• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

4 years ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

27 minutes ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

51 minutes ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

3 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

19 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

19 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

20 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

20 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

21 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

21 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

22 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

23 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

editor by editor
March 29, 2022
in অপৰাধ, ভাৰত
0
যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী শিক্ষকে দুই বন্ধুসহ এগৰাকী যুৱতীক দীৰ্ঘদিন ধৰ্ষণ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে৷

ঘটনাটো ৰাজস্থানৰ৷ সমস্ত ঘটনাটো ভুক্তভোগী যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত ভিডিঅ’ যোগেদি প্ৰকাশ কৰিছে৷ যুৱতীগৰাকীয়ে লগতে অভিযোগ কৰিছে যে শিক্ষকজনৰ ওপৰৰ মহলত বিশেষ প্ৰভাৱ থকাৰ বাবেই আৰক্ষীক গোচৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷

বৰং এতিয়াও অভিযুক্তসকলে মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি আছে৷ যুৱতীগৰাকীয়ে ভিডিঅ’টোৰ যোগেদি মুখ্যমন্ত্ৰী অশোক গেহলটক ন্যায় প্ৰদানৰ বাবেও আহ্বান জনাইছে৷

লগতে পঢ়ক কেন্দ্ৰৰ মতে হিন্দুসকলেও দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?

যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে ভাতৃৰ বিদ্যালয়ৰ মাচুল সংক্ৰান্তীয় কামত গোবিন্দ নামৰ শিক্ষকজনে তেওঁৰ ফোন নম্বৰ লাভ কৰে৷ ইয়াৰ পিছতে মাচুল সংক্ৰান্তীয় কিছুমান বিষয় নিষ্পত্তি কৰিবলৈ শিক্ষকজনে যুৱতীগৰাকীক বিদ্যালয়লৈ ফোন কৰি মাতে৷

যুৱতীগৰাকীক বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে শিক্ষকজনে তেওঁক এখন হোটেললৈ নি দুই বন্ধুক মাতি আনি তাতে ধৰ্ষণ কৰে৷ তেওঁলোকে ধৰ্ষণ কৰাৰ লগতে ভিডিঅ’ ৰেৰ্কডিঙো কৰে৷ ইয়াৰ পিছৰ পৰাই শিক্ষকজনে যুৱতীগৰাকীক ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকিৰে ব্লেকমেইল কৰিবলৈ ধৰে৷ আনকি শিক্ষককজনে যুৱতীগৰাকীৰ পৰা ২০ লাখ টকাও দাবী কৰে৷

লগতে পঢ়ক জঘন্য! ৬৫ বছৰীয়া পুৰোহিতৰ ১৫ বছৰীয়া বিকলাংগ কিশোৰীক ৩ মাহ ধৰি ধৰ্ষণ

এই সমস্ত ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে যোৱা ১৪ ফেব্ৰুৱাৰিত আৰক্ষী থানাত অভিযোগ দাখিল কৰে যদিও প্ৰভাৱশালী ব্যক্তি হোৱাৰ বাবে শিক্ষকজনৰ লগতে অন্য দুই বন্ধুৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে৷

আনকি যোৱা ২২ মাৰ্চত যুৱতীগৰাকীয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গৈ পুনৰ অভিযোগ দাখিল কৰে৷ ইয়াৰ পিছতো আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ কৰিছে যুৱতীগৰাকীয়ে৷

আৰক্ষীয়ে কোনো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই অৱশেষত মুখ্যমন্ত্ৰী অশোক গেহলটৰ দৃষ্টিগোচৰ কৰিবলৈ যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত এক ভিডিঅ’ আপলোড কৰে, য’ত তেওঁ সমস্ত ঘটনাটো বিৱৰি কোৱাৰ লগতে অভিযুক্তসকলক উচিত শাস্তি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrajasthan rape caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…
অপৰাধ

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

September 24, 2026
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
Next Post
ক’লা যাদুৰে ইমৰাণ খানৰ চৰকাৰক পতনৰ পৰা ৰক্ষা কৰিব পত্নী বুশ্ৰা বিবিয়ে! কিন্তু কেনেকৈ?

ক’লা যাদুৰে ইমৰাণ খানৰ চৰকাৰক পতনৰ পৰা ৰক্ষা কৰিব পত্নী বুশ্ৰা বিবিয়ে! কিন্তু কেনেকৈ?

বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে

বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.