• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 ভাৰতত ক’ৰোনাৰ ‘কপ্পা’ আৰু ‘ডেল্টা’ প্ৰজাতি, WHOৰ নামকৰণ

 ভাৰতত ক’ৰোনাৰ ‘কপ্পা’ আৰু ‘ডেল্টা’ প্ৰজাতি, WHOৰ নামকৰণ

5 years ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

28 minutes ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

53 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

4 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

6 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

 ভাৰতত ক’ৰোনাৰ ‘কপ্পা’ আৰু ‘ডেল্টা’ প্ৰজাতি, WHOৰ নামকৰণ

editor by editor
June 1, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত
0
 ভাৰতত ক’ৰোনাৰ ‘কপ্পা’ আৰু ‘ডেল্টা’ প্ৰজাতি, WHOৰ নামকৰণ
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতত সৰ্বপ্ৰথমে চিনাক্ত ক’ৰোনা ভাইৰাছৰ প্ৰজাতিৰ নামাকৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। সোমবাৰে ‘কপ্পা’ আৰু ‘ডেল্টা’ নামেৰে নামাকৰণ কৰা হয় কোভিডৰ ভাৰতীয় প্ৰজাতিৰ। B.1.617.1 আৰু B.1.617.2 প্ৰজাতিৰ নামাকৰণ কৰিছে ক্ৰমে ‘কপ্পা’ আৰু ‘ডেল্টা’ নামেৰে। ২০২০ চনৰ অক্টোবৰত ক’ৰোনাৰ এই প্ৰজাতি ধৰা পৰিছিল ভাৰতত। বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰীক বৰ্ণমালাৰ আধাৰত নামাকৰণ কৰিছে এই ভাইৰাছৰ। একেদৰে, ব্ৰিটেইনত চিনাক্ত প্ৰজাতিৰ নাম ‘আল্ফা’, দক্ষিণ আফ্ৰিকাত চিনাক্ত প্ৰজাতিক ‘বীটা’ আৰু ‘গামা’ নামেৰে নামাকৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ কোভিড-১৯ ৰ প্ৰযুক্তিগত বিষয়ৰ মুৰব্বী ডাঃ মাৰিয়া ৱান কেৰখোৱএ সোমবাৰে টুইটযোগে জনায়, ‘বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছৰ প্ৰজাতিৰ চিনাক্তকৰণত সহজ আৰু সুবিধা হোৱাকৈ ইয়াক নামাকৰণ কৰা হৈছে। এই প্ৰজাতিসমূহৰ বৈজ্ঞানিক নামসমূহৰ পৰিৱৰ্তন নহয়। সদ্যহতে, সাধাৰণভাৱে চিনাক্ত কৰিবলৈ সুবিধা হোৱাকৈ নামসমূহ ৰখা হৈছে’। নামাকৰণৰ জৰিয়তে ভাইৰাছসমূহ চিনাক্তকৰণত সুবিধা হ’ব বুলি WHOৰ প্ৰকাশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24deltakappaworld health organization
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
Next Post
ঘৰত বহিয়েই লাভ কৰিব সুৰা, চৰকাৰে জনালে অনুমোদন

ঘৰত বহিয়েই লাভ কৰিব সুৰা, চৰকাৰে জনালে অনুমোদন

নেষ্টলেৰ খাদ্যসামগ্ৰীৰ অধিকাংশ স্বাস্থ্যসন্মত নহয়, বিতৰ্ক!

নেষ্টলেৰ খাদ্যসামগ্ৰীৰ অধিকাংশ স্বাস্থ্যসন্মত নহয়, বিতৰ্ক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.