• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

1 year ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

5 minutes ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

1 hour ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

1 hour ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

2 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

2 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

4 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

5 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

6 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

editor by editor
November 11, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

শীতৰ আগমণ হৈছে , লাহে লাহে বৃদ্ধি পাইছে শীত। দিনৰ ভাগত গৰম থাকিলেও নিশা শীত নামি আহে। বতৰ বিজ্ঞান কেন্দ্ৰকৰ ফালৰ পৰাও সদৰি হৈছে শীতৰ আগজাননীৰ কথা। লগতে এইবাৰ শীতৰ প্ৰকোপ অধিক বৃদ্ধি পাব বুলি সদৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।

আনহাতে ভাৰতৰ ৬ ৰাজ্যত বৰষুণৰ সম্ভাৱনা বুলিও সদৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। উত্তৰ ভাৰতত ইতিমধ্যে শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা সদৰি কৰা অনুসৰি অহা ১৫ নৱেম্বৰৰ পৰা দেশৰ উত্তৰ অংশত শীতৰ প্ৰকোপ প্ৰৱল ভাৱে বৃদ্ধি পাব।

ৰাজধানী দিল্লীকে ধৰি ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশত ঘন কুঁৱলিৰ চাদৰ ইতিমধ্যে পৰা দেখা গৈছে। অনাগত দিনত অদিক শীত পৰিব। ৰাজস্থানত এইবাৰ বৰফৰ চাদৰ দেখা গৈছে কোনো এলেকাত।

ইয়াৰ উপৰিও বতৰ বিভাগে অনাহত ৫-৬ দিনত কেইবাখনো ৰাজ্যত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে। প্ৰকাশ পোৱা জাননী অনুসৰি, বংগোপসাগৰত নিম্ন চাপৰ এলেকা গঠন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱৰ বাবে ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত দেশৰ বহু ৰাজ্যত ঘন বৰষুণ হ’ব পাৰে।

আজি ১১ নৱেম্বৰত তামিলনাডু, পুডুচেৰী, কৰিকালত প্ৰবল বৰষুণ হব পাৰে। ১২ নৱেম্বৰত উপকূলীয় অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰী আৰু যমন, ৰায়ালাসীমা, কৰাইকাল চহৰৰ ওপৰত প্ৰচণ্ড বৰষুণ হ’ব পাৰে। ১৩ নৱেম্বৰত তামিলনাডু, পুডুচেৰী, কেৰালা, উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু যমন, মাহে, ৰায়ালাসীমাৰ ওপৰত প্ৰচণ্ড বৰষুণ হ’ব পাৰে।

১৪ নৱেম্বৰত তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, পুডুচেৰী, দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটক, উপকূলীয় কৰ্ণাটক আৰু কৰৈকাল, মাহে, যমন, ৰায়ালাসীমাৰ ওপৰত প্ৰচণ্ড বৰষুণ হ’ব পাৰে। ১৫ নৱেম্বৰত তামিলনাডু, পুডুচেৰী, কেৰালা আৰু কাৰাইকাল, মাহেত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। ১৬ নৱেম্বৰত কেৰালা আৰু মাহেত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে দেশৰ আন ৰাজ্যত বৰষুণৰ কোনো পূৰ্বাভাস পোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ColdIMDrainWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ
জীৱনশৈলী

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

March 18, 2026
Next Post
শপত গ্ৰহণ কৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন, মোদীৰ দৰেই পুটিনলৈ ফোন লগালে ট্ৰাম্পে, ক’লে বিশেষ কথা…

শপত গ্ৰহণ কৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন, মোদীৰ দৰেই পুটিনলৈ ফোন লগালে ট্ৰাম্পে, ক'লে বিশেষ কথা...

ৰাহুৰ নক্ষত্ৰমণ্ডল পৰিৱৰ্তনৰ ফলত ৩টা ৰাশিৰ বেয়া সময় অন্ত, এতিয়া কেৱল টকাই টকা

ৰাহুৰ নক্ষত্ৰমণ্ডল পৰিৱৰ্তনৰ ফলত ৩টা ৰাশিৰ বেয়া সময় অন্ত, এতিয়া কেৱল টকাই টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.