• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক…

কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক…

3 years ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

4 minutes ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

51 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

2 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

2 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

4 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

4 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

6 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

7 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

8 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক…

editor by editor
October 13, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক…
0
SHARES
70.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অধিকাংশ পুৰুষৰেই ধাৰণা, পিতৃ হোৱাৰ বাবে পুৰুষৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে। মহিলাৰ বাবেহে বয়সৰ সীমা থাকে। কিন্তু এই কথা সত্যনে? চিকিৎসা বিজ্ঞানৰ এক গৱেষণাত এই ধাৰণা মিছা বুলি প্ৰমাণিত হৈছে। পুৰুষৰ ক্ষেত্ৰতো বয়সৰ নিৰ্দিষ্ট সীমা থাকে। মহিলাৰ ক্ষেত্ৰত ডিম্বানু উৎপাদনৰ নিৰ্দিষ্ট সীমা থাকে কিন্তু পুৰুষৰ শুক্ৰাণু উৎপাদনৰ ক্ষেত্ৰত নিৰ্দিষ্ট বয়সৰ কথা নাথাকে যদিও সকলো বয়সতে শুক্ৰাণু কাৰ্যক্ষম নহয় বুলি গৱেষণাৰ অন্তত প্ৰকাশ কৰিছে বিজ্ঞানীৰ দলটোৱে।

গৱেষণাত পোৱা তথ্যমতে, পুৰুষৰ ক্ষেত্ৰত ২৫-ৰ পৰা ৩৫-বছৰ বয়সলৈ পিতৃ হোৱাৰ উত্তম সময়। ৫০-ৰ উৰ্ধৰ ব্যক্তিৰো সন্তান জন্ম দিয়াৰ ক্ষমতা থাকে যদিও শুক্ৰাণুৰ আটাইতকৈ কাৰ্যক্ষম সময় ২৫-ৰ পৰা ৩৫ বছৰ। হলীউড তাৰকা ৰবাৰ্ট ডি নিবোৰ পৰা এলন মাস্কৰ পিতৃ এৰল মাস্কলৈ বহুসংখ্যকেই ৬০ বচৰৰ পিছতো পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। তাৰ মাজতো সকলো পুৰুষৰ ক্ষেত্ৰতেই এয়া প্ৰযোজ্য হ’ব এনে নহয়। পুৰুষৰ শৰীৰত শুক্ৰাণু উৎপাদন প্ৰক্ৰিয়া বন্ধ নহয়। পুৰুষৰ বাবে মহিলাৰ দৰে কোনো বায়লজিকেল ক্লকো নাই। শুক্ৰাণু উৎপাদন হ’লেও শুক্ৰাণুৰ মাজতো জিনীয় সালসলনি ঘটে। ফলত শুক্ৰাণুৰ ডিএনএ ক্ষতিগ্ৰস্থ হোৱাৰ আশংকা থাকে।

বয়সীয়া ব্যক্তিৰ সন্তানৰ ক্ষেত্ৰত কিছুমান বিয়োগাত্মক প্ৰভাৱ থাকে বুলি বিজ্ঞানীৰ দলটোৱে উল্লেখ কৰিছে। বিশেষকলৈ পিতৃ বয়সীয়া হ’লে শিশুটিৰ স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে। হাৰ্ভাৰ্ড মেডিকেল কলেজ আৰু ইজৰাইলৰ ডিক’নেছ মেডিকেল চেন্টাৰৰ যুঁটিয়া গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি এজন ৩০ বছৰীয়া বা ৩০ৰ আশে পাশে থকা বয়সৰ ব্যক্তিৰ IVF-পদ্ধতি সফল হোৱাৰ সম্ভাৱনা ৭৩ শতাংশ। কিন্তু ৪০-ৰ উৰ্ধৰ এজন ব্যক্তিৰ ক্ষেত্ৰত এই সম্ভাৱনা আধাতকৈও কম।

উল্লেখ্য যে, সকলোৰে ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহ’লেও বেছিভাগ পুৰুষৰ ক্ষেত্ৰতেই এই কথা প্ৰযোজ্য। বয়সৰ সৈতে জীৱনপ্ৰণালীৰ সাল-সলনি ঘটে। পুৰুষ একোজনৰ কাৰ্যক্ষম শুক্ৰাণু উৎপাদন ক্ষমতাও কমি যায়। বিভিন্ন কাৰণত যেনে ধূমপান, মদ্যপান, অতিৰিক্ত মানসিক চাপ, বিভিন্ন ঔষধ সেৱন আদি কাৰণত পুৰুষৰ সন্তান জন্ম দিব পৰা কাৰ্যক্ষম শুক্ৰাণু শৰীৰত কমি আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
Next Post
নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?

নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?

Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?

Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.