• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

4 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

4 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

5 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

5 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

6 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

8 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

9 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

9 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

10 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

11 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

12 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

editor by editor
March 29, 2022
in অপৰাধ, ভাৰত
0
হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোবিন্দপুৰী অঞ্চলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ চিপ লৈ থকা যুৱকজনৰ হাত দুখন ৰছীৰে আৰু চকুত পটি বান্ধি থোৱাৰ অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছে৷ আৰক্ষীৰ লগতে ফৰেনছিক দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তপ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

আৰক্ষীয়ে মৃতদেহটো বুৰাৰী আত্মহত্যাৰে সাদৃশ্য থকাৰ কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে কেইবছৰমান আগতে বুৰাৰী অঞ্চলত একেটা পৰিয়ালৰে ১১ জন সদস্যৰ আত্মহত্যা কাণ্ড পোহৰলৈ আহিছিল৷ উক্ত আত্মহত্যা কাণ্ডৰ মৃতদেহসমূহ তদ্ৰূপৰূপত উদ্ধাৰ কৰা হৈছিল৷

লগতে পঢ়ক জঘন্য! ৬৫ বছৰীয়া পুৰোহিতৰ ১৫ বছৰীয়া বিকলাংগ কিশোৰীক ৩ মাহ ধৰি ধৰ্ষণ

আৰক্ষীৰ সন্দেহ যে যুৱকজনে কোনো তন্ত্ৰ-মন্ত্ৰৰ গ্ৰাসত পৰি বুৰাৰী আত্মহত্যাৰ কাণ্ডৰ দৰে আত্মহত্যা কৰিব পাৰে৷ বৰ্তমান গোবিন্দপুৰী আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মৃত যুৱকজনৰ পৰিয়াল আৰু বন্ধুবৰ্গক জেৰা কৰি অনুসন্ধান চলাই আছে। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতে আৰক্ষীয়ে ইয়াক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে।

দক্ষিণ-পূব জিলা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৃত যুৱকজন অজয় গুপ্তা (৩৫)৷ অজয়ে অকলে গোবিন্দপুৰীৰ লেন-৭ৰ চতুৰ্থ মহলাত বাস কৰিছিল। অজয়ে পত্নীসহ দুই সন্তান এৰি গ’লেও তেওঁ পৃথকে বাস কৰি আহিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ডেৰ বছৰ আগতে এক ঘৰুৱা বিবাদত লিপ্ত হৈ অজয়ৰ পত্নীয়ে দুই সন্তানৰ সৈতে লক্ষ্মী নগৰত পৃথকে বাস কৰিবলৈ লৈছিল৷

লগতে পঢ়ক মৃত্যুদূত ৱে’গনাৰ হাতৰ পৰা পুনৰ প্ৰাণৰক্ষা পৰিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ!

শুকুৰবাৰে নিশা অজয়ৰ খুৰাকে চতুৰ্থ মহলাত উপস্থিত হৈ চিপ লৈ ফেনত ওলমি থকা অৱস্থাত অজয়ৰ অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰে। অজয়ৰ দুখন হাত পিছফালৰ পৰা বান্ধি থোৱাৰ লগতে চকুতো বগা কাপোৰেৰে পটি লগোৱা আছিল। খুৰাকে অজয়ৰ মৃতদেহ প্ৰত্যক্ষ কৰি চুবুৰীক এই বিষয়ে অৱগত কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে উপস্থিত হয় তদন্ত আৰম্ভ কৰি ঘটনাস্থলীৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ কৰা নাই যদিও প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত অজয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ অৱশ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলিও প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammurdersuicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
Next Post
যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

ক’লা যাদুৰে ইমৰাণ খানৰ চৰকাৰক পতনৰ পৰা ৰক্ষা কৰিব পত্নী বুশ্ৰা বিবিয়ে! কিন্তু কেনেকৈ?

ক’লা যাদুৰে ইমৰাণ খানৰ চৰকাৰক পতনৰ পৰা ৰক্ষা কৰিব পত্নী বুশ্ৰা বিবিয়ে! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.