• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?

11 months ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

9 minutes ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

25 minutes ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

46 minutes ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

1 hour ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

2 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

3 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

4 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

5 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?

ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?

editor by editor
May 9, 2025
in বিবিধ, ভাৰত
0
ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰবল উত্তেজনাৰ সময়তেই হাস্পতালৰ ছাদসমূহত অঁকা হৈছে ৰেড ক্ৰছ চিহ্ন৷ দিল্লীৰ সকলো হাস্পতালৰ ছাদতেই ৰেড ক্ৰছ আঁকি দিয়াৰ নিৰ্দেশ দিছে ডাইৰেক্টৰ জেনেৰেল অফ হেলথ ছাৰ্ভিছেচে৷ পাকিস্তানৰ সৈতে যুদ্ধৰ মাজতেই আকাশপথেৰে আক্ৰমণৰ আশংকাত এই পদক্ষেপ লোৱা হৈছে৷ কিন্তু এই ৰেড ক্ৰছৰ অৰ্থ কি?

কেৱল দিল্লীৰেই নহয়, ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰ প্ৰশাসনেও সীমান্ত এলেকাৰ হাস্পতালসমূহৰ ছাদত ৰেড ক্ৰছ চিহ্ন আঁকিবলৈ নিৰ্দেশ দিছিল৷ যুদ্ধ বা সংঘৰ্ষৰ মাজতেই এই পদক্ষেপ লোৱা সৈতে স্বাস্থ্য পৰিকাঠামোসমূহক ৰক্ষা কৰাৰ বাবে৷ মূলত বিমান আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

কি কাৰণত ব্যৱহাৰ কৰা হয় ৰেড ক্ৰছ?

আন্তৰ্জাতিক মানৱাধিকাৰ আইন অনুসৰি সংঘাত বা যুদ্ধৰ সময়ত এক পক্ষই আন এক পক্ষৰ স্বাস্থ্য পৰিকাঠামোত আঘাত কৰিব পাৰে৷ জেনেভা কনভেনছনৰ নিয়ম অনুসৰি যুদ্ধৰ সময়ত কেতিয়াও প্ৰতিপক্ষই দেশৰ হাস্পতাল, স্বাস্থ্য পৰিকাঠামো আৰু চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীৰ ওপৰত আঘাত কৰিব নোৱাৰে৷

ৰেড ক্ৰছ চিহ্নই বুজায় সে এই ভৱনটো হাস্পতাল বা স্বাস্থ্য পৰিকাঠামোৰ সৈতে যুক্ত৷ আন্তৰ্জাতিক আইন অনুসৰি ফাইটাৰ জেটৰ পৰা সেই চিহ্ন দেখিলে তাত বোমা বা মিছাইল আক্ৰমণ কৰা নিষেধ৷ যদিও যুদ্ধৰ ইতিহাসত এনে বহু ঘটনা ঘটিছে য’ত হাস্পতালৰ ওপৰত বোমা বৰ্ষণো হৈছে৷ সম্প্ৰতি ইজৰাইল-হামাছ যুদ্ধতো এই ছবি দেখা গৈছে৷

ৰেড ক্ৰছ চিহ্নৰ ইতিহাস

১৮৬৮ চনত জেনেভা কনভেনছনে তৈয়াৰ কৰিছিল ৰেড ক্ৰছ চিহ্ন৷ সমগ্ৰ বিশ্বৰ শান্তি, সেৱাৰ কামত যিসকল যুক্ত তেঁওলোকে এই চিহ্ন ব্যৱহাৰ কৰিব পাৰে৷ সমগ্ৰ বিশ্বত নিৰপেক্ষতা আৰু যুদ্ধৰ সময়ত নিৰাপত্তা পোৱাৰ বাবে এই চিহ্ন ব্যৱহাৰ কৰা হয়৷ বগা বেকগ্ৰাউণ্ডৰ ওপৰত ৰঙা ৰং দি ক্ৰছ অঁকা হয়৷ এই চিহ্নই বুজায় যে সেই ঘৰটো বা এই স্থান যাতে কোনোৱে টাৰ্গেট নকৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

Next Post
৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে

আপুনিও এইজন জোৱানক দিয়ক এটা চ্যেলুট! দেশৰ বাবে বিবাহৰ লগ্ন লৈ ৰৈ নাথাকি বিবাহ সম্পন্ন কৰি দেশমাতৃৰ হৈ যুঁজিবলৈ ওলাইছে জোৱান প্ৰনৱ গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন