• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

6 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

7 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

9 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

9 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

10 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

editor by editor
September 24, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মত প্ৰায় সকলো দেৱ-দেৱীৰেই নিজস্ব বাহন আছে৷ কোনোবা নহয় কোনোবা পশু বা পক্ষীয়েই দেৱতাসকলৰ বাহন৷ দেৱতাসকলৰ আৰাধনাত বিশেষ মাহাত্ম্য আছে এই বাহনসমূহৰো৷ দূৰ্গা পুজালৈ মাজত এমাহ থাকোতেই আৰম্ভ হৈছে এই সকলোবোৰৰ চৰ্চা৷ আমি সকলোৱে জানো মা দুৰ্গাৰ বাহন হৈছে সিংহ৷ কিন্তু কিয় দুৰ্গাই নিজৰ বাহন হিচাপে সিংহকেই বাছি ল’লে?

শিৱ পুৰাণ অনুসৰি মহিষাসুৰক বধ কৰিবলৈ যোৱাৰ সময়ত দেৱীক সিংহ দান কৰিছিল ব্ৰহ্মাই৷ সিংহ হৈছে প্ৰচণ্ড শক্তি, প্ৰৱল খং আৰু আক্ৰমণাত্মক মনোভাৱৰ লগতে ৰাজকীয় আচৰণৰ প্ৰতীক৷ মহিষাসুৰক বধ কৰোতে দেবীয়ে চামুণ্ডাৰ ৰূপ লৈছিল৷ সিংহৰ শক্তি, খং আৰু আক্ৰমণৰ সৈতে মিলি গৈছিল দেৱীৰ চামুণ্ডা ৰূপো৷ সিংহৰ ওপৰত দহোখন হাতেৰে দশভূজা হৈ দুৰ্গা দেৱী প্ৰত্যেকবাৰেই মৰ্ত্যলৈ আহে৷ শাৰদীয় এই সময়ৰ শুভা বঢ়াই দেৱী মৰ্ত্যলৈ নামে৷ দেৱী মৰ্ত্যলৈ অহাৰ উদ্দেশ্য এয়াই যে মৰ্ত্যৰ সমস্ত পাপ আৰু অন্ধকাৰ বিনাশ কৰা৷ সিংহৰ শক্তি, সাহস আৰু নেতৃত্বতেই মৰ্ত্যলৈ আহে দেৱী৷ মহিষাসুৰৰ বিৰুদ্ধে দেৱীৰ জয় সহজ নাছিল৷ প্ৰচণ্ড যুদ্ধত তেৱোঁ ক্ষত-বিক্ষত হৈ পৰিছিল৷ কিন্তু তেওঁ যুদ্ধত পিছুৱাই নগৈ পৰাক্ৰমেৰে যুদ্ধ জয় কৰিলে৷ বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা ভাৰ নিজৰ হাতত তুলি লৈছিল দেৱীয়ে৷ শৰীৰত তেজ বিৰিঙি উঠিলেও নিজৰ কৰ্মত তেওঁ অবিচল আছিল৷ তেওঁৰ সাহস আৰু নেতৃত্বৰ বাবেই যুগে যুগে শক্তিৰ দেৱী হিচাপেও তেওঁ পুজিত হৈ আহিছে৷ ইয়াৰোপৰি তেওঁৰ বাহন সিংহইয়ো দেৱীৰ সমানেই পৰাক্ৰম প্ৰদৰ্শন কৰিছিল বাবেই দেৱীৰ সৈতে সিংহকো পৰাক্ৰমী বুলি পুজা আগবঢ়াই আহিছে ভক্তগণে৷

উল্লেখ্য যে, তথাকথিত ধাৰণাত নাৰী মানেই কোমল প্ৰকৃতিৰ৷ শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ৷ এই ধাৰণাক কিন্তু নস্যাৎ কৰিছিল দেৱী দুৰ্গাই৷ মুখামুখীকৈ যুদ্ধ কৰি পুৰুষ পৰাক্ৰমক ধৰাসায়ী কৰিছিল দুৰ্গাই৷ সিংহৰ পিঠিত আহি মা দুৰ্গাৰ অৱস্থানে সাহস আৰু পূৰ্ণতা বুজায়৷ আন এক কাহিনী অনুসৰি শিৱক স্বামী হিচাপে লাভ কৰি দেৱী পাৰ্বতীয়ে ১০০০ বছৰ ধৰি তপস্যা কৰিছিল৷ এই প্ৰৱল তপস্যাতেই দেৱীয়ে শিৱক স্বামী হিচাপে লাভ কৰে৷ বিবাহৰ পাছতেই শিৱই পাৰ্বতীক কালি বুলি সম্বোধন কৰাত মনৰ দুখত কৈলাশ ত্যাগ কৰে দেৱীয়ে৷ দেৱীয়ে কৈলাশৰ পৰা উভতি আহি আকৌ তপস্যাত বহে৷ দেৱীয়ে এনেদৰে তপস্যা কৰি থাকোতেই এটা ক্ষুধাৰ্ত সিংহই দেৱীক আক্ৰমণ কৰিবলৈ আগুৱাই আহে৷ কিন্তু সিংহটোৱে কাষ চাপি আহিও দেৱীক আক্ৰমণ নকৰিলে৷ তাৰ সলনি দেৱীৰ তপস্যা ভংগলৈ অপেক্ষা কৰি থাকিল সিংহটোৱে৷ দেৱীৰ কাষতেই সিংহটো শুই পৰিল৷ এনেকৈ কেইবাবছৰো পাৰ হৈ যায়৷ সিংহটোৱেও স্থান সলনি নকৰি দেৱীৰ কাষতেই তেনেদৰে ৰৈ থাকিল৷

দেৱীৰ এই তপস্যা ভংগ হোৱাৰ পাছত দেৱী কলাৰ পৰা গৌৰবৰ্ণা হৈ পৰিল৷ সিংহটোৱেও দেৱীক এই ৰূপত দেখি হতচকিত হৈ পৰিল৷ তাৰপিছতেই দেৱীয়ে কাষতে থকা সেই সিংহকেই বাহন কৰে৷ যিটো সিংহই দেৱীক ভক্ষণ কৰিবলৈ আহিছিল সেই বাহনেই দেৱীৰ বাহন হৈ পৰিল৷ সিংহটোৱেও দেৱীৰ একান্ত ব্যাধ্য হৈ পাছলৈ দেৱীৰ কাষে কাষে থাকিবলৈ লয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.