• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

1 week ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

32 minutes ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

1 hour ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

3 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

4 hours ago
PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

5 hours ago
প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

6 hours ago
আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

6 hours ago
জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

6 hours ago
১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

8 hours ago
বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

9 hours ago
১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

editor by editor
June 2, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!
0
SHARES
479
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেথি গুটি আমাৰ শৰীৰৰ বাবে যথেষ্ঠ গুৰুত্বপূৰ্ণ। নিশা আৰু পুৱা মেথি গুটিৰ পানী খালে শৰীৰত বিভিন্ন প্ৰভাৱ পৰে। ৰাতিপুৱা মেথিৰ গুটিৰ পানী খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিব, আৰু ৰাতি খালে আপোনাৰ শৰীৰত কি প্ৰভাৱ পৰিব সেই বিষয়ে জানো আহক…

ৰাতিপুৱা মেথি গুটিৰ পানী

যদি আপোনাৰ তেজত চেনিৰ পৰিমাণ বেছি হয়, তেন্তে ৰাতিপুৱা মেথি গুটিৰ পানী খোৱাটো উপকাৰী, কিয়নো ই ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু তেজৰ চেনি নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ৰাতিপুৱা মেথিৰ গুটিৰ পানী খাব লাগে। ৰাতিপুৱা মেথিৰ গুটিৰ পানী খালে পিচিঅ’এছ হ্ৰাস পোৱাৰ লগতে চেনিৰ লোভ নিয়ন্ত্ৰণত সহায়ক হয়।

ৰাতিপুৱা মেথি গুটিৰ পানী

ৰাতিপুৱা মেথিৰ গুটিৰ পানী খালে খালী পেটত খাব লাগে। ইয়াৰ লগতে তিয়াই থোৱা মেথি গুটি চোবাই খাব পাৰে, নহ’লে পানীখিনি খালেই যথেষ্ট।

ৰাতি মেথি পানী

কোষ্ঠকাঠিন্য, অনিয়মিত মলত্যাগ, পেট ফুলা, আৰু হজম শক্তি বেয়া হোৱাসকলৰ বাবে ৰাতি মেথি গুটিৰ পানী খোৱাটো উপকাৰী, কিয়নো ই হজম শক্তি উন্নত কৰে। সহজ ভাষাত ক’বলৈ গ’লে ৰাতি মেথিৰ গুটিৰ পানী খালে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা উপশম পোৱা যায়।

মেথি গুটিৰ পানী কেতিয়া খাব লাগে?

মেথিৰ গুটিৰ পানী খোৱাৰ আটাইতকৈ উত্তম সময় হ’ল ৰাতি, ৰাতিৰ আহাৰ খোৱাৰ কিছু সময়ৰ পিছত। নতুবা শুই উঠাৰ আগতে খাব পাৰে, কিন্তু পৰিমিত পৰিমাণে নিশ্চয়কৈ সেৱন কৰিব লাগে।

মেথি গুটিৰ পানী কেনেকৈ বনাব?
সহজ পদ্ধতিটো হ’ল ৰাতি মেথি গুটিৰ পানী খাব লাগে, মেথি গুটিৰ পৰা ডেৰ চামুচ পানীত তিয়াই থ’ব লাগে। ৰাতিপুৱাৰ বাবে এক চামুচ মেথি গুটি পানীত তিয়াই দিব। ইয়াৰ বাবে মধ্যমীয়া আকাৰৰ কাপ এটাত চাহকাপ পানী ব্যৱহাৰ কৰিব পাৰে।

মেথি গুটিত থকা পুষ্টিকৰ উপাদান

হেল্থলাইনৰ তথ্য অনুসৰি ১ চামুচ মেথি গুটিত ৩ গ্ৰাম আঁহ, ৩ গ্ৰাম প্ৰটিন, ৩.৭২ মিলিগ্ৰাম আইৰণ, আৰু ২১.২ মিলিগ্ৰাম মেগনেছিয়াম থাকে। ইয়াত ভিটামিন চিৰ উৎস হোৱাকে ধৰি অন্যান্য পুষ্টিকৰ উপাদানও ভাল পৰিমাণে থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?
জীৱনশৈলী

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

June 9, 2026
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে
বিশ্ব

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

June 9, 2026
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
জীৱনশৈলী

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

June 9, 2026
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?
নিয়োগ

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

June 9, 2026
Next Post
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.