• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ, বিনেশ ফোগাট, বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান!

2 years ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

23 minutes ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

39 minutes ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

1 hour ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

3 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

4 hours ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

5 hours ago
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ, বিনেশ ফোগাট, বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান!

হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ, বিনেশ ফোগাট, বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান!

editor by editor
September 4, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ, বিনেশ ফোগাট, বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান!
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জল্পনা চলিছিল পেৰিছ অলিম্পিকৰ পৰা ঘূৰি অহাৰ পূৰ্বেই৷ শেষ পৰ্যন্ত সেই জল্পনাই যেন সঁচা প্ৰমাণিত হ’ল৷ খেলৰ ময়দানৰ পৰা ৰাজনীতিৰ ময়দানত নামিল ভাৰতৰ দুগৰাকী মল্লযুঁজাৰু বিনেশ ফোগাট আৰু বজৰং পুনিয়া৷ বুধবাৰে কংগ্ৰেছত যোগ দিলে ভাৰতৰ দুই মল্লযুজাৰু বিনেশ আৰু বজৰং পুনিয়াই৷

নতুন দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দুয়ো দেখাও কৰিছে৷ আগন্তুক মাহতেই হাৰিয়ানা বিধানসভা নিৰ্বাচনত দুজনেই প্ৰাৰ্থিত্ব আগবঢ়াব৷ ৫ অক্টোবৰত ৯০ আসনৰ বাবে হাৰিয়ানা বিধানসভাৰ ভোটগ্ৰহণ৷ সেই ৰাজ্যৰ বৰ্তমান শাসকদল বিজেপিক টক্কৰ দিবলৈ সাজু হৈছে কংগ্ৰেছ৷ আম আদমি পাৰ্টীৰ সৈতে জোঁট বান্ধি আলোচনা আৰম্ভ কৰিছে কংগ্ৰেছে৷

আপৰ সৈতে জোটক লৈ এতিয়াও কোনো ফাইনেল সিদ্ধান্ত লোৱা নাই কংগ্ৰেছ নেতাই৷ একাংশ সূত্ৰৰ খবৰ অনুসৰি হাৰিয়ানাৰ ১০ আসনৰ বাবে কংগ্ৰেছৰ সৈতে বুজাপৰা কৰিব আপে৷ কংগ্ৰেছ নেতৃত্বই ৭খনতকৈ বেছি আসন দিবলৈ প্ৰস্তুত নহয়৷ ইপিনে আপ আৰু কংগ্ৰেছৰ বুজাপৰাৰ কথা চলি থাকোতেই দুই তাৰকা মল্লযুঁজাৰুৰ কংগ্ৰেছত যোগদানে শক্তি বঢ়াব কংগ্ৰেছ দলৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
Next Post
বিনেশ ফোগাট আৰু বজৰং পুনিয়াক কোন দুখন আসনত প্ৰক্ষেপ কৰিব কংগ্ৰেছে? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই দিছে তথ্য

বাংলাদেশত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে চীন, জামাত-ই-ইছলামী দলক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন