• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি

চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি

4 years ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

20 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

43 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

58 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

2 hours ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি

editor by editor
October 7, 2022
in খাদ্য, জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
চুম্বন এলাৰ্জী! প্ৰেমিকৰ এটা চুম্বনৰ পিছতেই যুৱতীৰ প্ৰাণক লৈ টনাটনি
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমিকৰ সৈতে ডেটত হৈছিল যুৱতীগৰাকী। প্ৰেমিকৰ সৈতে অম্তৰংগ সময় অতিবাহিত কৰিয়েই বিপদত পৰিছে যুৱতীগৰাকী। প্ৰেমিকে আদৰেৰে ওঁঠত আকি দিয়া চুমাই এতিয়া মৃত্যুৰ মুখলৈ থেলি দিছে যুৱতীগৰাকীক। প্ৰকৃততে কি হৈছে যুৱতীগৰাকীৰ?
এটা চুমাই শংকা আনিছে জীৱনলৈ। চুম্বনৰ পিছতেই এলাৰ্জীৰ বাবে ফুলি উঠিছিল যুৱতীগৰাকীৰ ওঁঠ। গোটেই মুখখনেই ফুলি উঠিছিল যুৱতীগৰাকীৰ।

সামাজিক মাধ্যমত যুৱতীগৰাকীয়ে এটি ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে সমূহ কথা। মাৰাত্মক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি যুৱতীগৰাকীয়ে কয় যে, প্ৰেমিকৰ সৈতে ডেটত যাওঁতেই এই ঘটনা। জেনেল গাঞ্জালেঞ্চ নামৰ ২৭ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰেমিকৰ কাষৰ পৰা উভতি অহাৰ পিছতেই ওঁঠ, মুখৰ অৱয়ব ফুলি উঠিবলৈ আৰম্ভ কৰে। চকু-মুখ মাৰাত্মকভাৱে ফুলি উঠাৰ কাৰণ ভাৱি যুৱতীগৰাকী চিন্তিত হৈ পৰিল। এই এলাৰ্জীৰ উৎস কি তাকে লৈ চিন্তিতও হৈ পৰিল। প্ৰেমিকেৰে খাদ্য সেৱন কৰোতেও তেনেধৰণে এলাৰ্জী হোৱা কোনো খাদ্যই খোৱা নাছিল তেন্তে কিয় এই এলাৰ্জী?

উল্লেখ্য যে, এলাৰ্জীৰ মাত্ৰা বাঢ়ি যোৱাত চিকিৎসকৰ কাষ চপাতহে স্পষ্ট হৈ পৰে সকলো। চুম্বনৰ পৰাই পৰোক্ষভাৱে এলাৰ্জী জেনেলৰ শৰীৰত প্ৰৱেশ কৰিছে। প্ৰেমিকে চুম্বনৰ পূৰ্বে গ্ৰহণ কৰা এলাৰ্জী হ’ব পৰা খাদ্য যুৱতীগৰাকীৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলতেই এই এলাৰ্জী হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
Next Post
১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?

১৬ দেৱতাৰ বাসস্থান, ডুবাইত নিৰ্মিত ১৩১ কোটি টকীয়া হিন্দু মন্দিৰটো দৰ্শনৰ বাবে কেনেকৈ কৰিব অনলাইন বুকিং?

‘দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?

'দৰ্পচূৰ্ণ’, ভূপেন বৰাৰ কবিতাৰ ৰাজনীতিয়ে অসমৰ ৰাজনীতিক দিব নেকি অন্য মাত্ৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.