• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

4 years ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

8 minutes ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

32 minutes ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

1 hour ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

19 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

19 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

20 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

20 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

20 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

21 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

22 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

22 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

editor by editor
June 21, 2022
in বাণিজ্য, ভাৰত
0
শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?
0
SHARES
960
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উপাৰ্জনৰ লক্ষ্যৰে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰে। যদিও বজাৰখন এনে লোকেৰে ভৰি আছে যিসকলে লাভৰ সলনি লোকচান ভুগিবলগীয়া হয়, কিন্তু বজাৰত এনে বহু প্ৰতিষ্ঠানৰ শ্বেয়াৰ আছে যিয়ে বিনিয়োগৰাকীক লাভ উপাৰ্জনৰ সুযোগো দিয়ে। এতিয়া হয়তো বহু বছৰৰ মূৰত এনে এটা সুযোগ আহিছে।

২০২০ চনত ক’ৰোনাৰ বাবে শ্বেয়াৰ বজাৰত বৃহৎ অৱনতি ঘটিছিল। সেই সময়ছোৱাত বহুতো শ্বেয়াৰ মূল্য কমি আহিছিল। সেই সময়ছোৱাত ভাল ষ্টকত বাজি ধৰাজনে দুবছৰৰ ভিতৰত ভাল ৰিটাৰ্ণ পাইছে। একে সময়তে বহু বছৰৰ পাছত আকৌ এবাৰ শ্বেয়াৰ বজাৰত কিছুমান শ্বেয়াৰত উপাৰ্জন কৰাৰ সুযোগ আহিছে।

দৰাচলতে বিশ্বৰ অনিশ্চয়তাৰ বাবেই ভাৰতৰ শ্বেয়াৰ বজাৰত বিগত সময়ছোৱাত বহু পৰিমাণে অৱনতি ঘটিছিল। এই হ্ৰাসৰ বাবেই বজাৰৰ বহু ডাঙৰ ষ্টক ৫২ সপ্তাহৰ নিম্নতম স্তৰলৈ আহিছে। এনে অৱস্থাত বিনিয়োগকাৰীয়ে বিনিয়োগৰ দৃষ্টিকোণৰ পৰা এই শ্বেয়াৰসমূহ ক্ৰয় কৰাৰ এটা ভাল সুযোগ পাইছিল। এনে সুযোগ বাৰে বাৰে খুব কমেইহে আহে।

লগতে পঢ়ক নিম আৰু মিছিৰি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? জানিবলৈ চাওক…

এনে পৰিস্থিতিত সেই ষ্টকসমূহৰ বিষয়ে জানো আহক যিবোৰে এনএছইত ৫২ সপ্তাহৰ নিম্নতম স্তৰত বা তাৰ ওচৰত আছে, যিবোৰ দীৰ্ঘম্যাদীভাৱে লাভ কৰিবলৈ নিম্ন স্তৰত কিনিব পাৰি।

TATA CONSULTANCY SERVICES (TCS) (TCS)-

৫২ সপ্তাহৰ উচ্চতম মূল্য : ৪,০৪৩

৫২ সপ্তাহৰ নিম্নতম মূল্য : ৩,০২৩.৮৫

২১ জুন তাৰিখৰ মূল্য : ৩,২১৫

Tata Steel –

৫২ সপ্তাহৰ উচ্চতম মূল্য : ১,৫৩৪.৫০

৫২ সপ্তাহৰ নিম্নতম মূল্য : ৮৪২.৬৫

২১ জুন তাৰিখৰ মূল্য : ৮৮২.৫৫

লগতে পঢ়ক একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

Adani Ports

৫২ সপ্তাহৰ উচ্চতম মূল্য : ৯২৪.৬৫

৫২ সপ্তাহৰ নিম্নতম মূল্য : ৬৫১.৯৫

২১ জুন তাৰিখৰ মূল্য : ৬৮৯.১০

Wipro-

৫২ সপ্তাহৰ উচ্চতম মূল্য : ৭৩৯.৮৫

৫২ সপ্তাহৰ নিম্নতম মূল্য : ৪০২.০৫

২১ জুন তাৰিখৰ মূল্য : ৪২৫.৪০

লগতে পঢ়ক সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

Gail India-

৫২ সপ্তাহৰ উচ্চতম মূল্য : ১৭৩.৫০

৫২ সপ্তাহৰ নিম্নতম মূল্য : ১২৫.২০

২১ জুন তাৰিখৰ মূল্য : ১৩৬.৪৫

INDO COUNT INDUSTRIES LTD –

৫২ সপ্তাহৰ উচ্চতম মূল্য : ৩১৫

৫২ সপ্তাহৰ নিম্নতম মূল্য : ১১৯.৫৫

২১ জুন তাৰিখৰ মূল্য : ১৩০

Titan –

৫২ সপ্তাহৰ উচ্চতম মূল্য : ২,৭৬৮

৫২ সপ্তাহৰ নিম্নতম মূল্য : ১,৬৬২

২১ জুন তাৰিখৰ মূল্য : ২,০৭৯.৯৫

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamstock market
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
Next Post
অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত

১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.