• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণ্ঠশিল্পী কে কেৰ মৃত্যু, প্ৰেক্ষাগৃহৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য এক শিল্পীৰ 

কণ্ঠশিল্পী কে কেৰ মৃত্যু, প্ৰেক্ষাগৃহৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য এক শিল্পীৰ 

4 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

31 minutes ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

55 minutes ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

1 hour ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

3 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

5 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

5 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

7 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

8 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কণ্ঠশিল্পী কে কেৰ মৃত্যু, প্ৰেক্ষাগৃহৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য এক শিল্পীৰ 

editor by editor
June 11, 2022
in ভাৰত, সংগীত
0
কণ্ঠশিল্পী কে কেৰ মৃত্যু, প্ৰেক্ষাগৃহৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য এক শিল্পীৰ 
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২২ চনৰ ৩১ মে’ত পৃথিৱীৰ পৰা বিদায় লয় বলীউডৰ বিখ্যাত কণ্ঠশিল্পী কে কে। সেইদিনা কলকাতাৰ নজৰুল মঞ্চত তেওঁ এটি পৰিবেশন কৰি আছিল। মঞ্চত গান গাই থাকোতে তেওঁ অসুস্থ হ’বলৈ ধৰিলে। তাৰ পৰা লগে লগে তেওঁক হোটেল ল যোৱা হয়। কোৱা হৈছে যে লাইভ শ্ব’টোৰ পিছতে কে কে অচেতন হৈ পৰিছিল। কে কেৰ মৃত্যুৰ পিছত নাজৰুল মঞ্চত অনুষ্ঠিত কনচাৰ্টক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

ভাইৰেল হোৱা ভিডিঅ’ত এ চি কাম কৰা নাই বুলি বাৰে বাৰে ঘাম মচি কে কেই অভিযোগ কৰা দেখা গৈছিল৷

লগতে পঢ়ক যোগাসনত কি কৰিব আৰু কি নকৰিব? জানিবলৈ চাওক…

এতিয়া গায়ক-সুৰকাৰ অৰ্জুন কানুংগোৱে উক্ত প্ৰেক্ষাগৃহটোৰ বিষয়ে অতি চাঞ্চল্যকৰ মন্তব্য কৰিছে৷

অৰ্জুনে কয় যে তেৱোঁ এবাৰ সেই অ’ডিটৰিয়ামত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু তেওঁৰো একেই অনুভৱ হৈছিল। অৰ্জুনেও উশাহ ল’ব পৰা নাছিল। তাত বৰ গৰম আছিল আৰু এ চি কাম কৰা নাছিল। অৰ্জুনে ক’লে যে সেই পুৰণি প্ৰেক্ষাগৃহটো সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হোৱা নাই।

লগতে পঢ়ক পিৰিয়ডৰ সময়ত পেড ব্যৱহাৰ কৰি চৰ্মৰোগ হৈছে নেকি? ঘৰুৱা উপায়েৰে তৎক্ষণাত সকাহ পাওক

‘‘শুনিছিলো যে প্ৰেক্ষাগৃহটো বৰ গৰম আছিল। মই আগতেও সেই অডিটৰিয়ামটোত শ্ব’ কৰিছো আৰু মোৰো একে অভিজ্ঞতা হৈছিল৷ উশাহ ল’ব পৰা নাছিলো। তাত বৰ গৰম আছিল। ইমান গৰম আছিল যে এচিটোৱে কাম কৰা নাছিল। এই পুৰণি প্ৰেক্ষাগৃহবোৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হোৱা নাই।’’ অৰ্জুনে কয়৷

অৰ্জুনে লগতে আৰু কয় ‘‘তাত বহুতো সমস্যাৰ সৃষ্টি হৈছে। প্ৰেক্ষাগৃহটো ভাল হ’ব লাগিছিল। এই বিষয়ে তেওঁলোক (মেনেজমেণ্ট) জানিছিল নে নাই নাজানো। তেওঁ যদি জানিছিল, তেন্তে তেওঁ শ্ব’টো বন্ধ কৰি দিব লাগিছিল।’’

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamK K
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?
বিনোদন

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
Next Post
কেবিনেট মন্ত্ৰীৰ সন্মুখতে বিজেপি নেতা-বিধায়কৰ মাৰপিট, চাওক ভিডিঅ’…

কেবিনেট মন্ত্ৰীৰ সন্মুখতে বিজেপি নেতা-বিধায়কৰ মাৰপিট, চাওক ভিডিঅ’...

হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.