• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?

ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?

4 years ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

31 minutes ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

1 hour ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

2 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

3 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

19 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

20 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

20 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

21 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

22 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

22 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

23 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?

editor by editor
March 29, 2022
in বিশ্ব, ৰাজনীতি
0
ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ যৱনিকা পৰিব নেকি? মংগলবাৰৰ দিনটোত এই আশাই দেখা দিছে৷

ইষ্টানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ মধ্যস্থতাকাৰীৰ মাজত সম্পন্ন হোৱা বৈঠকত এক দুয়ো দেশে এক বুজাপৰালৈ আহিছে বুলি প্ৰকাশ পাইছে৷

ইউক্ৰেইনৰ মধ্যস্থতাকাৰী ডেভিড আৰ্খেমিয়াই কয় যে দুয়োপক্ষৰ মাজত এক ‘অৰ্থপূৰ্ণ’ বৈঠক অনুষ্ঠিত হোৱাৰ লগতে দুই দেশৰ ৰাষ্ট্ৰপতি ভ্লামিদিৰ পুটিন আৰু ভ’ল’দিমিৰ জেলেনস্কিৰ মাজতো প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত কৰাৰ বাবে এক বিশেষ চৰ্তসাপেক্ষ আলোচনাও হৈ যায়৷

লগতে পঢ়ক বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে

‘‘নাটো ৫ নং অনুচ্ছেদৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিতিৰ বাবে দেশসমূহে বিশেষ ভূমিকাও গ্ৰহণ কৰিব পাৰিব৷’’ ইউক্ৰেইনৰ মধ্যস্থতাকাৰী গৰাকীয়ে কয়৷

ইফালে তুৰস্কত মুখামুখি বৈঠকৰ পিছত ৰাছিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী আলেকজেণ্ডাৰ ফ’মিনে কয় যে ‘‘ইউক্ৰেইনৰ নিৰপেক্ষতা আৰু অ-পাৰমাণৱিক স্থিতিৰ ওপৰত আলোচনাও এক কাৰ্যকৰী দিশলৈ আগবাঢ়িছে৷’’

লগতে পঢ়ক ক’লা যাদুৰে ইমৰাণ খানৰ চৰকাৰক পতনৰ পৰা ৰক্ষা কৰিব পত্নী বুশ্ৰা বিবিয়ে! কিন্তু কেনেকৈ?

সেয়েহে কিয়েভ আৰু চেৰ্নিগিভ চহৰসমূহত ৰাছিয়াই সামৰিক কাৰ্যকলাপ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰাছিয়া উপ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়।

আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এয়া যুদ্ধ অৱসান ঘটাৰ আশাৰ ৰেঙণি বুলি আশা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ

পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.