• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী মহিলাৰ নখত এটা সামান্য চিন; চিকিৎসকে চিনাক্ত কৰিলে দুৰ্লভ কেন্সাৰ

এগৰাকী মহিলাৰ নখত এটা সামান্য চিন; চিকিৎসকে চিনাক্ত কৰিলে দুৰ্লভ কেন্সাৰ

5 years ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

24 minutes ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

55 minutes ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

2 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

2 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

2 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

11 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

12 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

12 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

13 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

14 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

14 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

এগৰাকী মহিলাৰ নখত এটা সামান্য চিন; চিকিৎসকে চিনাক্ত কৰিলে দুৰ্লভ কেন্সাৰ

editor by editor
June 29, 2021
in অসম, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
এগৰাকী মহিলাৰ নখত এটা সামান্য চিন; চিকিৎসকে চিনাক্ত কৰিলে দুৰ্লভ কেন্সাৰ
0
SHARES
17.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নখত থকা এটা সাধাৰণ চিহ্নই ভয়ংকৰ বিপদ মাতিলে এগৰাকী মহিলাৰ জীৱনলৈ। ব্ৰিটেইনৰ এগৰাকী মহিলাৰ জীৱনত সংঘটিত হৈছে এই ঘটনা। নখত দেখা পোৱা এই সামান্য যেন লগা চিহ্নক প্ৰথমে অৱজ্ঞা কৰিছিল এলেনা চেবেৰ্স নামৰ মহিলাগৰাকীয়ে। পাছলৈ কেন্সাৰ সন্দৰ্ভত এটি স্বাস্থ্যসম্বন্ধীয় প্ৰৱন্ধৰ জৰিয়তে জ্ঞাত হয় মহিলাগৰাকী। লগে লগে চিকিৎসকৰ কাষ চাপে এলেনা চেবেৰ্স। মহিলাগৰাকীৰ নখত চিকিৎসকে চিনাক্ত কৰে দুৰ্লভ কেন্সাৰৰ প্ৰজাতি। এলেনা চেবেৰ্স মেলানোমা নামৰ এক চৰ্মকেন্সাৰত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে। পাছত চিকিৎসকৰ উপযুক্ত পৰামৰ্শ জৰিয়তে সুস্থ হয় মহিলাগৰাকী। সম্প্ৰতি কেন্সাৰমুক্ত এলেনা চেবেৰ্স। দেখাত সাধাৰণ যেন লগা এনেধৰণৰ চিহ্নই ভয়ংকৰ বিপদ মাতিব পাৰে ব্যক্তিৰ জীৱনলৈ। অৱজ্ঞা নকৰি প্ৰথম অৱস্থাতেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24health tipsskin cancer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
উত্তৰ প্ৰদেশৰ লখিমপুৰ খীৰীত জল সত্যাগ্ৰহ!

উত্তৰ প্ৰদেশৰ লখিমপুৰ খীৰীত জল সত্যাগ্ৰহ!

সুদীৰ্ঘ ২২ বছৰে জৰাজীৰ্ণ কোঠাত আবদ্ধ মাজুলীৰ ভনীকন

সুদীৰ্ঘ ২২ বছৰে জৰাজীৰ্ণ কোঠাত আবদ্ধ মাজুলীৰ ভনীকন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.