• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীতাৰ পাতাল প্ৰৱেশৰ পাছত কি কৰিছিল শ্ৰীৰামে? কিয় জলসমাধি লৈছিল ৰামে?

সীতাৰ পাতাল প্ৰৱেশৰ পাছত কি কৰিছিল শ্ৰীৰামে? কিয় জলসমাধি লৈছিল ৰামে?

11 months ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

8 minutes ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

39 minutes ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 hour ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

16 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

17 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

17 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

19 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

19 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

20 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

21 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

22 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সীতাৰ পাতাল প্ৰৱেশৰ পাছত কি কৰিছিল শ্ৰীৰামে? কিয় জলসমাধি লৈছিল ৰামে?

সীতাৰ পাতাল প্ৰৱেশৰ পাছত কি কৰিছিল শ্ৰীৰামে? কিয় জলসমাধি লৈছিল ৰামে?

editor by editor
February 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সীতাৰ পাতাল প্ৰৱেশৰ পাছত কি কৰিছিল শ্ৰীৰামে? কিয় জলসমাধি লৈছিল ৰামে?
0
SHARES
402
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰামায়ণৰ উত্তৰকাণ্ড পৰ্বত লৱ আৰু কুশ নামেৰে সীতাই দুই সন্তানৰ জন্ম দিয়াৰ কথা উল্লেখ আছে৷ ৰামায়ণৰ উত্তৰকাণ্ডক বহুতেই উত্তৰ ৰামায়ণো কোৱা হয়৷ এই পৰ্বত সীতা আৰু লক্ষ্মণক লৈ ৰামচন্দ্ৰ অযোধ্যালৈ উভতি আহে৷ কিন্তু কিছুদিনৰ ভিতৰত ৰাজ্যৰ মানুহে সীতাৰ চৰিত্ৰক লৈ কথা ক’বলৈ আৰম্ভ কৰে৷ প্ৰজাসকলে এই আলোচনা ৰামৰ কাণতো পেলায়৷ প্ৰবল মানসিক দ্বন্দ্বৰ মাজত ভূগি ৰামে শেষ পৰ্যন্ত লক্ষ্মণক কয় যে সীতাক জংঘলত এৰি আহাগৈ৷ তেতিয়া সীতা গৰ্ভৱতী আছিল৷ চকুৰ পানী মছি মছি লক্ষ্মণে মহৰ্ষি বাল্মীকিৰ আশ্ৰমত থৈ আহে৷ তাতেই লৱ আৰু কুশৰ জন্ম দিয়ে সীতাই৷ ইয়াৰপাছতেই বিভিন্ন ঘটনাৰ মাধ্যমেৰে লৱ কুশৰ সৈতে ৰাম দেখা হয়৷ লৱ কুশৰ পৰিচয় লাভৰ পিছত কি কৰিছিল ৰামে?

লৱ আৰু কুশ কেৱল দক্ষ বীৰেই নাছিল তেওঁলোক দুয়োৰে সংগীত প্ৰতিভাও আছিল৷ এদিন ৰামৰ ৰাজসভাত তেওঁলোক দুয়ো গীত পৰিবেশনৰ বাবে আহিছিল৷ সেই গীতৰ মাধ্যমেৰেই মাতৃ সীতাৰ কথা আৰু নিজৰ পৰিচয় দিছিল দুই বালকে৷ তেতিয়াই বাল্মীকি আহি ৰামৰ সৈতে লৱ কুশৰ পৰিচয় কৰাই দিয়ে৷ লৱ কুশ যে ৰামৰেই সন্তান সেই কথা জনায় বাল্মীকিয়ে৷ ইমান দিনৰ পাছত নিজৰ দুই পুত্ৰক দেখি আনন্দত আত্মহাৰা হৈ উঠে শ্ৰীৰাম৷

অযোধ্যালৈ উভতি আহে সীতা

ৰামচন্দ্ৰই কয় যে সীতাই ৰাজসভালৈ আহি যদি নিজৰ চৰিত্ৰৰ শুদ্ধতাৰ প্ৰমাণ দিয়ে তেতিয়া সীতাক তেওঁ গ্ৰহণ কৰিব৷ ইয়াৰপাছতেই সীতা অযোধ্যালৈ আহে৷ ভৰা সভাত ঠিয় হৈ তেওঁ হাতযোৰ কৰি কয়, ‘মই অন্তৰৰ পৰা শুদ্ধ৷ কেতিয়াও শ্ৰীৰামৰ অবিহনে অন্য কাৰোবাক মই মনত স্থান দিয়া নাই৷ মোৰ স্বামীয়ে যেতিয়া মোক বিশ্বাস নকৰে তেতিয়াহ’লে মা ধৰিত্ৰী তুমি তোমাৰ মাজত মোক সামৰি লোৱা৷’ সীতাৰ এই আবেদন শুনি ধৰিত্ৰী ফাটি যায় আৰু পাতাল লোকৰ পৰা স্বয়ং দেৱী ধৰিত্ৰী উঠি আহে৷ সীতাক লৈ আকৌ পাতালত প্ৰৱেশ কৰে৷

তাৰপিছত শ্ৰী ৰামে কি কৰিলে?

সীতাৰ পাতাল প্ৰৱেশৰ পাছত ৰামেও নিজৰ জীৱন বিসৰ্জন দিয়াৰ চেষ্টা কৰে৷ কিন্তু মহৰ্ষি বাল্মীকি আৰু মা কৌশল্যাই তেওঁক নিৰস্ত কৰে৷ ৰামে তেতিয়া অযোধ্যা শাসন কৰাৰ ওপৰিও নিজৰ দুই সন্তানক ডাঙৰ কৰাৰ দায়িত্ব কান্ধ পাতি লৈছিল৷ এজন আদৰ্শ ৰজা আৰু আদৰ্শ পিতৃৰ সকলো দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল তেওঁ৷ ৰামায়ণ অনুসৰি ৩০ বছৰ ৬ মাহ অযোধ্যাত ৰাজত্ব কৰে ৰামে৷ ৭০ বছৰ বয়সত তেওঁ ৰাজ্য ত্যাগ কৰি জলসমাধি লয়৷

ৰামৰ সৈতে যমৰ সাক্ষাৎ

অযোধ্যাত যেতিয়া সকলো সুন্দৰভাৱে চলিছিল সেই সময়ত এগৰাকী সন্ন্যাসীৰ ছদ্মবেশেৰে যমৰাজে ৰামৰ সৈতে দেখা কৰিবলৈ আহে৷ তেওঁ কয় যে তেওঁ দুৱাৰ বন্ধ কৰি কথা পাতিব৷ সেই সময়ত যদি কোনো সোমাই আহে তেন্তে নিজৰ প্ৰাণ বিসৰ্জন দিব লাগিব৷ তেতিয়াই লক্ষ্মণক বাহিৰৰ পাহাৰত থৈ ৰামে ধৰ্মৰাজ যমৰ সৈতে আলোচনাত বহে৷ যমে তেওঁক কয় যে বিষ্ণুৰ সপ্তম অৱতাৰ ৰামৰ এইবাৰ সময় আহিছে বৈকুণ্ঠলৈ উভতি যোৱাৰ৷

জল সমাধি

ৰামক সৈতে ধৰ্মৰাজৰ কথাৰ মাজত হঠাৎ দুৱাৰ খুলি ভিতৰত সোমাই আহে লক্ষ্মণ৷ লক্ষ্মণে কয় যে ঋষি দুৰ্বাষাই ৰামৰ সৈতে দেখা কৰিবলৈ আহিছে আৰু এতিয়াই ৰামৰ সাক্ষাৎ নাপালে তেওঁ সমগ্ৰ অযোধ্যাকেই অভিশাপ দিব৷ সেয়ে ৰামৰ নিষেধ অমান্য কৰি তেওঁ ভিতৰলৈ আহিছে৷ শেষনাগৰ অৱতাৰ লক্ষ্মণে জনাই যে ৰামে বৈকুণ্ঠলৈ যোৱাৰ পূৰ্বে তেওঁৱো বিদায় ল’ব৷ তাৰপিছতেই সৰযু নদীত জল সমাধি লয় লক্ষ্মণে৷ ইয়াৰপাছতেই নিজৰ ৰাজ্যৰ দায়িত্ব লব আৰু কুশৰ হাতত তুলি দি জলসমাধি লয় শ্ৰীৰামেও৷ মানৱ শৰীৰ ত্যাগ কৰি তেওঁ বৈকুণ্ঠলৈ উভতি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
Next Post
ফাগুনৰ শুক্লা দ্বিতীয়াত বসুমতী যোগ, শনিৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

ফাগুনৰ শুক্লা দ্বিতীয়াত বসুমতী যোগ, শনিৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.