• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

2 years ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

36 minutes ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 hour ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

2 hours ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

2 hours ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

2 hours ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

3 hours ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

4 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

4 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

4 hours ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

20 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

editor by editor
July 19, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ
0
SHARES
13.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডত আজিলৈকে বহু অভিনেত্ৰী আহিল, বহু গ’ল। তাৰে কিছুমানে বিশেষভাৱে মানুহৰ মন-প্ৰাণ মুহি লয়। কিছুমান আকৌ বিতৰ্কৰ বাবে চৰ্চাত থাকে। কিন্তু সবাতোকৈ সুন্দৰী বুলি কলে মনলৈ আহে কেইগৰাকী অভিনেত্ৰীৰ নাম।

পাছে তাৰেই মাজৰ এগৰাকী অপুৰ্ব সুন্দৰী অভিনেত্ৰী, যাক দেখিলেই পৰি গৈছিল লাইটছমেন। অভিনেতাবোৰো হৈছিল দীবানা। সম্বিৎ হেৰুৱাইছিল বহুতে। কেনেকৈ ইমান ধুনীয়া হব পাৰে কোনো মানুহ।

সেই অপুৰ্ব সুন্দৰী অভিনেত্ৰীগৰাকী হৈছে মধুবালা। য’তেই হাত দিছে সেয়াই হিট। বহু কেইখন ছুপাৰহিট ছবি দি গৈছে ভাৰতীয় চিনেমাজগতত। মুগল এ আজম কৰি দেশৰ লগতে বিশ্বৰে চিনাকি চেহেৰা হৈ পৰিছিল মধুবালা।

৬০-৭০ৰ দশকৰ সেই অতি ধুনীয়া অভিনেত্ৰী, যিয়ে মাত্ৰ এখন ছবিৰ পৰা ইমানেই নাম অৰ্জন কৰিছিল যে তেওঁৰ দৰে আৰু কোনেও বিখ্যাত হ’ব নোৱাৰিলে। আনকি এজন ছুপাৰষ্টাৰে প্ৰথমবাৰৰ বাবে দেখাৰ পিছত তেওঁৰ সংলাপবোৰো পাহৰি গৈছিল। চন্দ্ৰৰ দৰে উজ্জ্বল মুখৰ সেই অভিনেত্ৰী আছিল মধুবালা।

মধুবালাৰ সৌন্দৰ্য্য দেখি সকলোৱে আচৰিত হ’লেও শ্বাম্মী কাপুৰে প্ৰথম দেখাৰ পিছতে সম্বিৎ হেৰুৱাই পেলাইছিল। এই কথা শ্বাম্মী কাপুৰে নিজৰ জীৱনীত উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, প্ৰথমবাৰৰ বাবে লগ পোৱাৰ সময়ত তেওঁ স্তম্ভিত হৈ পৰিছিল। দুয়োৰে প্ৰথম লগ হৈছিল ‘ৰেল কা দিব্বা’ ছবিৰ চেটত।

মধুবালাই প্ৰায় দুটা দশক বলীউডত শাসন কৰিছিল। চল্লিশৰ পৰা ষাঠিৰ দশকলৈকে মধুবালাই নিজৰ ষ্টাইলেৰে মানুহৰ হৃদয় জয় কৰিছিল। ১৯৫১ চনত জেমছ ব্ৰুক নামৰ এজন বিদেশৰ জনপ্ৰিয় ফটোগ্ৰাফাৰে মধুবালাৰ ফটো তুলিছিল। যি ফটো বিশ্বৰ অতিকে জনপ্ৰিয় আমেৰিকাৰ লাইফ আলোচনীতো প্ৰকাশ পাইছিল।

সেই আলোচনীখনত মধুবালাক বলীউডৰ আটাইতকৈ ডাঙৰ তাৰকা বুলি কোৱা হৈছিল। হলিউডৰ পৰাও অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছিল মধুবালাক। কিন্তু সেয়া কোনো বিশেষ কাৰণবশতঃ হৈ নুঠে। দিলীপ কুমাৰৰ সৈতে প্ৰেম আৰু শেষত কিশোৰ কুমাৰৰ সৈতে বিবাশ আৱদ্ধ হৈ সংসাৰ কৰে। যদিও বিয়াৰ পাছতে বিশেষ বিমাৰ ধৰা পৰে মধুবালাৰ। যি বেমাৰৰ কোনো চিকিৎসাই নাছিল। মাথো ১ বছৰমান থাকিব বুলি চিকিৎসকেও সদৰি কৰি দিছিল। পাছত ৯ বছৰ কষ্ট ভুগি অৱশেষত মাত্ৰ ৩৬ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressBollywoodBollywood HeroineHindi Movie ActressMadhubala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ
জীৱনশৈলী

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

June 4, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?
জীৱনশৈলী

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

June 4, 2026
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
Next Post
বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

ত্ৰিগ্ৰহী যোগৰ অন্ত পৰাৰ পাছতে ৫ ৰাশিৰ সমস্যা বৃদ্ধি, বিৰোধীৰ পৰা সাৱধানে থাকিব

ত্ৰিগ্ৰহী যোগৰ অন্ত পৰাৰ পাছতে ৫ ৰাশিৰ সমস্যা বৃদ্ধি, বিৰোধীৰ পৰা সাৱধানে থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.