• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

3 weeks ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

3 minutes ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

24 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

36 minutes ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

56 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

2 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

2 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

2 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

4 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

5 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

editor by editor
March 20, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰাছিয়াৰ পৰা অহা চোৰাংচোৱা তথ্যই ভাৰতত চলি থকা এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক উন্মোচন কৰি দিছে৷  নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে (এন আই এ) আমেৰিকাৰ নাগৰিক মেথিউ এৰন ভ্যানডাইক আৰু ছয়জন ইউক্ৰেইনৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে। এই  গ্ৰেপ্তাৰৰ পাছতেই  নিৰাপত্তা সংস্থাসমূহ পুনৰ অধিক সতৰ্ক হৈছে। এই গোচৰ কেৱল অবৈধ অনুপ্ৰৱেশৰ মাজতে সীমাবদ্ধ নহয়, ইয়াৰোপৰি ড্ৰ’ন প্ৰযুক্তি, প্ৰশিক্ষণ, আৰু ম্যানমাৰৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকা বুলিও অভিযোগ উত্থাপন হৈছে।
তদন্তত প্ৰকাশ পাইছে যে এই নেটৱৰ্ক দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছিল আৰু ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক৷ উত্তৰ পূবৰ মিজোৰাম, মণিপুৰকে আদ কৰি বিভিন্ন স্থানলৈ পৰিভ্ৰমণো কৰিছে এই ৬নাগৰিকে৷ উত্তৰ পূৱক ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰি আছিল বুলিও অভিযোগ উত্থাপিত হৈছে৷ খবৰ অনুসৰি আটাইকেইজন অভিযুক্তই বিভিন্ন সময়ত পৰ্যটন ভিছাত ভাৰতত প্ৰৱেশ কৰি তাৰ পিছত গুৱাহাটী হৈ মিজোৰামলৈ গৈছিল, য’ৰ পৰা প্ৰয়োজনীয় অনুমতি অবিহনে ম্যানমাৰত প্ৰৱেশ কৰিছিল। এই সমগ্ৰ ষড়যন্ত্ৰৰ বিষয়ে ৰাছিয়াই অৱগত হৈ লগে লগে এই চোৰাংচোৱা তথ্য ভাৰতীয় চোৰাংচোৱাক দিয়ে৷ তাৰপিছতেই উন্মোচিত হৈছে সমগ্ৰ বিষয়৷
NIAৰ মতে তেওঁলোকৰ লক্ষ্য আছিল তাত চলি থকা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকোৱা। তাৎপৰ্যপূৰ্ণভাৱে এই সমগ্ৰ অভিযানৰ সূত্ৰ আহিছিল ৰাছিয়াই দিয়া তথ্যৰ পৰা। ইয়াৰ পিছতে ভাৰতীয় সংস্থাসমূহে তিনিমাহজোৰা অভিযান চলাই দিল্লী, লক্ষ্ণৌ, আৰু কলকাতা বিমানবন্দৰত অভিযুক্ত কেইটাক আটক কৰে।

মেথিউ এৰন ভেনডাইক কোন আৰু সমগ্ৰ বিষয় কি?

  • এনডিটিভিৰ মতে, মেথিউ এৰন ভ্যানডাইকে নিজকে এজন নিৰাপত্তা বিশ্লেষক, যুদ্ধ সংবাদদাতা আৰু তথ্যচিত্ৰ নিৰ্মাতা বুলি বৰ্ণনা কৰিছে। ২০১১ চনৰ লিবিয়াৰ গৃহযুদ্ধৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে বিদ্ৰোহী যোদ্ধাৰ সৈতে যুঁজি পদকো লাভ কৰিছিল। সেই সময়ছোৱাত তেওঁ কাৰাগাৰতো আছিল। বিশ্ববিদ্যালয় সম্পূৰ্ণ কৰাৰ পিছত তেওঁ উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ মাজেৰে দীঘলীয়া মটৰ চাইকেল ভ্ৰমণত নামি পৰে৷ য’ত তেওঁৰ স্থানীয় লোকৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলে। লিবিয়া বিপ্লৱৰো তেওঁ অংশীদাৰ আছিল৷
  • লিবিয়াত পোৱা অভিজ্ঞতাৰ পিছতে ভ্যানডাইকে “ছন্স অৱ লিবাৰ্টি ইণ্টাৰনেশ্যনেল” নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে মেথিউ এৰন ভেনডাইকে৷ যিয়ে বিশ্বৰ বিভিন্ন সংঘাতপূৰ্ণ অঞ্চলত স্থানীয় সশস্ত্ৰ গোটক প্ৰশিক্ষণ দি আহিছে। তদন্তকাৰী সংস্থাসমূহৰ মতে, তেওঁ গেৰিলা যুদ্ধ, ড্ৰ’ন অপাৰেচন, জেমিং কৌশল, আধুনিক যুদ্ধ কৌশল আদিৰ প্ৰশিক্ষণ দি আহিছে। তেওঁৰ ছ’চিয়েল মিডিয়া আৰু ডিভাইচৰ তথ্যই ইংগিত দিয়ে যে তেওঁ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ সৈতে জড়িত হৈ আছে আৰু নিজকে এজন ফ্লিলেন্স সামৰিক প্ৰশিক্ষক বুলি গণ্য কৰে।
  • NIAৰ তদন্তত এই কথাও প্ৰকাশ পাইছে যে, ভেনডাইক আৰু তেওঁৰ সহযোগীসকলে কেইবাবাৰো ম্যানমাৰ ভ্ৰমণ কৰিছে আৰু তাত থকা গোটসমূহক প্ৰশিক্ষণ প্ৰদান কৰিছে৷ সংস্থাটোৱে দাবী কৰিছে যে তেওঁলোকে ইউৰোপৰ পৰা ম্যানমাৰলৈ ড্ৰ’ন আৰু অন্যান্য সঁজুলি পৰিবহণতো জড়িত আছিল।ভাৰতৰ উত্তৰ-পূব অঞ্চলকে এই অভিযানৰ এটা মূল কৰিড’ৰ হিচাপে লৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?
জীৱনশৈলী

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

April 13, 2026
Next Post
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.