• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি বিশ্বকাপত ভাৰতৰ সমুখত শ্ৰীলংকা, হাৰিলে মহাবিপদ

আজি বিশ্বকাপত ভাৰতৰ সমুখত শ্ৰীলংকা, হাৰিলে মহাবিপদ

1 year ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

10 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

42 minutes ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

59 minutes ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

3 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

7 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

7 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

8 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

9 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি বিশ্বকাপত ভাৰতৰ সমুখত শ্ৰীলংকা, হাৰিলে মহাবিপদ

editor by editor
October 9, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি বিশ্বকাপত ভাৰতৰ সমুখত শ্ৰীলংকা, হাৰিলে মহাবিপদ
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বিশ্বকাপত ভাৰতৰ সমুখত শ্ৰীলংকা, হাৰিলে মহাবিপদ

ভাৰত আৰু শ্ৰীলংকাৰ মহিলা দলে আজি অৰ্থাৎ ৯ অক্টোবৰ বুধবাৰে মহিলা টি-২০ বিশ্বকাপ ২০২৪ত মুখামুখি হ’ব। এই প্ৰতিযোগিতাত টিম ইণ্ডিয়াৰ এইখন তৃতীয়খন মেচ হ’ব। এই পৰ্যন্ত খেলা দুখন মেচত টিম ইণ্ডিয়াই এখন মেচত জয়ী হোৱাৰ লগতে এখনত পৰাস্ত হৈছে। এনে পৰিস্থিতিত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ তৃতীয়খন মেচ দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ভাৰতীয় মহিলা দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিছিল, য’ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰ পাছত দ্বিতীয়খন মেচত পাকিস্তানক পৰাস্ত কৰি জয়ৰ একাউণ্ট খুলিলে টিম ইণ্ডিয়াই।

এতিয়া টিম ইণ্ডিয়াই যিকোনো মূল্যৰ বিনিময়ত শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিব লাগিব। আজিৰ খেল খনত জয়ী হলে নিশ্চিত ভাৱে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হব, যদিহে পৰাস্ত হয় তেন্তে পাছৰ খন খেললৈ অপেক্ষা কৰাৰ লগতে গ্ৰুপৰ অন্য দলৰ খেল বোৰো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিব।

২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন অহা ০৯ অক্টোবৰ বুধবাৰে অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন আৰম্ভ হ’ব বিয়লি ৩:৩০ বজাৰ পৰা।

ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ ২০২৪।

মহিলা টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়া-
শ্বেফালী ভাৰ্মা, স্মৃতি মান্ধনা, জেমিমাহ ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), ঋচা ঘোষ (উইকেটকীপাৰ), দীপ্তি শৰ্মা, সজীৱ সজনা, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়ংকা পাটিল, আশা শোভানা, ৰেনুকা ঠাকুৰ সিং, পূজা বস্ত্ৰকাৰ, ৰাধা যাদৱ, দয়ালন হেমলতা, যস্তিকা ভাটিয়া।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs SriLankaIndian Women CricketIndian Women TeamT 20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
Next Post
কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ

কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ

ৰসায়ন বিজ্ঞানৰ নবেল, এইবাৰ তিনিগৰাকী বৈজ্ঞানিকলৈ একেলগে এই সন্মান

ৰসায়ন বিজ্ঞানৰ নবেল, এইবাৰ তিনিগৰাকী বৈজ্ঞানিকলৈ একেলগে এই সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.