• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

2 weeks ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

7 mins ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

17 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

18 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

19 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

19 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

20 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

21 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

22 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

23 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

1 day ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

2 days ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

2 days ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

editor by editor
June 22, 2022
in অসম, নিয়োগ, ভাৰত
0
কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!
0
SHARES
112.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা মাহৰ পৰা অৰ্থাৎ ১ জুলাইৰ পৰা নতুন মজুৰি ক’ড কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। ১ জুলাইৰ পৰা মজুৰি ক’ড সলনি হোৱাৰ ফলত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰা সম্ভাৱনা আছে।

নতুন মজুৰি ক’ড কাৰ্যকৰী হোৱাৰ পিছত কৰ্মচাৰীৰ ইন হেণ্ড দৰমহা হ্ৰাস পাব। অমৱশ্যে কৰ্মচাৰীসকলৰ অৱসৰৰ সুবিধা বাঢ়িব। নতুন শ্ৰম ক’ড কাৰ্যকৰী হোৱাৰ লগে লগে কৰ্মচাৰীৰ সুবিধা আৰু অসুবিধা দুয়োটা হ’ব।

উল্লেখ্য যে যে এজন কৰ্মচাৰীৰ চিটিচিত বেছিক দৰমহা, এইচআৰএ, পিএফ আৰু গ্ৰেচুইটিৰ দৰে অৱসৰৰ সুবিধা আৰু অন্যান্য ভাট্টা থাকে।

 

লগতে পঢ়ক অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

নতুন মজুৰি ক’ড কাৰ্যকৰী হ’লে কৰ্মচাৰীসকলৰ বেছিক দৰমহা চিটিচিৰ ৫০% হে হ’ব৷ বৰ্তমানৰ গাঁথনিত বেছিক দৰমহা কৰ্মচাৰীৰ দৰমহাৰ ৩০ৰ পৰা ৪০ শতাংশৰ ভিতৰত থাকে। ইয়াৰ বাহিৰেও আছে পেঞ্চন ভাট্টা, এইচ আৰ এ, পি এফ আদি। ইয়াৰ ভিত্তিতে কৰ্মচাৰীৰ দৰমহাৰ পৰা পি এফ কৰ্তন কৰা হয়।

কিন্তু এতিয়া নতুন গাঁথনি অনুসৰি মূল দৰমহা চিটিচিৰ ৫০ শতাংশ হ’ব লাগে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ কৰ্মচাৰীৰ PF আৰু Gratuity ত পৰিব। ইয়াৰ বাহিৰেও নতুন মজুৰি ক’ডৰ অধীনত সপ্তাহত ৪৮ ঘণ্টা কাম কৰাটো বাধ্যতামূলক হ’ব। যদি আপুনি প্ৰতিদিনে ১২-১২ ঘন্টা কাম কৰে, তেন্তে প্ৰতিষ্ঠানটোৱে আপোনাক ৩ সপ্তাহৰ ছুটী দিয়াৰ ব্যৱস্থা আছে।

 

লগতে পঢ়ক শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

বৰ্তমান এজন যদি কৰ্মচাৰীৰ CTC ৫০ হাজাৰ হয়, তেন্তে এতিয়া তেওঁৰ বেচিক দৰমহা হ’ব ১৫ হাজাৰ টকা। এই অনুযায়ী আপোনাৰ পি এফ মাহে ১৮০০ টকা হয় (বেচিকৰ ১২%)। কিন্তু নতুন নিয়ম অনুসৰি ৫০ হাজাৰৰ CTC ত আপোনাৰ বেচিক ১৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি হ’ব। ইয়াৰ ওপৰত আপোনাৰ পি এফ ১২ শতাংশৰ পৰা বৃদ্ধি পাই ৩০০০ টকালৈ বৃদ্ধি পাব। অৰ্থাৎ আপুনি এতিয়া পূৰ্বতকৈ মাহে ১২০০ টকা কম পাব।

ইফালে মূল দৰমহা বৃদ্ধিৰ প্ৰভাৱ আপোনাৰ পি এফ আৰু গ্ৰেচুইটি দুয়োটাতে পৰিব। এই দুয়োটাৰে বৰঙণি বৃদ্ধি কৰিলে টেক হোম দৰমহা হ্ৰাস পাব। কিন্তু অৱসৰৰ সময়ত কৰ্মচাৰীয়ে অধিক ধন লাভ কৰিব।

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNew Wage Code
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!
ভাৰত

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

July 5, 2022
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?
ৰাজনীতি

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

July 5, 2022
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক
অসম

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

July 5, 2022
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?
বিবিধ

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

July 5, 2022
Next Post
সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

ব্লেক টিয়ে ওজন হ্ৰাস কৰে নে? শৰীৰৰ বাবে ই কিমান উপকাৰী? জানিবলৈ চাওক…

ব্লেক টিয়ে ওজন হ্ৰাস কৰে নে? শৰীৰৰ বাবে ই কিমান উপকাৰী? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.