• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ জুলাইত গুৱাহাটীলৈ যশৱন্ত সিনহা। গুৱাহাটীত বিৰোধী নেতৃত্বৰে বৈঠক

১৩ জুলাইত গুৱাহাটীলৈ যশৱন্ত সিনহা। গুৱাহাটীত বিৰোধী নেতৃত্বৰে বৈঠক

4 years ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

15 minutes ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

38 minutes ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

1 hour ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

2 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

3 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

4 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

5 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

6 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

7 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

8 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

9 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৩ জুলাইত গুৱাহাটীলৈ যশৱন্ত সিনহা। গুৱাহাটীত বিৰোধী নেতৃত্বৰে বৈঠক

কংগ্ৰেছৰ উদ্যোগত বিৰোধীৰ ৰণকৌশল। বিৰোধীৰ বৈঠকলৈ আমন্ত্ৰিত নহ’ল AIUDF

editor by editor
July 10, 2022
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
১৩ জুলাইত গুৱাহাটীলৈ যশৱন্ত সিনহা। গুৱাহাটীত বিৰোধী নেতৃত্বৰে বৈঠক
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ অহা ১৩ জুলাইত গুৱাহাটীত উপস্থিত হ’ব যশৱন্ত সিনহা৷ বিৰোধী শিবিৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা সন্মিলিত বিৰোধীৰ এক সভাত।

গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকলৈ কিন্তু আমন্ত্ৰিণ নহ’ল আন এটা প্ৰধান বিৰোধী দল AIUDF ৷

বৈঠকৰ তথ্য ৰাজহুৱা কৰিছে APCCৰ সভাপতি ভূপেন বৰাই৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত নাথাকিব দলীয় হুইপ। বিবেক ভোটৰ আহ্বান জনালে ভূপেন বৰাই।

শাসক পক্ষৰ ওপৰত মনস্তাত্ত্বিক চাপ সৃষ্টিৰ কৌশল। অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন৷

এই নিৰ্বাচনত বিবেক ভোটৰ আহ্বান জনায় শাসক পক্ষৰ ওপৰত মনস্তাত্ত্বিক চাপ সৃষ্টি কৰিবলৈ কৌশল ৰচিছে বিৰোধী শিবিৰে৷

APCCৰ সভাপতিগৰাকীৰ ভাষ্যত ফুঁটি উঠিছে এই ধাৰণা৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলৈ বিৰোধী শিবিৰৰ আন এক বৃহৎ শক্তি AIUDFক আমন্ত্ৰণ জনোৱা হোৱা নাই৷

তাৰ বিপৰীতে শাসক পক্ষৰ ওপৰত মনস্তাত্ত্বিক চাপ সৃষ্টি কৰিবলৈ কৌশল ৰচিছে বিৰোধী শিবিৰে৷ অৱশ্যে ১৮ জুলাইতহে স্পষ্ট হ’ব বিৰোধী শিবিৰৰ প্ৰকৃত ৰাজনৈতিক শক্তি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assamassam bjpassam congressassam ka newsassam ka tazza khabarassam live 24Assam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssambjpBollywoodCongresscovid 19himanta biswa sarmahimanta biswa sharmahoroscope in assameseindianarendra-modiRussia Ukraine invasionsarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!
বিনোদন

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

August 11, 2026
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

August 11, 2026
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!
প্ৰযুক্তি

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

August 11, 2026
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?
বিনোদন

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

August 11, 2026
Next Post
হঠাৎ থমকিল সিন্দে চৰকাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ উৎকণ্ঠা

হঠাৎ থমকিল সিন্দে চৰকাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ উৎকণ্ঠা

ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.