• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

9 months ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

18 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

1 hour ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

1 hour ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

2 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

5 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

7 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

editor by editor
July 3, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিৰ চাৰে সাতি দশাক ভয় নকৰা মানুহ বিচাৰি পোৱা কঠিন৷ শনিৰ মহাদশাৰ দৰেই চাৰে সাতিয়েও জাতকৰ জীৱনত নানান বিপৰ্যয় নামি আহে৷ শনিৰ চাৰে সাতি দশাক তিনিভাগত ভাগ কৰা হয়৷ প্ৰতিটো ভাগ আঢ়ৈ বছৰ ধৰি চলে৷ জ্যোতিষ অনুসৰি নৱগ্ৰহৰ মাজত শনি সকলোতকৈ ধীৰ গতিৰে নিজৰ স্থান পৰিবৰ্তন কৰে৷ সেই কাৰণেই শনিয়ে এক ৰাশিৰ পৰা অন্য ৰাশিলৈ যাবলৈ আঢ়ৈ বছৰ সময় লাগে৷ শনিয়ে যেতিয়া যি ৰাশিত থাকে সেই ৰাশি আৰু তাৰ আগৰ ৰাশি আৰু পাছৰ ৰাশিত শনিৰ চাৰে সাতি দশা চলে৷ এই দশা এবাৰ আৰম্ভ হলে চাৰে সাত বছৰ ধৰি চলে৷ শনি জন্মছকৰ দ্বাদশ, প্ৰথম আৰু তাৰপিছত দ্বিতীয় ঘৰত অৱস্থান কৰিলে জাতকৰ চাৰে সাতি দশা চলে৷

জীৱনত কিমানবাৰ চাৰে সাতি আহে?

চাৰে সাতি দশাত শনিয়ে জাতকক তেওঁৰ কৰ্মফলত শাস্তি দি থাকে৷ যি ৰাশিত শনিৰ চাৰে সাতি আৰম্ভ হৈছে অৰ্থাৎ যি ৰাশিত শনিয়ে অৱস্থান কৰিছে সেই ৰাশিৰ জাতকে আৰ্থিক কষ্ট, মানসিক সমস্যা, অসুখ বিসুখ আৰু আঘাতৰ কবলত পৰে৷ ৰাশিচক্ৰৰ মুঠ ১২ টা ৰাশিক এবাৰ অতিক্ৰম কৰিবলৈ শনিৰ ৩০ বছৰ সময় লাগে৷ অৰ্থাৎ এটা এটা ৰাশিত শনিয়ে আঢ়ৈ বছৰ অৱস্থান কৰে৷ জ্যোতিষ অনুসৰি অকালত মৃত্যু নহলে প্ৰতিজন মানুহৰ জীৱনলৈ শনিৰ চাৰে সাতি দশা অন্তত তিনিবাৰ আহে৷ প্ৰতি ৩০ বছৰৰ অন্তৰে অন্তৰে জাতক শনিৰ চাৰে সাতি দশাৰ কৱলত পৰে৷

চাৰে সাতিৰ তিনিটা পৰ্যায়

চাৰে সাত বছৰ ধৰি চলা চাৰে সাতি দশা তিনিটা পৰ্যায়ত বিভক্ত৷ প্ৰতি পৰ্যায় আঢ়ৈ বছৰ ধৰি চলে৷ ইয়াৰ মাজত প্ৰথম পৰ্যায়ত জাতক আৰ্থিক কষ্টৰ মাজত থাকে৷ শনিৰ চাৰে সাতি দশাৰ দ্বিতীয় পৰ্যায়ত জাতকে কৰ্মক্ষেত্ৰত নানান বাধাৰ মুখত পৰে৷ এই সময়ত পৰিয়ালতো বিভিন্ন কাৰণত অশান্তিয়ে দেখা দিয়ে৷ আৰু শনিৰ চাৰে সাতি দশাৰ তৃতীয় পৰ্যায়ত জাতকে অসুখ-বিসুখত কষ্ট পায়৷

কি ঘটে শনিৰ চাৰে সাতি দশাত?

শনিৰ চাৰে সাতি দশা চলিলে জাতকৰ জীৱনলৈ নানান বিপদ আহে৷ এই বিপদত জীৱন ছাৰখাৰ হব পাৰে জাতকৰ৷ এই সময়ত নিৰ্মম গ্ৰহ শনিয়ে নানান সংকট কঢ়িয়াই আনে৷ এটা কথা মনত ৰাখিব যে কৰ্মফলৰ দেৱতা শনিয়ে যেনেকৈ কাম কৰে তেনেকৈহে ফল দিয়ে৷ অৰ্থাৎ ভাল কাম কৰিলে শনিৰ প্ৰভাৱত জাতকৰ জীৱনত উন্নতি আহে৷ কিন্তু বেয়া কাম কৰিলে ৰুষ্ট হৈ শনিয়ে জাতকক নানান দুৰ্যোগৰ মুখলৈ ঠেলি দিয়ে৷ শনিৰ চাৰে সাতি দশাত জাতকৰ জীৱনলৈ ব্যাপক আৰ্থিক সমস্যাও আহিব পাৰে৷ শনিয়ে জাতকৰ যিমানেই ক্ষতি কৰিবলৈ সক্ষম সিমানেই ক্ষতি কৰি পেলাব পাৰে৷ শনিৰ প্ৰভাৱত অসুস্থ হৈ পৰাৰো আশংকা থাকে৷ বিবাহিত জীৱনতো এই সময়ত সমস্যাই দেখা দিয়ে৷ ডিভোৰ্ছ হৈ যোৱা বা প্ৰেমৰ সম্পৰ্কত ব্ৰেকআপ হৈ যোৱাৰ দৰে ঘটনাও ঘটে৷ যিসকল অবিবাহিত শনিৰ প্ৰভাৱত তেওঁলোকৰ বিবাহো দেৰি হয়৷

চাৰে সাতিৰ প্ৰকোপ কমোৱাৰ উপায়

  • শনিৰ চাৰে সাতি দশা চলিলে প্ৰতি শনিবাৰে শনিৰ পূজা কৰা অত্যন্ত জৰুৰী৷
  • দৰিদ্ৰক শস্য, সৰিয়হৰ তেল, লোহাৰ সামগ্ৰী, জোতা, কলা ছাতি, কলা কম্বল দান কৰক৷
  • কাৰোবাক শাৰীৰিক বা মানসিকভাৱে আঘাত নকৰিব৷
  • দুৰ্বল আৰু অসহায় মানুহক সহায় কৰক৷
  • ধৰ্মীয় কামত অংশ লওক৷
  • নিজৰ ক্ষমতাৰ অপব্যৱহাৰ নকৰিব৷
  • ঘোৰাৰ নালৰ লোহাহে তৈয়াৰী আঙুঠি শনিবাৰে সোঁহাতৰ মধ্যমাত ধাৰণ কৰক৷
  • শনিবাৰে পুৱাই অশ্বত্থ গছৰ গুৰিত পানী দিয়ক আৰু বিয়লি অশ্বত্থ গছৰ গুৰিত তিলৰ তেলৰ প্ৰদীপ জ্বলাওক৷
  • ঘৰত শনি চাৰে সাতি মুক্তি যন্ত্ৰ স্থাপন কৰক৷
  • প্ৰতিদিনে ওম ছাম শনিশ্চৰ নমহঃ মন্ত্ৰ জপ কৰক৷
  • তিনিমুখী আৰু ১৪মুখী ৰুদ্ৰাক্ষও ধাৰণ কৰিব পাৰে৷ বজৰংবলীৰ আৰাধনা কৰক আৰু হনুমান চালিছা পাঠ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

March 19, 2026
Next Post
দৈনিক ৰাশিফল, স্বাতী নক্ষত্ৰত শিৱ যোগ, শুক্লা নৱমীত আজি কাৰ ভাগ্যত কি !

দৈনিক ৰাশিফল, স্বাতী নক্ষত্ৰত শিৱ যোগ, শুক্লা নৱমীত আজি কাৰ ভাগ্যত কি !

ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’

ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত 'বিগ বিউটিফুল'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.