• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত

কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

4 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

5 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

6 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

7 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

7 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

8 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

9 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

10 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

11 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত

editor by editor
October 23, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত
0
SHARES
401
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৃষ্ণসাৰ নহয়, এইটোহে মুখ্য কাৰণ ছলমানক ভবুকি দিয়াৰ, লৰেঞ্চে নিজেই সদৰি কৰিলে আৰক্ষীৰ আগত

বলীউডৰ ভাইজান ছলমান খান আৰু গেংষ্টাৰ লৰেন্স বিষ্ণয়ক মাজৰ কথা সকলোৱে জানে। বিষ্ণই গেঙৰ পৰা অহৰহ ভাবুকি পাই আছে ছলমান খানে। বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত পৰিয়ালৰ পৰা প্ৰশাসনলৈকে সকলোৱে চিন্তিত হৈ পৰিছে অভিনেতাজনৰ নিৰাপত্তাক লৈ।
এতিয়া লৰেন্স বিষ্ণোই নিজেই নিজৰ বক্তব্যত স্বীকাৰ কৰিছে যে কিয় আৰু কি কাৰণত তেওঁ ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল। দিল্লী আৰক্ষীৰ আগচ লৰেঞ্চে ভাষ্য দিয়া বুলি সদৰি দিল্লী আৰক্ষীৰ।

কৃষ্ণসাৰ ঘটনা সন্দৰ্ভত ছলমান খানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিভিন্ন বক্তব্য দিছে মানুহে। কোনোবাই কৈছে যে ছলমান খানে এই বিষয়ত বিষ্ণই সম্প্ৰদায়ৰ ওচৰত ক্ষমা খুজিব লাগে, আনহাতে কোনোৱে কৈছে যে দুয়োজনে টি আৰ পি পাবলৈ এই কাম কৰিছে।

আনহাতে দিল্লী আৰক্ষীয়ে সদৰি কৰা অনুসৰি- লৰেঞ্চে কৃষ্ণসাৰ তথা ক’লা হৰিণৰ বাবে নহয়, অন্যহে আচল কাৰণ ছলমান খানক ভাবুকি দিয়াৰ। লৰেন্স বিষ্ণোই দিল্লী আৰক্ষীক দিয়া বক্তব্যত কয় যে, লৰেঞ্চে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈহে এই কাম কৰিছিল। তাৰোপৰি বিষ্ণই সমাজত ডাঙৰ নাম কৰিব বিচাৰিছিল লৰেঞ্চে।

দিল্লী আৰক্ষীয়ে সদৰি কৰা অনুসৰি লৰেঞ্চৰ ভাষ্য-
‘বাসুদেৱ ইৰাণীৰ হত্যাকাণ্ডৰ গোচৰত মোক গ্ৰেপ্তাৰ কৰি যোধপুৰলৈ অনা হৈছিল, য’ত মোক আদালতত হাজিৰ কৰা হৈছিল। আদালতৰ পৰা ওলাই অহাৰ সময়তে ছলমান খানো একেখন আদালততে ডেটত আহিছিল। মই তেওঁক হত্যা কৰাৰ ভাবুকি দিছিলো কাৰণ ছলমান খানে কৃষ্ণসাৰ চিকাৰ কৰিছিল কিন্তু তেওঁ আদালতৰ পৰা শাস্তি পোৱা নাছিল। কেৱল সংবাদ মাধ্যমত আৰু বিষ্ণই সমাজত নাম কৰাৰ বাবে এই কাম কৰিলোঁ। ছলমান খানক ভাবুকি দিয়াৰ গোচৰতো মোক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে সদৰি কৰা অনুসৰি, লৰেন্স বিষ্ণোইয়ে ২০২১ চনৰ ৩০ মাৰ্চত দিল্লী আৰক্ষীৰ বিশেষ কোষক এই বক্তব্য দিছিল। অৱশ্যে এই সন্দৰ্ভত সত্যতা কিমান আছে সেই বিষয়ে জনা নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bishnoi Gangdelhi policeDelhi Police Special GotLorence BishnoiSalman KhanSalman Khan And Lorence Bishnoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
নৱেম্বৰত ৭ টাকৈ গ্ৰহৰ মহাপৰিৱৰ্তন, সালসলনি হৈ পৰিব বহু কেইটা ৰাশিৰ ভাগ্য

নৱেম্বৰত ৭ টাকৈ গ্ৰহৰ মহাপৰিৱৰ্তন, সালসলনি হৈ পৰিব বহু কেইটা ৰাশিৰ ভাগ্য

এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে

এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.