• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰী কন্যাৰ সৈতে বাৰে বাৰে, বহু মাহ ধৰি মাতৃৰ সমুখতেই…অৱশেষত মাতৃ আৰু প্ৰেমীক আটক

10 months ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

38 minutes ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

1 hour ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

3 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

11 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

12 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

13 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

14 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

15 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিশোৰী কন্যাৰ সৈতে বাৰে বাৰে, বহু মাহ ধৰি মাতৃৰ সমুখতেই…অৱশেষত মাতৃ আৰু প্ৰেমীক আটক

editor by editor
June 5, 2025
in বিবিধ, ভাৰত
0
কিশোৰী কন্যাৰ সৈতে বাৰে বাৰে, বহু মাহ ধৰি মাতৃৰ সমুখতেই…অৱশেষত মাতৃ আৰু প্ৰেমীক আটক
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিশোৰী কন্যাৰ সৈতে বাৰে বাৰে, বহু মাহ ধৰি মাতৃৰ সমুখতেই…অৱশেষত মাতৃ আৰু প্ৰেমীক আটক

নিজৰ জন্মদাত্ৰীয়েই শত্ৰু হৈ পৰিল কন্যাৰ। যি মাতৃয়ে কন্যাৰ ৰক্ষা কৰিব লাগিছিল, সেই মাতৃয়েই হৈ পৰে কন্যাৰ বেপাৰী। অৱশেষত কুলাংগাৰ মাতৃ আৰু মাতৃৰ প্ৰেমীকক আৰক্ষীয়ে আটক কৰে। এই অপবিত্ৰ ঘটনা হৰিদ্বাৰৰ দৰে পবিত্ৰ ভূমিৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ১৩ বছৰীয়া কন্যাক মাতৃয়ে বাৰে বাৰে তুলি দিছিল প্ৰেমীকৰ হাতত ধৰ্ষণৰ বাবে। প্ৰথম অৱস্থাত মদ্যপান কৰোৱাই এই কামত লগাইছিল কন্যাক। পাছলৈ প্ৰাণে মৰাৰ ভাবুকিৰে বহুবাৰ ধৰ্ষণ কৰা হৈছিল কিশোৰী কন্যাক।

ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে কুলাংগাৰ মাতৃ আৰু মাতৃৰ প্ৰেমিকক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি কিশোৰী কন্যাই অৱশেষত যেতিয়া পিতৃৰ আগত সকলো ব্যক্ত কৰে, তেতিয়া লগে লগে পিতৃ কাষ চাপে আৰক্ষীৰ।

আৰক্ষীয়ে ঘটনাৰ গোচৰ ৰুজু কৰি মাতৃ-প্ৰেমীকক আটক কৰাৰ লগতে কিশোৰী কন্যাৰ ভাষ্য সংগ্ৰহ কৰে। লগতে মাতৃ-প্ৰেমীকৰ বিৰুদ্ধে পস্কো আইনৰ আধাৰত গোচৰ ৰুজু কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: haridwarrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

March 18, 2026
Next Post
ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি

দৈনিক ৰাশিফল- আজি নিৰ্জলা একাদশীত ৰবিযোগ-চিত্ৰা নক্ষত্ৰ, কেনে যাব দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন