• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

10 months ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

10 minutes ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

40 minutes ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

1 hour ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

2 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

3 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

12 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

13 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

14 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

editor by editor
June 18, 2025
in জীৱনশৈলী
0
দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দাঢ়ি ৰখা নৰখা, এই বিষয়ত মতানৈক্য হৈয়েই ভাঙি গল ৭মাহৰ বৈবাহিক সম্পৰ্ক৷ কেৱল সেয়াই নহয়, অভিযোগ অনুসৰি স্বামীক এৰি দাঢ়িহীন দেওৰেকৰ সৈতে সম্পৰ্ক গঢ়িছে পত্নীয়ে৷ ঘটনাটো উত্তৰপ্ৰদেশৰ মিৰাটৰ৷ ইতিমধ্যেই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এলেকাটোত৷

মিৰাটৰ উজ্জ্বল গাৰ্ডেন কলোনিৰ বাসিন্দা মৌলানা ছাকিৰৰ অভিযোগ, তেওঁৰ পত্নী আৰ্চিয়ে তেওঁক বাৰে বাৰে দাঢ়ি কাটিবলৈ অনুৰোধো কৰিছিল৷ কিন্তু ছাকিবৰ দাবী তেওঁ ধৰ্মীয় বিশ্বাস ভংগ কৰিব নোৱাৰে৷ সেয়ে তেওঁ ধৰ্মীয় বিশ্বাসৰ কাৰণে মুখমণ্ডলত  কোনো কাৰণতে কেঁচি-ক্ষুৰ ব্যৱহাৰ কৰিব নোৱাৰে৷ এই বিষয়ক লৈয়েই দীৰ্ঘদিন ধৰি দাম্পত্য জীৱনত চলিছিল অশান্তি৷ শেষত সেই অশান্তিৰ কাৰণেই ঘৰ এৰে পত্নী আৰ্চিয়ে৷

মাত্ৰ ৭মাহ পূৰ্বে বিয়া কৰাইছিল ছাকিব আৰু আৰ্চিয়ে৷ দ্বাদশ শ্ৰেণী পৰ্যন্ত পঢ়াশুনা কৰা আৰ্চিয়ে বৰ্তমান উচ্চশিক্ষা গ্ৰহণ কৰি আছে৷ বিবাহৰ পাছতেই তেওঁ স্বামীক দাড়ি কাটি ক্লিন ছেভড কৰিবলৈ জোৰ কৰি আহিছিল৷ এই প্ৰসংগত এটা হিন্দী সংবাদসংস্থাক ছাকিবে কয়, ‘মই ধৰ্মবিশ্বাস অনুসৰি দাড়ি ৰখা ফৰজ৷ কিন্তু আৰ্চিয়ে সেয়া মানিবলৈ ৰাজি নহয়৷ বাৰে বাৰে মোক চাপ দি থকা হৈছিল৷ দাড়িক কেন্দ্ৰ কৰিয়েই আমাৰ দাম্পত্য জীৱনত কন্দল বাঢ়িছিল৷’

ইফালে প্ৰতি অভিযোগত আৰ্চিয়ে স্পষ্ট কৰিছে যে, এই বিবাহত তেওঁৰ সন্মতি নাছিল৷ সন্মতি অবিহনেই তেওঁক বিয়া কৰাইছিল ছাকিবে৷ তাৰপিছতেই ছাকিবক তেওঁ ক্লিন ছেভডৰ বাবে অনুৰোধ কৰিছিল যদিও সেই কথা ছাকিবে মনা নাছিল৷ এই দ্বন্দৰ মাজতেই আৰ্চিৰ প্ৰেমত পৰিছিল তেওঁৰেই দেওৰেক৷ ছাকিবৰ ভাতৃ আৰ্চিয়ে বিচৰা ধৰণৰ পুৰুষ৷ সেয়ে আৰ্চিয়ে দেওৰেকৰ সৈতে সংসাৰ কৰিবলৈকে গৃহত্যাগ কৰে৷ নিখোঁজ হৈ যায় দুজনেই৷ আত্মীয়স্বজনৰ সৈতেও যোগাযোগ ৰখা নাই আৰ্চি আৰু ছাকিবৰ ভাতৃয়ে৷

এই সমগ্ৰ ঘটনাৰ সত্যাসত্য জনাইছে এছ পি চিটি আয়ুষ বিক্ৰম সিঙেও৷ তেওঁৰ বক্তব্য, ‘এগৰাকী ব্যক্তিৰ অভিযোগ যে তেওঁৰ পত্নীয়ে তেওঁৰ সৰু ভায়েকৰ সৈতে পলাই গৈছে৷ আমিও নিখোজ হোৱাৰ ৰিপৰ্ট গ্ৰহণ কৰিছো৷ তদন্ত চলিছে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?
জীৱনশৈলী

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

April 10, 2026
Next Post
৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন