• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?

‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?

4 years ago
গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

1 minute ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

52 minutes ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

1 hour ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?

editor by editor
June 13, 2022
in চিনেমা, বিনোদন
0
‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘Lipstick Under My Burkha’ হৈছে চাৰিগৰাকী মহিলা আৰু তেওঁলোকৰ সপোনৰ ভিত্তিত নিৰ্মিত এখন ছবি। বিত্তীয় স্বাধীনতা, গায়িকা হোৱা, এখন ডাঙৰ চহৰলৈ যোৱা আৰু সাধাৰণভাৱে জীৱন উপভোগ কৰা হৈছে ছবিখনৰ কেইটামান মূল বিষয়।

চাৰিগৰাকী মহিলাৰ নিজৰ এই আকাংক্ষাবোৰ সমাজৰ পৰা লুকাই ৰাখিবলগীয়া হয় আৰু ছবিখনত তেওঁলোকে এই আকাংক্ষাবোৰক এক বাস্তৱ ৰূপ দিবলৈ যোৱাটোৱেই এক দুঃসাহসিক ভ্ৰমণৰ দৰে হৈ পৰে। চলচ্চিত্ৰখনত এই আকাংক্ষাবোৰক ‘লিপষ্টিক’ৰ আখ্যা দিয়া হৈছে৷ আনহাতে, পুৰুষতান্ত্ৰিক সমাজখনক বোৰ্খাৰ আখ্যা দিয়া হৈছে।

চলচ্চিত্ৰখনে নাৰীবাদক তীব্ৰভাৱে উৎসাহিত নকৰে কিন্তু অলংকৃতাই (পৰিচালক) আমাক চাৰিগৰাকী বেলেগ বেলেগ মহিলাৰ কাহিনী ক’বলৈ এটা সূক্ষ্ম বৰ্ণনাশৈলী বাছনি কৰে যিয়ে পুৰুষ উগ্ৰবাদী সমাজ আৰু মানসিকতাৰ সৈতে যুঁজে আৰু তাতেই Lipstick Under My Burkhaৰ সৌন্দৰ্য!

লগতে পঢ়ক অক্ষৰ কুমাৰৰ বেয়া দিন!

অলংকৃতাই তেওঁৰ ছবিখনত সকলোৱে নিজকে বিচাৰি পোৱা এখন ঠাই (ভূপাল)দেখুৱাই আৰু তেওঁৰ চৰিত্ৰবোৰ সকলো বাস্তৱবাদী। এই ছবিখনৰ চৰিত্ৰকেইগৰাকীৰ নিজ নিজ সমস্যা থাকে আৰু তেওঁলোকে নিতৌ পুৰুষ প্ৰধান সমাজৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়।

শিৰীণ (কঙ্কনা) এগৰাকী গৃহিনী যি এগৰাকী চেলছগাৰ্লৰ কাম কৰে কিন্তু তেওঁ নিজৰ চাকৰিটো তেওঁৰ স্বামীৰ (সুশান্ত) পৰা লুকুৱাব লগা হয়। বুৱা জী ওৰফে ঊষা (ৰত্না) এগৰাকী ৫৫ বছৰীয়া মহিলা যি তেওঁৰ বয়সৰ বাবে আকাংক্ষাহীন হৈ পৰে কিন্তু ধৰ্মীয় কিতাপৰ আঁৰত লুকাই থকা চফ্ট পৰ্ণ পঢ়ি ভাল পায়।

লীলা (আহানা) এগৰাকী মুক্ত-উৎসাহী মহিলা যি ভূপালৰ সৰু চহৰখনত শ্বাসৰুদ্ধ অনুভৱ কৰে আৰু তাইৰ জীৱনত পুৰুষসকলক নিয়ন্ত্ৰণ কৰিবলৈ তাইৰ যৌনতা ব্যৱহাৰ কৰে। ৰিহানা (প্লাবিটা) এগৰাকী কলেজীয়া যুৱতী যি মাইলি চাইৰাছৰ ফেশ্বন ষ্টাইল অনুসৰণ কৰিব বিচাৰে। নিজৰ গোঁড়া পিতৃ-মাতৃৰ বাবে তাই গায়িকা হোৱাৰ আকাংক্ষা বোৰ্খাৰ আঁৰত লুকুৱাব লগা হয়।

লগতে পঢ়ক মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

চলচ্চিত্ৰখনৰ প্ৰতিটো চৰিত্ৰই বিভিন্ন ধৰণৰ কুসংস্কাৰ আৰু সীমাবদ্ধতাৰ সৈতে সম্পৰ্কিত কিন্তু অৱশেষত সেইবোৰে একেটা দিশলৈ আঙুলিয়াই— মহিলাৰ স্বাধীনতা নিয়ন্ত্ৰণ কৰা। সৰু চহৰৰ পৰিৱেশে চাৰিটা চৰিত্ৰক ইজনে সিজনৰ জীৱনৰ অংশ হ’বলৈ আৰু অৱশেষত একলগ হ’বলৈ সক্ষম কৰে।

Lipstick Under My Burkhaএ মহিলাসকলক কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত কোনো উপদেশমূলক বাৰ্তা নিদিয়ে অথবা পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে সৰ্বাধিক যুদ্ধও নকৰে। চলচ্চিত্ৰখনে মাথোঁ এক কথোপকথনৰ আৰম্ভ কৰিব খোঁজে— আমি মহিলাসকলৰ আকাংক্ষাৰ লগতে তেওঁলোকৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিব লাগে, মহিলাসকলক তেওঁলোকৰ সপোনৰ কথা মুকলিকৈ পাতিব পৰাকৈ সক্ষম কৰিব লাগে।

লগতে পঢ়ক হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

ছবিখনে বহুতো সমস্যাৰ প্ৰতি আঙুলি উঠায়— মহিলাৰ পোছাকৰ ওপৰত নিৰ্দেশ দিয়াৰ পৰা বিবাহত ‘Forced Sex’ৰ লৈকে এই ছবিখনে সকলোবোৰ সাহসেৰে সম্বোধন কৰে। এইখন এক সাহসী চলচ্চিত্ৰ, এইকাৰণে নহয় যে ই মহিলাৰ যৌনতাৰ কথা কয়, বৰঞ্চ এই কাৰণে যে তেওঁলোকৰ আকাংক্ষা আৰু সমস্যাৰ প্ৰতি আটাইতকৈ স্পষ্ট আৰু গুৰুতৰভাৱে মনোযোগ দিয়ে।

অলংকৃতাই তেখেতৰ এই চিন্তাক সফল কৰিবলৈ আশ্চৰ্যকৰ অভিনেতাৰ এটা সৈন্য বাছনি কৰে। সুশান্ত, কঙ্কনা, প্লাবিতা, ৰত্ন, বিক্ৰান্ত বা আহানা, সকলোৱে তেওঁলোকৰ চৰিত্ৰ ফুটাই তুলাত সক্ষম হয়।

এই চলচ্চিত্ৰখন মিছ নকৰিব কিয়নো এনেকোৱা প্ৰতিদিনেই নহয় যেতিয়া বলীউডে মহিলা আৰু তেওঁলোকৰ আকাংক্ষাৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ সাহস কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodLipstick Under My Burkha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?
বিনোদন

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

March 27, 2026
Next Post
পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?

পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?

বিপদে লগ এৰা নাই বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক! পুনৰ কলকতা আৰক্ষীৰ চমন

বিপদে লগ এৰা নাই বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক! পুনৰ কলকতা আৰক্ষীৰ চমন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.