• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

4 years ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

6 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

38 minutes ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

1 hour ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

2 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

3 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

5 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

editor by editor
June 11, 2022
in চিনেমা, বিনোদন
0
হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকল কি আৰু মহিলাসকলে কি বিচাৰে সেইবোৰ হৈছে নিৰন্তৰে সোধা প্ৰশ্ন। আৰু এই প্ৰশ্নসমূহক লৈ সঘনাই হোৱাটছএপ গ্ৰুপত কৌতুক কৰা দেখা যায়। দূৰদৰ্শন আৰু চিনেমাই প্ৰায়ে মহিলাৰ সৈতে মহিলাসকলৰ বাবে অনুষ্ঠান সৃষ্টি কৰি এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰে আৰু ‘Four More Shots Please’ ভাৰতীয় দৃশ্যপটৰ এক শেহতীয়া উদাহৰণ।

ছবিখনত ধনী ছোৱালীসকলে কেনেকুৱা জীৱনশৈলী বিচাৰে তাৰ ওপৰত খণ্ড খণ্ডকৈ বিশ্লেষণ কৰা হৈছে। কিন্তু আচলতে যে ছোৱালীবোৰ কিমান যন্ত্ৰনা-ভয়-ভাবুকিৰে যুঁজি আছে সেয়া ছবিখনত পৰিলক্ষিত নহ’ল। ছোৱালীসকল সকলো সমস্যাৰ সমাধানবিলাক ইমান উজুকৈ দেখুওৱা হৈছে ছিৰিজখনত। কিন্তু আচলতে এনেকুৱা সম্ভৱনে? আপুনি চিৰিজখন চালে নিজেই বুজি পাব।

লগতে পঢ়ক কণ্ঠশিল্পী কে কেৰ মৃত্যু, প্ৰেক্ষাগৃহৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য এক শিল্পীৰ 

ইয়াৰ বিপৰীতে চিৰিজখনত দেখুওৱা হৈছে, মহিলাসকলে সদায় অনবদ্য পোছাক পৰিধান কৰা, সদায় তেওঁলোকৰ কেৰিয়াৰত সফলতা লাভ কৰা, হেণ্ডচাম পুৰুষৰ সৈতে ডেটিং কৰা আৰু তাৰ মাজতেই সময় উলিয়াই কেনেবাকৈ সদায় একেলগে ফুৰিবলৈ, সুৰাপান কৰিবলৈ, ধূমপান কৰিবলৈ আৰু নৃত্য কৰিবলৈ যোৱা। আচলতে এনেকুৱাহে জীৱনশৈলী বিচাৰে ছবিখনৰ বান্ধৱী কেইজনে।

Four More Shots Please ৰ দ্বাৰা দৰ্শকক এইটো ভাবিবলৈ বাধ্য কৰোৱা হৈছে যে ৩০ বছৰৰ ঊৰ্ধৰ এগৰাকী মহিলাই প্ৰতি নিশা এটা বাৰত কটাব, কিন্তু সেই একেগৰাকী মহিলাই পিছদিনা সাৰ পাই পিতৃতান্ত্ৰিকতা, অন্যায়, মানসিক সমস্যা, সমাজ আৰু ৰাজনীতিৰ সৈতে গুৰুত্বসহকাৰে যুঁজিবলৈ সময় পায়। যিসকল মহিলাই সঁচা অৰ্থত এইসমূহ সমস্যাৰ সৈতে যুঁজি আছে, তেঁওলোকৰ সংগ্ৰামসমূহ চিৰিজখনত আঁৰতেই থাকি গ’ল।

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ গোচৰ : তদন্তকাৰী বিষয়াক কি ক’লে আৰিয়ানে?

‘মহিলাসকল কেতিয়াও বিফল হ’ব নোৱাৰে’— চিৰিজখনত নাৰীবাদৰ এই উপৰুৱা ৰূপৰ সৈতে দৰ্শকক পৰিচয় কৰোৱা হৈছে। দৰ্শকক এইটো দেখুওৱাৰ সলনি যে পুৰুষৰ দৰে মহিলাও বিফল হ’ব পাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোক সক্ষম আৰু শক্তিশালী নহয়; ইয়াৰ অৰ্থ হৈছে যে পুৰুষৰ দৰে  তেওঁলোকো পোহৰ আৰু অন্ধকাৰ, ইতিবাচক আৰু নেতিবাচক, শক্তি আৰু দুৰ্বলতাৰ দ্বাৰা গঠিত; নাৰীবাদৰ এক অন্য স্বৰূপ হে দেখা গ’ল। আজিৰ সময়ত মহিলাসকলক সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয় চিৰিজখনত ঠিকেই দৰ্শোৱা হ’ল, কিন্তু তেওঁলোকৰ সমস্যা সমাধানৰ পথসমূহ বাস্তৱিকতাৰ পৰা সম্পূৰ্ণৰূপে ফালৰি কটা।

চিৰিজখনত দৰ্শোৱা মতে কেৱল মহিলাই হে মহিলাৰ সমস্যাবোৰ সঠিকভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে কিন্তু দৰাচলতে মহিলাৰ সমস্যাবোৰো হৈছে মানুহৰ সমস্যা। পৰিচালকে চিৰিজখন ‘Empowering’ কৰিবলৈ যাওঁতে ভাৰতীয় মহিলাৰ বৈশিষ্ঠ্যসমূহ পুৰুষৰ বৈশিষ্ঠ্যৰ সৈতে সাঙুৰি ল’লে যি সত্যৰ পৰা বহু দূৰত।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFour More Shots Please
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য
বিনোদন

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

August 30, 2026
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?
বিনোদন

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

August 30, 2026
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে
বিনোদন

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

August 29, 2026
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…
বিনোদন

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

August 27, 2026
Next Post
মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

অক্ষৰ কুমাৰৰ বেয়া দিন!

অক্ষৰ কুমাৰৰ বেয়া দিন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.