• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাৎ যদি আপোনাৰ ফোন হেক হয় তেতিয়া কি কৰিব? জানি থওক সবিশেষ

হঠাৎ যদি আপোনাৰ ফোন হেক হয় তেতিয়া কি কৰিব? জানি থওক সবিশেষ

2 years ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

25 minutes ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

1 hour ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

2 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

4 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

13 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

13 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

14 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

14 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

15 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হঠাৎ যদি আপোনাৰ ফোন হেক হয় তেতিয়া কি কৰিব? জানি থওক সবিশেষ

হঠাৎ যদি আপোনাৰ ফোন হেক হয় তেতিয়া কি কৰিব? জানি থওক সবিশেষ

editor by editor
December 15, 2024
in প্ৰযুক্তি, বিবিধ, লেখা
0
হঠাৎ যদি আপোনাৰ ফোন হেক হয় তেতিয়া কি কৰিব? জানি থওক সবিশেষ
0
SHARES
475
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাৎ যদি আপোনাৰ ফোনলৈ অদ্ভুত মেছেজ আহে, ‘আপোনাৰ ফোনত ছিকিউৰিটিৰ সমস্যা হৈছে আপুনি এই লিংকত ক্লিক কৰি সবিশেষ জানক’ তেতিয়া নিশ্চয় আপুনিও কিছু চিন্তাত পৰে৷ তাৰপাছতেই ভাৱে যে নতুন আপডেট কৰিলেই ঠিক হৈ যাব৷ তাৰপিছতেই বিশেষ লিংকত ক্লিক কৰি পেলাই৷

এই ক্লিকতেই আৰম্ভ বিপত্তিৰ৷ মুহূৰ্তৰ ভিতৰতেই ফোনৰ স্ক্ৰীণ ব্লেক হৈ যায় তাৰপিছতেই আপুনি আপোনাৰ ফোনত একোৱেই টাচ্চ কৰিব নোৱাৰা হয়৷ ফোনৰ কোনো এপ্লিকেছনেই খুলিব নোৱাৰে৷ এনে লক্ষণে দেখা দিলেই বুজিব যে এয়া আপোনাৰ ফোন হেক হোৱাৰ সংকেত৷ আপোনাৰ ফোনত কোনোৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ লৈ পেলইছে৷ তেতিয়া কৰি কৰিব আপুনি?

১. ফোনৰ ইণ্টাৰনেট আৰু ব্লুটুথ অফ কৰকঃ এনে পৰিস্থিতিৰ সন্মুখীন হ’লে ডাটা আৰু ব্লুটুথ বন্ধ কৰি দিব৷ এয়া খুব গুৰুত্বপূৰ্ণ৷ কাৰণ হেকাৰে যদি ফোনৰ মাধ্যমেৰে আমাৰ তথ্য চুৰি কৰিব খোজে তেনে নেটৱৰ্কৰ মাধ্যমেৰেই আপুনি আপোনাৰ এক্সেছ বন্ধ কৰিব লাগিব৷

২. বেকআপ লৈ লওকঃ ফোনৰ সমস্ত গুৰুত্বপূৰ্ণ তথ্য ক্লাউডলৈ বেকআপ কৰিব৷ ফোন হেক হ’লেও তথ্য আপোনাৰ হাতত থাকি যাব৷ সমস্ত ফটো, মেছেজ আৰু কন্টেক্ট বেকআপ লওক৷

৩. পাছৱৰ্ড সলাওকঃ যিমান সোনকালে সম্ভৱ ছচিয়েল মিডিয়া একাউণ্টৰ পাছৱৰ্ড সলনি কৰক৷ ইমেইল, ফেছবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোৰে পাছৱৰ্ড সলাওক৷ যিহেতু হেকাৰে এতিয়া ফোনৰ ওপৰত নিয়ন্ত্ৰণ পাইছে সেয়ে তেওঁলোকৰ দ্বাৰা একাউণ্টসমূহৰ নিৰাপত্তা বিপদত পৰিব পাৰে৷

৪. বেংক একাউণ্ট চেক কৰকঃ এয়া সকলোতকৈ গুৰুত্বপূৰ্ণ৷ কিবা অস্বাভাৱিক লেনদেন হৈছিল নেকি সেয়া পৰীক্ষা কৰক৷

৫. প্ৰয়োজনত আৰক্ষীৰ সহায় লওকঃ যদি আপোনাৰ ফোনত অদ্ভুত কোনো কাৰ্যকলাপ দেখা পায় তেনে একাউণ্ট হেক হোৱাৰ লক্ষণ৷ এনে পৰিস্থিতিৰ সন্মুখীন হ’লে আৰক্ষীৰ সৈতে যোগাযোগ কৰা উচিত৷ তেওঁলোকে তদন্তত সহায় কৰিব৷

৬. ফোনটো ৰিচেট কৰকঃ সৰ্বশেষত ফোনটোৰ ফেক্টৰি ৰিচেট কৰক৷ যদিও ইয়াত আপোনাৰ তথ্য ডিলিট হ’ব তথাপিও ফোন হেকাৰে আপোনাৰ ফোনটোৰ বিশেষ তথ্য ল’ব নোৱাৰিব৷

ডিজিটেল যুগ৷ আমি ডিজিটেল নিৰাপত্তাক লৈ আৰু সচেতন হ’ব লাগিব৷ প্ৰযুক্তিৰ দুনীয়াত এনে হেকিং ঘটিব পাৰে৷ কিন্তু সচেতনতা আৰু দ্ৰুত পদক্ষেপ লৈ পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
Next Post
তৃতীয় টেষ্টত বুমৰাহৰ অনন্য ৰেকৰ্ড, কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ সৈতে একে তালিকাত

তৃতীয় টেষ্টত বুমৰাহৰ অনন্য ৰেকৰ্ড, কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ সৈতে একে তালিকাত

আজি বছৰটোৰ দীৰ্ঘতম পূৰ্ণিমা, লগতে ১৯ বছৰৰ পাছত বিৰল মহাজাগতিক আশ্চৰ্য্য

আজি বছৰটোৰ দীৰ্ঘতম পূৰ্ণিমা, লগতে ১৯ বছৰৰ পাছত বিৰল মহাজাগতিক আশ্চৰ্য্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.