• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জঘন্য! ৬৫ বছৰীয়া পুৰোহিতৰ ১৫ বছৰীয়া বিকলাংগ কিশোৰীক ৩ মাহ ধৰি ধৰ্ষণ

জঘন্য! ৬৫ বছৰীয়া পুৰোহিতৰ ১৫ বছৰীয়া বিকলাংগ কিশোৰীক ৩ মাহ ধৰি ধৰ্ষণ

5 years ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

12 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

30 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

47 minutes ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

1 hour ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

2 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

2 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

3 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

4 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জঘন্য! ৬৫ বছৰীয়া পুৰোহিতৰ ১৫ বছৰীয়া বিকলাংগ কিশোৰীক ৩ মাহ ধৰি ধৰ্ষণ

editor by editor
March 29, 2022
in অপৰাধ, ভাৰত
0
জঘন্য! ৬৫ বছৰীয়া পুৰোহিতৰ ১৫ বছৰীয়া বিকলাংগ কিশোৰীক ৩ মাহ ধৰি ধৰ্ষণ
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ পুৰোহিতৰ কিশোৰীৰ ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী ১৫ বছৰীয়া বিকলাংগ কিশোৰীক এজন ৬৫ বছৰীয়া পুৰোহিতে ৩ মাহ ধৰি ধৰ্ষণ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

ঘটনাটো পঞ্জাৱৰ লুধিয়ানাৰ মাচিৱাৰাৰ নুৰপুৰ গুৰুদ্ধাৰৰ৷ ঘটনাৰ বিৱৰণীৰ মতে চুহান সিং ওৰফে চুহানী নামৰ ৬৫ বছৰীয়া পুৰোহিতজনে মানসিকভাৱে অসুস্থ কিশোৰীগৰাকীক প্ৰায় ৩ মাহ ধৰি উপৰ্যপুৰি ধৰ্ষণ কৰি আহিছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে পুৰোহিতজনে কিশোৰীগৰাকীক কেৱল ধৰ্ষণ কৰাই নহয়, গৰ্ভধাৰণৰ পৰা ৰক্ষা পৰিবলৈ কিশোৰীগৰাকীক গৰ্ভনিৰোধক ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাই আহিছিল৷

লগতে পঢ়ক  পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

ইতিমধ্যে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত অভিযুক্ত পুৰোহিতগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

ইফালে উত্তৰ প্ৰদেশতো এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ ভাদোহী জিলাৰ কৈৰাউনা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এক সম্পৰ্কীয় ভাতৃয়ে এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে৷

লগতে পঢ়ক কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা শুকুৰবাৰে কিশোৰীগৰাকীৰ মাতৃয়ে নিশা চুবুৰীয়াৰ ঘৰৰ পৰা গাখীৰ আনিবলৈ যোৱাৰ সময়তে সম্পৰ্কীয় ভাতৃ প্ৰদীপ কুমাৰে(২৫) কিশোৰীগৰাকীক ঘৰৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰৰ এটা কুটীৰলৈ নি ধৰ্ষণ কৰে৷

যুৱকজনে কিশোৰীগৰাকীক ধৰ্ষণ কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে৷ আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTeenager rapeteenager rape by priest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
Next Post
কেন্দ্ৰৰ মতে হিন্দুসকলেও দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?

কেন্দ্ৰৰ মতে হিন্দুসকলেও দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?

হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.