• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি গ’ল নিৰ্দেশনা, ১৬ বছৰৰ তলৰ শিশুৱে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট

আহি গ’ল নিৰ্দেশনা, ১৬ বছৰৰ তলৰ শিশুৱে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট

8 months ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 minutes ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

54 minutes ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

2 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

2 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

3 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

4 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

12 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

13 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

14 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

15 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

16 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আহি গ’ল নিৰ্দেশনা, ১৬ বছৰৰ তলৰ শিশুৱে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট

editor by editor
July 31, 2025
in বাণিজ্য, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আহি গ’ল নিৰ্দেশনা, ১৬ বছৰৰ তলৰ শিশুৱে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট
0
SHARES
434
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি গ’ল নিৰ্দেশনা, ১৬ বছৰৰ তলৰ শিশুৱে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট

আজিৰ দিনত সামাজিক মাধ্যমত ব্যৱহাৰ কৰা লোকৰ সীমা-সংখ্যা নাই। কণ কণ শিশুৰ পৰা বুঢ়া লৈকে প্ৰায় সকলো আসক্ত সামাজিক মাধ্যমৰ প্ৰতি। ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউবৰ দৰে প্লেটফৰ্ম যুৱক-যুৱতী আৰু শিশুৰ মাজত যথেষ্ট জনপ্ৰিয়।

পাছে এই সামাজিক মাধ্যমে এতিয়া কিছু কিছু ক্ষেত্ৰত বেয়াৰ ফালে ঢাল খাইছে। যাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে আনিছে বিশেষ নিৰ্দেশনা, ১৬ বছৰৰ তলৰ শিশুৰ বাবে ইউটিউব একাউণ্ট খোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ইয়াকো সদৰি কৰিছে যে, চলিত বৰ্ষৰে ডিচেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰা হ’ব এই নিৰ্দেশনা।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াত ইতিমধ্যে টিকটক, স্নেপচ্যাট, ইনষ্টাগ্ৰাম, ফেচবুক আৰু এক্স (টুইটাৰ)ৰ দৰে সামাজিক মাধ্যম নিষিদ্ধ হৈ আছে। এতিয়া ই-সুৰক্ষা আয়ুক্তৰ পৰামৰ্শ অনুসৰি ইউটিউবৰ ক্ষেত্ৰতো অনা হৈছে বহু নিয়ম।

বিষয়াসকলে যুক্তি আগবঢ়ায় যে ইউটিউব মূলতঃ ভিডিঅ’ প্লেটফৰ্ম হোৱাৰ পিছতো পৰম্পৰাগত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ দৰে একে ক্ষতিকাৰক বিষয়বস্তু প্ৰচাৰৰ লগতে কেতিয়াবা বিপদৰো সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে প্ৰকাশিত প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ডিজিটেল যুগত শিশুৰ সুৰক্ষা আৰু মানসিক স্বাস্থ্যক চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি জোৰ দিয়ে।

নিৰ্দেশনা অনুসৰি, ১৬ বছৰৰ তলৰ শিশুৱে ইউটিউবত একাউণ্ট খুলিব নোৱাৰিলেও একাউণ্ট অবিহনেও ভিডিঅ’ চাব পাৰিব, কিন্তু ভিডিঅ’বোৰত কোনোধৰণৰ মন্তব্য দিব নোৱাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: australiasocial mediaYou tube
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 19, 2026
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য
জীৱনশৈলী

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

March 19, 2026
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Next Post
আগষ্টৰ আৰম্ভণিতে শনি-মংগলৰ শক্তিশালী সংযোগ, ৫ ৰাশিৰ ধনপতি হোৱাৰ সুযোগ

আগষ্টৰ আৰম্ভণিতে শনি-মংগলৰ শক্তিশালী সংযোগ, ৫ ৰাশিৰ ধনপতি হোৱাৰ সুযোগ

আগষ্টত ভাগ্য চমকাব ৰাজ ৰাজেশ্বৰ যোগে, ৰাজসুখ পাব কোন কোন ৰাশিৰ জাতকে?

আগষ্টত ভাগ্য চমকাব ৰাজ ৰাজেশ্বৰ যোগে, ৰাজসুখ পাব কোন কোন ৰাশিৰ জাতকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.