড়িত নাৰীসকলৰ আছুতীয়া উৎসৱ হ’ল বৰাত (বৰত) বা ব্ৰত৷ এই সময়ত উৰুলি জোকাৰেৰে পানীৰ তলৰ পৰা বোকামাটি তুলি আনি নামনি অসমৰ অঞ্চল বিশেষত সধৱা তিৰোতাসকলে বৰাত পূজা বা ব্ৰত উৎসৱ পালন কৰে।

  • সন্যাসী, ৰন্ধা বা সিজোৱা সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকে। এই কেইদিনত সন্ধ্যা উপাসনা, পূজা-পাতল আদিও নিষেধ।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ambubachi melaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?

‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?

‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.