• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ কি কি গুণে নাৰীক আকৰ্ষিত কৰে? কি গুণে নাৰীৰ হৃদয়ক স্পৰ্শ কৰে?

পুৰুষৰ কি কি গুণে নাৰীক আকৰ্ষিত কৰে? কি গুণে নাৰীৰ হৃদয়ক স্পৰ্শ কৰে?

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

25 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

1 hour ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

2 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

3 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

6 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰুষৰ কি কি গুণে নাৰীক আকৰ্ষিত কৰে? কি গুণে নাৰীৰ হৃদয়ক স্পৰ্শ কৰে?

editor by editor
June 20, 2022
in জীৱনশৈলী, বিবিধ
0
পুৰুষৰ কি কি গুণে নাৰীক আকৰ্ষিত কৰে? কি গুণে নাৰীৰ হৃদয়ক স্পৰ্শ কৰে?
0
SHARES
35.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন ভাল মানুহ তেওঁৰ বিশিষ্ট তথা ভাল গুণ দ্বাৰা পৰিচিত। কিছুমান ভাল অভ্যাস মানুহক আন মানুহৰ পৰা বেলেগ কৰি তোলে। যাৰ দ্বাৰা তেনে মানুহে সকলোৰে হৃদয়ক স্পৰ্শ কৰে। যিসকল পুৰুষৰ ভাল গুণ আৰু অভ্যাস আছে, তেওঁলোকে নিজৰ ঘৰ, চুবুৰী, অফিচত সকলোতে নিজৰ ব্যক্তিত্ব বিয়পাই তোলে।

কেৱল এয়াই নহয়, এই অভ্যাসবোৰৰ বাবেই নাৰীও সোনকালে তেনে লোকৰ প্ৰতি আকৰ্ষিত হৈ পৰে। কেনেকৈ পুৰুষে সকলোৰে হৃদয়ত শাসন কৰিব পাৰে!

নাৰীয়ে পুৰুষৰ কি কি গুণ ভাল পায়—

লগতে পঢ়ক ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা

নাৰীৰ প্ৰতি সন্মান

এইটো সাধাৰণ কথা যে সকলোৱে ইজনে সিজনক সন্মান দিব লাগে। আনহাতে নাৰীৰ কথা আহিলে সদায় এটা কথা মনত ৰখা উচিত যে নাৰীয়ে কেৱল সেই পুৰুষকহে ভাল পায় যিয়ে নাৰীক সন্মান কৰে। এনে অৱস্থাত যদি এজন পুৰুষৰ এই অভ্যাস থাকে, তেন্তে তেনে পুৰুষ-মহিলাৰ প্ৰথম পছন্দ হ’ব পাৰে।

কিবা এটা কৰাৰ আগতে চিন্তা কৰা

ভাল মানুহে কিবা এটা কৰাৰ আগতে চিন্তা কৰি লয়। চিন্তা নকৰাকৈ যিকোনো সিদ্ধান্ত লোৱাটোৱে মানুহক বিপদত পেলাব পাৰে৷ গতিকে পুৰুষে কোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰা উচিত। সকলো কথা বা সিদ্ধান্ত চিন্তা কৰি লোৱা পুৰুষক নাৰীৰ লগতে সকলোৱে ভাল পায়।

লগতে পঢ়ক প্ৰতিবাদৰ মাজতে অগ্নীবীৰৰ নিযুক্তি, সুবিধা আৰু কিমান দৰমহা লাভ কৰিব?

আপোনজনৰ কাষত সদায় উপস্থিত হোৱা

পুৰুষসকল সদায় নিজৰ সংগী, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ বাবে সকলো সময়তে উপলব্ধ হ’ব লাগে। এনে অৱস্থাত আপোনজনৰ কাষত সদায় উপস্থিত থকা পুৰুষসকলক সকলোৱে ভাল পায় আৰু এনে পুৰুষে সকলোৰে হৃদয়ক স্পৰ্শ কৰিবলৈ সক্ষম হয়।

সৎ হোৱা

এজন ভাল মানুহ সততাৰ বাবেও পৰিচিত। যদি তেওঁ কেৱল অফিচতে নহয় ব্যক্তিগত জীৱনতো সততা বজাই ৰাখে, তেন্তে তেওঁক পুৰুষ-মহিলাই উভয়ে ভাল পায়। সেয়ে পুৰুষসকলে সকলোৰে প্ৰতি সৎ হোৱা উচিত।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMen Qualityrelationships tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
১৬ বছৰতে স্বেচ্ছাৰে বিয়া হ’ব পাৰিব মুছলমান ছোৱালীয়ে, উচ্চ ন্যায়ালয়ৰ  

১৬ বছৰতে স্বেচ্ছাৰে বিয়া হ’ব পাৰিব মুছলমান ছোৱালীয়ে, উচ্চ ন্যায়ালয়ৰ  

২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.