• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে

বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে

4 years ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

32 minutes ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

1 hour ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

2 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

3 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

20 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

20 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

20 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

21 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

22 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

22 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

23 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে

editor by editor
March 29, 2022
in বাণিজ্য, ভাৰত
0
বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱ নেশ্যনেল বেংকৰ ১৩,০০০ কোটি টকা প্ৰৱঞ্চনাৰে সৰকাই দেশ ত্যাগ কৰিছিল নীৰৱ মোদী আৰু মেহুল চোক্সীয়ে৷ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ পৰা ৯০০০ কোটি টকা ঋণ লৈ দেশৰ পৰা উধাও হৈছিল উদ্যোগপতি বিজয় মালিয়া৷ নৰেন্দ্ৰ মোদীৰ শাসনকালতে নীৰৱ মোদী আৰু বিজয় মালিয়াই দেশৰ পৰা পলায়ন কৰিছিল৷

এই বেংক জালিয়াতিৰ পৰাই দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসূহ এতিয়াও মূৰ দাঙি উঠিব পৰা নাই৷ ৰিজাৰ্ভ বেংকৰ শেহতীয়া এক প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷

ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্যৰ মতে যোৱা ৭টা বছৰে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাই আহিছে৷

লগতে পঢ়ক যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

আৰবিআইৰ তথ্যৰ মতে ২০১৫ চনৰ ১ এপ্ৰিলৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ৰাষ্ট্ৰীয়কৃত বেংকসমূহে মুঠ আঢ়ৈ লাখ কোটি টকাৰ প্ৰৱঞ্চনাৰ চিকাৰ হৈছে৷ এনে ঘটনা মহাৰাষ্ট্ৰতে সৰ্বাধিক সংঘটিত হ’লেও দিল্লী, তেলেংগানা আৰু তামিলনাডুৱেও ইয়াৰ চিকাৰ হৈছে৷ প্ৰকাশিত তথ্যৰ মতে কেৱল এই পাঁচ ৰাজ্যতে ৮৩% শতাংশ অৰ্থাৎ ২ লাখ কোটি টকাৰ বেংক প্ৰতাৰণাজনিত ঘটনা সংঘটিত হৈছে৷

আনহাতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে দাবী কৰিছে যে যোৱা দুবছৰৰ পৰা দেশত বেংক প্ৰতাৰণাৰ ঘটনা কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে৷ ইয়াৰ পৰা এইটো প্ৰমাণ হৈছে যে দেশত বেংক জালিয়াতি কেন্দ্ৰীয় চৰকাৰে এতিয়াও ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷

লগতে পঢ়ক হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

প্ৰতিবেদনৰ মতে মহামাৰীৰ সময়ছোৱাত উদ্যোগ ক্ষেত্ৰত অব্যাহত থকা মন্দাৱস্থাৰ বাবে উদ্যোগসমূহে বেংকৰ ঋণ পৰিশোধ কৰিবলৈ অপৰাগ হৈছে৷ ইয়াৰ বাবেই বেংকসমূহৰ দৈনিক ঘাটিৰ পৰিমাণ বৃদ্ধি হৈছে৷

আৰবিআইৰ প্ৰতিবেদনখনে বেংক প্ৰতাৰণাৰ ঘটনাবোৰ মুঠ আঠটা ভাগত বিভক্ত কৰিছে৷ সেইসমূহ হৈছে ক্ৰমে— তহবিল অপব্যৱহাৰ আৰু অপৰাধমূলক বিশ্বাস ভংগ, জাল নথিপত্ৰৰ মাধ্যমেৰে জালিয়াতি, কাৰছাজিমূলক হিচাপ অৰ্থাৎ কাল্পনিক হিচাপেৰে বেইআইনীভাৱে সম্পত্তি ৰূপান্তৰ, নিয়ম ভংগ কৰি ঋণ লাভ, অৱহেলা আৰু নগদ ঘাটি, বেংক জালিয়াতি, বিদেশী মুদ্ৰাৰ লেনদেনত অনিয়ম আৰু বিভিন্ন ধৰণৰ প্ৰতাৰণা৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbanking fraudbest news channel in assamBest news channel of assamBest News Portal in Assamrbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…
অপৰাধ

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

September 24, 2026
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
Next Post
গাৰ নোম শিয়ঁৰি উঠা দৃশ্য! চলন্ত ৰে’লত বাগৰি পৰি মৃত্যু কনিষ্টবলৰ, চাওক ভিডিঅ’

গাৰ নোম শিয়ঁৰি উঠা দৃশ্য! চলন্ত ৰে’লত বাগৰি পৰি মৃত্যু কনিষ্টবলৰ, চাওক ভিডিঅ’

ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?

ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.