• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি বিশ্ব যকৃত দিৱস, গ্ৰীষ্মকালত কিদৰে ল’ব ইয়াৰ যত্ন, আজিয়ে ত্যাগ কৰক এই অভ্যাস

আজি বিশ্ব যকৃত দিৱস, গ্ৰীষ্মকালত কিদৰে ল’ব ইয়াৰ যত্ন, আজিয়ে ত্যাগ কৰক এই অভ্যাস

12 months ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

11 minutes ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

55 minutes ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

2 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

2 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

3 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

4 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

4 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

5 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

20 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

20 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি বিশ্ব যকৃত দিৱস, গ্ৰীষ্মকালত কিদৰে ল’ব ইয়াৰ যত্ন, আজিয়ে ত্যাগ কৰক এই অভ্যাস

editor by editor
April 18, 2025
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
আজি বিশ্ব যকৃত দিৱস, গ্ৰীষ্মকালত কিদৰে ল’ব ইয়াৰ যত্ন, আজিয়ে ত্যাগ কৰক এই অভ্যাস
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বিশ্ব যকৃত দিৱস, গ্ৰীষ্মকালত কিদৰে ল’ব ইয়াৰ যত্ন, আজিয়ে ত্যাগ কৰক এই অভ্যাস

মানৱ শৰীৰৰ প্ৰতিটো অংগৰ গুৰুত্ব বেলেগ বেলেগ। যকৃতো তাৰ ভিতৰত অন্যতম। যকৃতৰ এটা বিশেষ বৈশিষ্ট্য হ’ল কোনো সমস্যা হ’লে ই নিজে সুস্থ হৈ উঠে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি ইয়াক সহজভাৱে ল’ব লাগে। বহু সময়ত মানুহে ইয়াৰ অৱনতিৰ প্ৰাৰম্ভিক লক্ষণবোৰক আওকাণ কৰে, যাৰ বাবে ভৱিষ্যতে তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।
প্ৰতি বছৰে ১৯ এপ্ৰিলত বিশ্ব যকৃত দিৱস হিচাপে পালন কৰা হয়। লিভাৰ ডে’ৰ বিশেষত্ব হ’ল এই দিনটোত মানুহক লিভাৰ সম্পৰ্কীয় ৰোগৰ বিষয়ে সজাগ কৰা হয়। এইবৰ্ষৰ যকৃত দিৱসৰ থিম হৈছে Food is Medicine। ইয়াৰ অৰ্থ হ’ল -খাদ্য ঔষধ।

এইবাৰৰ বিষয়বস্তু খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত। ভাল খাদ্যই প্ৰতিটো ৰোগৰ পৰা আঁতৰি থকাত সহায় কৰে আৰু যকৃতৰ ৰোগ জীৱনশৈলীৰ লগত জড়িত, য’ত খাদ্যও অন্তৰ্ভুক্ত।

এই অভ্যাসবোৰে যকৃতৰ ক্ষতি কৰে-
১) মদ্যপান- মানুহৰ বিশেষকৈ যুৱক-যুৱতীৰ যকৃতৰ ক্ষতি হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হ’ল মদ্যপান। মানুহে এই ক্ষতিকাৰক পানীয় দৈনিক খাবলৈ আৰম্ভ কৰিছে, যিটো ঠিক নহয়।
২) ধূমপান- বেছিকৈ চিগাৰেট সেৱন কৰিলেও যকৃতৰ সমস্যা হব পাৰে।
৩) পানী কমকৈ খোৱা- প্ৰয়োজন অনুসাৰে পানী সেৱনৰ ফলত যকৃত সমস্যামুক্ত হৈ থাকে, কিন্তু পানী কমকৈ সেৱন কৰিলেঅংগটোৰ ক্ষতি হয় আৰু চৰ্বি জমা হ’ব পাৰে।
৪) ঔষধ- বিষ নিৰাময় ঔষধ গ্ৰহণ কৰিলেও যকৃতৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ খাব নালাগে।
৫) মেদবহুলতা- অত্যধিক মেদবহুলতাই যকৃতৰ স্বাস্থ্যও নষ্ট কৰে। দেৰিলৈকে সাৰে থকাটোৱেও যকৃতত প্ৰভাৱ পেলায়।

যকৃতৰ ক্ষতিৰ লক্ষণ-
সঘনাই ভাগৰুৱা অনুভৱ কৰা।
ভোক কমি যোৱা আৰু দ্ৰুত ওজন কমি যোৱা।
পেট ফুলা ।
জণ্ডিচ।
প্ৰস্ৰাৱৰ গাঢ় ৰং।

সুষম খাদ্য-
সেউজীয়া শাক-পাচলি যেনে ব্ৰকলি, কবি, ফুলকবি আদি
সতেজ আৰু বতৰৰ ফল-মূল
হালধি
কম চৰ্বি আৰু কেলৰি থকা প্ৰটিন

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: liverLiver Healthworld Liver Day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?
জীৱনশৈলী

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

April 1, 2026
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
Next Post
‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

'মই কাকো অনুৰোধ নকৰো, আদেশ দিও', দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

কাইলৈ ১৯ এপ্ৰিলত এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

কাইলৈ ১৯ এপ্ৰিলত এই ৫ ৰাশিৰ সলনি হ'ব ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.