• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত

1 year ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

40 minutes ago

11 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

12 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

13 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

14 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

15 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

16 hours ago
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

17 hours ago
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত

editor by editor
October 23, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত

বলীউডৰ ভাইজান ছলমান খান আৰু গেংষ্টাৰ লৰেন্স বিষ্ণয়ক মাজৰ কথা সকলোৱে জানে। বিষ্ণই গেঙৰ পৰা অহৰহ ভাবুকি পাই আছে ছলমান খানে। বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত পৰিয়ালৰ পৰা প্ৰশাসনলৈকে সকলোৱে চিন্তিত হৈ পৰিছে অভিনেতাজনৰ নিৰাপত্তাক লৈ।
এতিয়া লৰেন্স বিষ্ণোই নিজেই নিজৰ বক্তব্যত স্বীকাৰ কৰিছে যে কিয় আৰু কি কাৰণত তেওঁ ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল। দিল্লী আৰক্ষীৰ আগচ লৰেঞ্চে ভাষ্য দিয়া বুলি সদৰি দিল্লী আৰক্ষীৰ।

কৃষ্ণসাৰ ঘটনা সন্দৰ্ভত ছলমান খানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিভিন্ন বক্তব্য দিছে মানুহে। কোনোবাই কৈছে যে ছলমান খানে এই বিষয়ত বিষ্ণই সম্প্ৰদায়ৰ ওচৰত ক্ষমা খুজিব লাগে, আনহাতে কোনোৱে কৈছে যে দুয়োজনে টি আৰ পি পাবলৈ এই কাম কৰিছে।

আনহাতে দিল্লী আৰক্ষীয়ে সদৰি কৰা অনুসৰি- লৰেঞ্চে কৃষ্ণসাৰ তথা ক’লা হৰিণৰ বাবে নহয়, অন্যহে আচল কাৰণ ছলমান খানক ভাবুকি দিয়াৰ। লৰেন্স বিষ্ণোই দিল্লী আৰক্ষীক দিয়া বক্তব্যত কয় যে, লৰেঞ্চে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈহে এই কাম কৰিছিল। তাৰোপৰি বিষ্ণই সমাজত ডাঙৰ নাম কৰিব বিচাৰিছিল লৰেঞ্চে।

দিল্লী আৰক্ষীয়ে সদৰি কৰা অনুসৰি লৰেঞ্চৰ ভাষ্য-
‘বাসুদেৱ ইৰাণীৰ হত্যাকাণ্ডৰ গোচৰত মোক গ্ৰেপ্তাৰ কৰি যোধপুৰলৈ অনা হৈছিল, য’ত মোক আদালতত হাজিৰ কৰা হৈছিল। আদালতৰ পৰা ওলাই অহাৰ সময়তে ছলমান খানো একেখন আদালততে ডেটত আহিছিল। মই তেওঁক হত্যা কৰাৰ ভাবুকি দিছিলো কাৰণ ছলমান খানে কৃষ্ণসাৰ চিকাৰ কৰিছিল কিন্তু তেওঁ আদালতৰ পৰা শাস্তি পোৱা নাছিল। কেৱল সংবাদ মাধ্যমত আৰু বিষ্ণই সমাজত নাম কৰাৰ বাবে এই কাম কৰিলোঁ। ছলমান খানক ভাবুকি দিয়াৰ গোচৰতো মোক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে সদৰি কৰা অনুসৰি, লৰেন্স বিষ্ণোইয়ে ২০২১ চনৰ ৩০ মাৰ্চত দিল্লী আৰক্ষীৰ বিশেষ কোষক এই বক্তব্য দিছিল। অৱশ্যে এই সন্দৰ্ভত সত্যতা কিমান আছে সেই বিষয়ে জনা নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bishnoi Gangdelhi policeDelhi Police Special GotLorence BishnoiSalman KhanSalman Khan And Lorence Bishnoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…
বিজ্ঞান

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

December 16, 2025
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে
ক্ৰীড়া

Next Post
নৱেম্বৰত ৭ টাকৈ গ্ৰহৰ মহাপৰিৱৰ্তন, সালসলনি হৈ পৰিব বহু কেইটা ৰাশিৰ ভাগ্য

এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন