• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

3 years ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

43 minutes ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

1 hour ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

2 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

3 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

4 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

4 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

5 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

6 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

15 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

editor by editor
September 24, 2023
in Uncategorized, বিবিধ, বিশ্ব, ৰাজনীতি
0
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংকটৰ মুখত আমেৰিকা৷ এইবাৰ দৰমহা বন্ধ হ’বলৈ গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰো! শাসক-বিৰোধীৰ মতপাৰ্থক্যৰ মাজতেই আমেৰিকাত সৃষ্টি হৈছে অচলাবস্তাৰ৷ এক সূত্ৰই প্ৰকাশ কৰামতে ৩০ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা স্তব্ধ হৈ পৰিব আমেৰিকা৷ আমেৰিকাত শ্বাটডাউন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

আমেৰিকাত শ্বাটডাউন
মাৰ্কিন সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি চৰকাৰী খৰচ সংক্ৰান্তীয় কেইবাটাও বিল পাৰ্লিয়ামেণ্টত বিৰোধীয়ে ৰখাই থৈছে৷ এই বিল পাছ নকৰিলে পৰিস্থিতি জটিল হ’ব৷ সেয়ে আমেৰিকাত শ্বাটডাউন হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে৷ বৰ্তমান মাৰ্কিন কংগ্ৰেছৰ নিম্নকক্ষ অৰ্থাৎ হাউছ অৱ ৰিপ্ৰেজেণ্টিভত সংখ্যা গৰিষ্ঠতা আছে ডোনাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টীৰ৷ কিন্তু উচ্চকক্ষ বা চেনেট সংখ্যালঘূ তেওঁলোক৷ তাতেই অধিকাংশ আসন দখল কৰিছে বৰ্তমানৰ প্ৰেছিডেণ্ট জ’ বাইডেনৰ দল ডেমক্ৰেটিক পাৰ্টীয়ে৷

বিশেষজ্ঞৰ দাবী, দুয়োখন সদনত দুটা দলৰ সংখ্যা গৰিষ্ঠতা থকাৰ বাবে বিল পাছ কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি ৩০ ছেপ্টেম্বৰৰ নিশা ১২ বজাৰ ভিতৰত চৰকাৰী খৰচ সংক্ৰান্তীয় বিল উত্থাপন কৰিব৷ কিন্তু এই সময় সীমাৰ মাজত বিল পাছ নকৰিলে আমেৰিকাত সমস্যাই দেখা দিব৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইন অনুুযায়ী শ্বাট ডাউন হ’লে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হ’ব৷ New York Times ৰ দাবী এইবাৰ লকডাউন হ’লে মাৰ্কিন সেনাৰ ৮০ হাজাৰ কৰ্মীয়েও দৰমহা লাভ নকৰিব৷

ৰাষ্ট্ৰপতিয়ে দৰমহা পাবনে?

শ্বাটডাউন হ’লে প্ৰভাৱ পৰিব মাৰ্কিন বৈদেশিকনীতিতো৷ এই পৰিস্থিতিত কোনো বিদেশী ৰাষ্ট্ৰক অস্ত্ৰ শস্ত্ৰ সৰবৰাহত বাধা আহিব৷ সম্প্ৰতি ইউক্ৰেইন আৰু টাইৱানক হাথিয়াৰ দিয়াৰ কথা ঘোষণা কৰিছিল ৱাছিংটনে৷ শ্বাটডাইন হ’লে এই সৰবৰাহ অনিৰ্দিষ্টকাললৈ বন্ধ হ’ব৷ এইসমূহৰ মাজতেই চৰ্চালৈ আহিছে, শ্বাটডাউন হ’লে মাৰ্কিন প্ৰেছিডেণ্টে দৰমহা পাবনে? এই সন্দৰ্ভত নিউৱৰ্ক টাইমছৰ প্ৰতিবেদনত লিখা হৈছে যে, প্ৰেছিডেণ্টৰ দৰমহাৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে৷ কাৰণ তেওঁ পাৰ্লিয়ামেণ্টৰ অবিচ্ছেদ্য অংগ নহয়৷ ফলত চৰকাৰী খৰচ বিল সংক্ৰান্তীয় বিষয়ৰ ওপৰত প্ৰেছিডেণ্টৰ দৰমহা নিৰ্ভৰ নকৰে৷ মাৰ্কিন সংবাদপত্ৰসমূহৰ দাবী যে ডনাল্ড ট্ৰাম্প আৰু বাইডেনৰ পুত্ৰ ওপৰত চলি থকা গোচৰসমূহৰ শুনানি শ্বাটডাউন হ’লেও সময়তেই হ’ব৷ মাৰ্কিন মুলূকত একাধিকবাৰ শ্বাটডাউনৰ ঘটনা হৈছে৷ ১৯৯৫-১৯৯৬ চনতো ২১ দিনৰ বাবে স্তব্ধ হৈ পৰিছিল আমেৰিকা৷ সেই সময়ত প্ৰেছিডেণ্ট আছিল বিল ক্লিণ্টন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
Next Post
মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?

মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?

আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে

আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.