• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২১ বছৰীয়া ৫ ফুট ৯ ইঞ্চি যুৱতীগৰাকীয়ে ২১ বছৰ পিছত বিদেশত নাম উজলালে ভাৰতৰ

২১ বছৰীয়া ৫ ফুট ৯ ইঞ্চি যুৱতীগৰাকীয়ে ২১ বছৰ পিছত বিদেশত নাম উজলালে ভাৰতৰ

4 years ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

5 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

6 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

7 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

8 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

8 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

10 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

10 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

10 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

11 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

11 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২১ বছৰীয়া ৫ ফুট ৯ ইঞ্চি যুৱতীগৰাকীয়ে ২১ বছৰ পিছত বিদেশত নাম উজলালে ভাৰতৰ

editor by editor
December 13, 2021
in অসম, গুৱাহাটী, বিনোদন, বিশ্ব, ভাৰত
0
২১ বছৰীয়া ৫ ফুট ৯ ইঞ্চি যুৱতীগৰাকীয়ে ২১ বছৰ পিছত বিদেশত নাম উজলালে ভাৰতৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশাল মন এটাৰে অন্য দহগৰাকী যুৱতীৰ দৰে তাইৰো আছিল এটা সপোন। আৰু সেই সপোনৰ পম খেদিয়েই তাই আজি ২১ বছৰৰ পিছত দেশৰ নাম উজলাই তুলিলে সুদূৰ ইজৰাইলত। আজি তাই লাখ লাখ যুৱতীৰ বাবে এটা প্ৰেৰণা আৰু সাহসৰ নাম।

যি প্ৰেৰণা হ’ব বাবে তাই ১৫ বছৰ ধৰি গভীৰ একাগ্ৰতা আৰু ধৈৰ্যৰে কৰ্ম কৰি যাব লগা হৈছিল। তাইৰ সম্পূৰ্ণ নাম হাৰ্নাজ কৌৰ সান্ধু। জন্ম হৈছিল ২০০০ চনৰ ৩ মাৰ্চ তাৰিখে। অতি সাধাৰণ ঘৰত জন্মলাভ কৰা হাৰ্নাজে চৰকাৰী বিদ্যালয়তে নিজৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল। পঞ্জাৱৰ ছণ্ডীগড়ত জন্ম হোৱা হাৰ্নাজে সৰুৰ পৰাই ভাল পাইছিল খাদ্য ৰান্ধি, নতুন ঠাই ভ্ৰমণ কৰি আৰু ভিন্ন ভংগিমাৰে নৃত্য পৰিৱেশন কৰি।

চণ্ডীগড়ৰ শিৱালিকা চৰকাৰী বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰি চণ্ডীগড়ৰ চৰকাৰী ছোৱালী মহাবিদ্যালয় পৰা উৰ্ত্তীণ হোৱাৰ লগতে উচ্চ শিক্ষা হাৰ্নাজে সমাপ্ত কৰিছিল এগৰাকী Bachelor Of Information Technology ৰ ছাত্ৰী হিচাপে। অথাৎ হাৰ্নাজ কেৱল দেখাতেই সুন্দৰী আছিল এনে নহ’য় অধ্যয়নতো তাই আছিল অত্যন্ত মেধাৱী। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন প্ৰতিযোগিতাত লাভ কৰা সেই পুৰস্কাৰ সমূহ আছিল ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ।
মিছ ডিৱা ২০২১ ৰ বিজেতা। আৰু শেহতীয়া ভাৱে ১৩ ডিচেম্বৰত ইজৰাইলত লাভ কৰিলে ৭০ সংখ্যক মিছ ইউনিভাৰ্ছ ২০২১ খিতাপ। মিছ ইউনিভাৰ্ছ হাৰ্নাজ সান্ধুৰ ওজন হৈছে প্ৰায় ৫০ কেঃজিঃ আৰু উচ্চতা হৈছে ৫.৯ ইঞ্চি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24harnaaz sandhulara duttamiss universe 2021sushmita sen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
Next Post
প্ৰথমগৰাকী ‘অমিক্ৰণ’ আক্ৰান্তৰ মৃত্যু, অমিক্ৰণক লৈ হঠাৎ বিশ্বজুৰি বৃদ্ধি পাইছে তৎপৰতা

প্ৰথমগৰাকী ‘অমিক্ৰণ’ আক্ৰান্তৰ মৃত্যু, অমিক্ৰণক লৈ হঠাৎ বিশ্বজুৰি বৃদ্ধি পাইছে তৎপৰতা

৭.৬ প্ৰাৱল্যৰ প্ৰৱল ভূমিকম্পৰ জোকাৰণি, ছুনামীৰ আশংকা, সতৰ্কতা জাৰি

৭.৬ প্ৰাৱল্যৰ প্ৰৱল ভূমিকম্পৰ জোকাৰণি, ছুনামীৰ আশংকা, সতৰ্কতা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.