• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত

১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত

4 years ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

9 minutes ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

51 minutes ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

1 hour ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

1 hour ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

3 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

3 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

4 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

5 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

7 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

9 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত

editor by editor
June 21, 2022
in বিবিধ, বিশ্ব
0
১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী মহিলাই সংবাদ মাধ্যমত এক বিশেষ কাৰণত চৰ্চা লাভ কৰিছে। মহিলাগৰাকীয়ে ১১ নম্বৰৰ বিয়া ভগাৰ পিছত ১২ সংখ্যক বিবাহৰ সাজু হৈ সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে৷ জানিব পৰা মতে ভাল স্বামীৰ সন্ধানত তেওঁ এইবাৰ ১২ নম্বৰ বিবাহপাশত আৱদ্ধ হ’ব৷

কোন হ’ব তেওঁৰ দ্বাদশ স্বামী আৰু কিমান দিনলৈ চলিব সেই সংসাৰ? তাকে লৈ এতিয়া জল্পনা-কল্পনাৰ আৰম্ভ হৈছে৷ তেওঁ এতিয়া পূৰ্বতকৈ ভাল জীৱন সংগী বিচাৰি পাব বুলিও আশা কৰিছে।

এই মহিলাগৰাকী গৈছে ৫২ বছৰীয়া মনেট ডায়েছ৷ তেওঁ আমেৰিকাৰ ইউটাৰ নিৱাসী। ইণ্টেৰিয়ৰ ডিজাইনাৰ ডায়েছে টিএলচিৰ এটা অনুষ্ঠানত (এডিক্টেড টু মেৰেজ) অভিনয় কৰিছিল। তাত অভিনয় কৰাৰ পিছতে তেওঁ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে।

লগতে পঢ়ক শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

তেওঁৰ ১১ নম্বৰ স্বামীৰ সৈতে এতিয়া কাজিয়াৰ সূত্ৰপাত হৈছে আৰু সেয়ে দুয়োৰে সম্পৰ্কত যতি পৰিছে৷ ‘‘মোৰ বাবে ব্ৰেকআপটো কঠিন আছিল। কিন্তু, অত্যন্ত দুখেৰে জনাওঁ যে কাজিয়াৰ পিছত মই পৃথক হোৱাৰ সিদ্ধান্ত ল’লো।’’ ডায়েছে এইদৰে কয়৷

‘‘আন এক ব্যৰ্থতাৰ বাবেই মই আৰু দুখ সহ্য কৰিবলগীয়া হৈছে। বিশেষকৈ যেতিয়া মই সম্পৰ্ক এটাৰ বাবে অত্যধিক কষ্ট কৰো আৰু তাৰ পিছত ই ভাঙি যায়, যিজনক আপুনি আটাইতকৈ বেছি ভাল পায় আৰু যাৰ বাবে আপুনি আটাইতকৈ বেছি ত্যাগ কৰে, তেওঁৰ পৰাই যেতিয়া আটাইতকৈ বেছি দুখ-কষ্ট সহ্য কৰিবলগীয়া হয় তেতিয়া আটাইতকৈ বেছি আঘাত পোৱা যায়।’’ ডায়েছে আৰু কয়৷

ইফালে ডায়েছে ১১ নম্বৰ বিয়া ভঙাৰ পিছতে ১২ নম্বৰ বিবাহত ভাল স্বামী লাভ কৰিব বুলি আশাবাদী৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 12th marriageasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?
বিশ্ব

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

August 26, 2026
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
Next Post
কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.