• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

23 minutes ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

4 minutes ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

2 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

2 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

3 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

5 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

5 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

9 hours ago
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

9 hours ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

10 hours ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

11 hours ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

পাইলটকেই দোষাৰোপ কৰাৰ প্ৰৱণতা কিয়?

editor by editor
August 7, 2026
in বিবিধ, ভাৰত, লেখা
0
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত ইতিহাসত কেইবাটাও উল্লেখযোগ্য বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত শেহতীয়া আৰু অন্যতম ভয়াবহ দুৰ্ঘটনাটো হ’ল ২০২৫ চনৰ জুন মাহত আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১ (AI 171) বিমানৰ দুৰ্ঘটনা। এনে বিমান দূৰ্ঘটনাৰ ফলত বিমান উঠিবলৈ ভয় কৰিছে একাংশই। যিকোনো বিমান দূৰ্ঘটনা হোৱাৰ পিছত সকলোৱে প্ৰথম আঙুলি পাইলটৰ ফালে উঠায়। কিন্তু এয়া কিমান দূৰ সঁচা? জনপ্ৰিয় সাংবাদিক শুভংকৰ মিশ্ৰৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বিমান চলাচল বিশেষজ্ঞ অভিনৱ ত্ৰিপাঠীয়ে বহু কথা মুকলিকৈ প্ৰকাশ কৰে।

বিমান দুৰ্ঘটনা সংঘটিত হ’লেই প্ৰথমেই আঙুলি উঠে পাইলটৰ ফালে। তদন্ত সম্পূৰ্ণ হোৱাৰ আগতেই বহু সময়ত সামাজিক মাধ্যম, সংবাদমাধ্যম বা সাধাৰণ মানুহৰ মাজত এটা ধাৰণা গঢ় লৈ উঠে—“নিশ্চয় পাইলটৰ ভুল আছিল।” কিন্তু এই ধাৰণাটো কিমান সঁচা? তেওঁ স্পষ্টকৈ কয় যে, কোনো বিমান দুৰ্ঘটনাৰ তদন্ত সম্পূৰ্ণ নোহোৱাকৈ কেৱল পাইলটক দায়ী কৰা কোনো ভাল কথা নহয়। যিসকলৰ এইক্ষেত্ৰত জ্ঞান নাথাকে তেওঁলোকে এনে কথা কয় উল্লেখ কৰে।

অভিন্নৱ ত্ৰিপাঠীৰ মতে, ভয়ংকৰ বিমান দুৰ্ঘটনাত অধিকাংশ ক্ষেত্ৰতে পাইলটৰো মৃত্যু ঘটে। ফলত তেওঁ নিজৰ সিদ্ধান্ত, পৰিস্থিতি বা শেষ মুহূৰ্তৰ কাৰ্যকলাপ ব্যাখ্যা কৰাৰ সুযোগ নাপায়। ইয়াৰ ফলতেই বহু সময়ত প্ৰাৰম্ভিকভাৱে পাইলটৰ ওপৰত দোষ যাপি দিয়া দেখা যায়।

বিমান দুৰ্ঘটনা সাধাৰণতে এটা কাৰণত নহয়। ত্ৰিপাঠীয়ে ব্যাখ্যা কৰে যে, বিমান চলাচলত দুৰ্ঘটনা সাধাৰণতে কেৱল এজন ব্যক্তিৰ ভুলৰ বাবে নহয়। ইয়াৰ আঁৰত একাধিক কাৰক থাকিব পাৰে। যেনে—

  1. যান্ত্ৰিক ত্ৰুটি
  2. ইঞ্জিন বা ছিষ্টেম বিকল হোৱা
  3. বেয়া বতৰৰ প্ৰভাৱ
  4. বিমান সংস্থাৰ ৰক্ষণাবেক্ষণৰ ত্ৰুটি
  5. এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ ভুল
  6. অপাৰেশ্যনেল সিদ্ধান্ত
  7. কেতিয়াবা কিছুমান ভুল

সেইবাবে কেৱল পাইলটক দায়ী কৰাটো সঠিক পদ্ধতি নহয় বুলি তেওঁ মত প্ৰকাশ কৰে।

সাক্ষাৎকাৰত শুভংকৰ মিশ্ৰই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত ত্ৰিপাঠীয়ে কয়, কোনো বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ Cockpit Voice Recorder (CVR) আৰু Flight Data Recorder (FDR) অৰ্থাৎ ব্লেক বক্সৰ তথ্য বিশ্লেষণ অতি গুৰুত্বপূৰ্ণ। এই তথ্য, বিমানৰ ধ্বংসাৱশেষ, ৰাডাৰ তথ্য, যোগাযোগৰ ৰেকৰ্ড আৰু অন্যান্য প্ৰযুক্তিগত তথ্য বিশ্লেষণ কৰাৰ পিছতহে তদন্তকাৰী সংস্থাই চূড়ান্ত সিদ্ধান্তত উপনীত হয়। সেয়েহে তদন্ত শেষ হোৱাৰ আগতেই কোনো সিদ্ধান্তত উপনীত হ’ব নালাগে বুলি তেওঁ আহ্বান জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

August 7, 2026
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!
জীৱনশৈলী

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

August 7, 2026
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক
জীৱনশৈলী

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

August 7, 2026
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান
জীৱনশৈলী

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

August 7, 2026
Next Post
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.