• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?

2 years ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

9 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

22 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

42 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?

কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?

editor by editor
September 27, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউড ইণ্ডাষ্ট্ৰীৰ অন্যতম হৈছে কাপুৰ পৰিয়াল৷ পৃথ্বিৰাজ কাপুৰ, ৰাজ কাপুৰৰ পৰা ৰণবীৰ কাপুৰ৷ তেওঁলোকৰ পৰিয়ালত অভিনয়ৰ ধাৰা যুগ যুগ ধৰি চলি আহিছে৷ এই পৰিয়ালৰ সদস্যসকলৰ অভিনয়ে যেনেকৈ দৰ্শকক আনন্দ দি আহিছে তেনেকৈ কিন্তু শিক্ষাগত দিশত তেওঁলোক আগবাঢ়ি যোৱা নাই৷ পুথিগত শিক্ষা তেনেই কম কাপুৰ পৰিয়ালৰ সদস্যৰ৷

কাপুৰ পৰিয়ালৰ বহু সদস্যই বিদেশত গৈ নানান কোৰ্চ পঢ়ি আহিছে যদিও সাধাৰণভাৱে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী এই পৰিয়ালৰ কোনো এজন সদস্যৰেই নাই বুলি ক’ব পাৰি৷ কাপুৰ পৰিয়ালৰ প্ৰায় সংখ্যকেই নৱম দশম শ্ৰেণীলৈকে পঢ়া যদিও তেওঁলোকৰ পৰিয়ালৰ এজন মাত্ৰ সদস্যই অভিনয়-প্ৰযোজনাৰ ওপৰিও পঢ়া সমানে আগুৱাই নিছিল৷ তেঁৱেই সকলোতকৈ শিক্ষিত কাপুৰ পৰিয়ালত৷ তেওঁৰ নাম আদিত্য ৰাজ কাপুৰ৷

আদিত্য ৰাজ কাপুৰে ৬৭ বছৰ বয়সত গ্ৰেজুৱেছন কৰিছে৷ তেওঁ ছাম্মী কাপুৰ আৰু গীতা বালিৰ সন্তান৷ ইন্দিৰা গান্ধী নেশ্ব্যনেল অপেন ইউনিভাৰ্ছিটিৰ পৰা পঢ়াশুনা সম্পন্ন কৰে৷ স্নাতক হয় ফিলোছফি বিষয়ত পঢ়াশুনা কৰে৷ ১৯৫৬ চনত জন্ম হয় আদিত্যৰ৷ লৰেন্স স্কুল ছানৱাৰৰ পৰা পঢ়াশুনা কৰে৷ ৰাজকাপুৰৰ সৈতে বহু ছবিত এছিচটেণ্ট হিচাপে কাম কৰে৷ তেওঁৰ ছবিসমূহৰ ভিতৰত আছে ববি, ধৰম কৰম, সত্যম শিভম সুন্দৰম৷ ১৯৮৯ ত নিজেও এখন ছবি প্ৰযোজনা কৰে৷ আনকি পৰিচালনা আৰু অভিনয়ো কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

Next Post
কেন্দ্ৰই দিব ধামাকা পূজা অফাৰ! পূজাৰ পূৰ্বেই একাউণ্টত সোমাব ২হাজাৰকৈ টকা

৫০ লাখ টকাৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন