• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

4 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

15 minutes ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

51 minutes ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

2 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

3 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

4 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

4 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

7 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

19 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

20 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

editor by editor
June 21, 2022
in বিবিধ
0
অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অদ্ভুত যেন লাগিলেও সঁচা। জীৱ-জন্তুৱে মলদ্বাৰৰ জৰিয়তে উশাহ ল’ব পাৰে! শেহতীয়াকৈ ক্লিনিকেল এণ্ড ট্ৰেন্সলেচনেল ৰিচ’ৰ্ছ এণ্ড টেকন’লজি ইনছাইটছত প্ৰকাশিত এক অধ্যয়নত বিজ্ঞানীৰ এটা দলে এই কথা দাবী কৰিছে।

বিশেষজ্ঞসকলে কয় যে কাছৰ বিপাকীয় ক্ৰিয়া অত্যন্ত লেহেমীয়া হয়। গৱেষকসকলে কাছক অনুকৰণ কৰি গাহৰি আৰু এন্দুৰৰ ওপৰত কিছুমান বিশেষ পৰীক্ষা-নিৰীক্ষা চলাইছিল।

বিশেষজ্ঞসকলে দাবী কৰে যে কাছৰ অন্ত্ৰৰ শ্লেষ্মা আৱৰণ অত্যন্ত পাতল। ফলত অক্সিজেন সহজে অন্ত্ৰৰ কোষৰ সংস্পৰ্শলৈ আহিব পাৰে। গতিকে কাছৰ পেটৰ সেই অংশটোৰ মাজেৰেও অক্সিজেনৰ প্ৰৱাহিত হয়। আৰু সেইবাবেই কাছই মলদ্বাৰ ব্যৱহাৰ কৰি অলপ উশাহ ল’ব পাৰে।

লগতে পঢ়ক মানৱতাৰ বাবে যোগ : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

বিজ্ঞানীসকলে এই অধ্যয়নত জীৱ-জন্তুবোৰক মূল তিনিটা গোটত ভাগ কৰিছিল। নাকৰ মাজেৰে উশাহ লোৱাটো বন্ধ কৰি এই পৰীক্ষা কৰা হৈছিল। প্ৰথম গোটটোৰ অন্ত্ৰৰ দ্বাৰা উশাহ লোৱা নাছিল।

গড়ে অক্সিজেনৰ অভাৱত ১১ মিনিটৰ ভিতৰতে এই প্ৰাণীবোৰৰ মৃত্যু হয়। দ্বিতীয় পৰীক্ষাত অন্ত্ৰৰ মাজেৰে শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হয়। দেখা গ’ল যে জীৱ-জন্তুবোৰে গড়ে প্ৰায় ১৬ মিনিট সময় জীয়াই আছিল। আৰু তৃতীয়বাৰ প্ৰতিটো প্ৰাণীৰ অন্ত্ৰৰ শ্লেষ্মা কাছৰ দৰে পাতল কৰা হয়। আৰু মলদ্বাৰৰ জৰিয়তে অক্সিজেন যোগান ধৰা হয়।

লগতে পঢ়ক নিম আৰু মিছিৰি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? জানিবলৈ চাওক…

পৰীক্ষাৰ সময়ত ৮৫ শতাংশ জীৱ-জন্তু জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ পৰা গৱেষকসকলে ভাবে যে অন্ত্ৰৰ নিয়ন্ত্ৰিত পৰিৱেশত যদি সঠিক প্ৰক্ৰিয়াৰে মলদ্বাৰৰ যোগেদি অক্সিজেন যোগান ধৰিব পৰা যায়, তেন্তে মল্লদ্বাৰ জৰিয়তেও শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াটো সম্পন্ন কৰাটো সম্ভৱ।

কিন্তু এটা কথা মনত ৰখা উচিত যে বিষয়টো গৱেষণাৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে। ইয়াৰ বাহিৰে এই পদ্ধতিয়ে মানুহৰ ওপৰত যে কাম কৰিব তাৰ কোনো নিশ্চয়তা নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

June 17, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
Next Post
১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত

১১ নম্বৰ বিবাহো ভাগিল : এইবাৰ ভাল স্বামী পোৱাৰ আশাত বহিব ১২ সংখ্যক বিয়াত

কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.