• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টত ভাগ্য চমকাব ৰাজ ৰাজেশ্বৰ যোগে, ৰাজসুখ পাব কোন কোন ৰাশিৰ জাতকে?

আগষ্টত ভাগ্য চমকাব ৰাজ ৰাজেশ্বৰ যোগে, ৰাজসুখ পাব কোন কোন ৰাশিৰ জাতকে?

11 months ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

15 minutes ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

1 hour ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

2 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

5 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

5 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

6 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

8 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

8 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

9 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টত ভাগ্য চমকাব ৰাজ ৰাজেশ্বৰ যোগে, ৰাজসুখ পাব কোন কোন ৰাশিৰ জাতকে?

আগষ্টত ভাগ্য চমকাব ৰাজ ৰাজেশ্বৰ যোগে, ৰাজসুখ পাব কোন কোন ৰাশিৰ জাতকে?

editor by editor
August 2, 2025
in জীৱনশৈলী, লেখা
0
আগষ্টত ভাগ্য চমকাব ৰাজ ৰাজেশ্বৰ যোগে, ৰাজসুখ পাব কোন কোন ৰাশিৰ জাতকে?
0
SHARES
535
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহত একাধিক ডাঙৰ গ্ৰহই অৱস্থান পৰিবৰ্তন কৰিব। ৯ আগষ্টত কৰ্কট ৰাশিত উদয় হব বুধ। ইয়াৰপাছতেই ১১ আগষ্টত বুধ বক্ৰী চলনেৰে মাৰ্গী হব। আগন্তুক ১৭ আগষ্টত কৰ্কট ৰাশি এৰি কন্যা ৰাশিলৈ যাব সূৰ্য। তাৰপিছতেই ২১ আগষ্টত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। মাহৰ শেষত ৩০ আগষ্টত সিংহ ৰাশিত গোচৰ কৰিব বুধে। এই মাহত স্বৰাশি সিংহত গোচৰ কৰি ৰাজ ৰাজেশ্বৰ যোগ গঠন কৰিব সূৰ্যই। ইয়াৰোপৰি আগষ্টত থাকিব বুধাদিত্য ৰাজযোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱ। জানি থওক আগষ্ট ২০২৫ত কোন কোন ৰাশিৰ শুভ সময় আহিব?

মেষ ৰাশি

কৰ্মক্ষেত্ৰত সাফল্য লাভৰ যোগ আছে।

সময়ৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব।

ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব।

স্বাস্থ্য ভালে থাকিব, মানসিকভাৱেও সুস্থ থাকিব।

কাকো অন্ধভাৱে বিশ্বাস নকৰিব।

বৃষ ৰাশি

পূৰ্বে বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব।

নিজৰ লক্ষ্যত উপনীত হবলৈ অতিৰিক্ত পৰিশ্ৰম কৰিব।

মাহৰ দ্বিতীয় সপ্তাহত সামাজিক যোগাযোগ গঢ়ি উঠিব।

এই যোগাযোগ আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক প্ৰমাণিত হব।

খং নিয়ন্ত্ৰণত ৰাখক, অত্যধিক অহংকাৰ নকৰিব।

মিথুন ৰাশি

পুৰণি কাম চেষ্টা কৰিও সম্পূৰ্ণ কৰিব নোৱাৰিব।

পাৰ্টনাৰৰ সৈতে বুজাপৰাৰ অভাৱে দেখা দিব।

কাকো বেছি ইয়াৰ্কি-ঠাট্টা নকৰিব।

১৫ তাৰিখৰ পাছত অৱস্থাৰ উন্নতি হব।

পিতৃৰ স্বাস্থ্যক লৈ উদ্বেগ বাঢ়িব।

কৰ্কট ৰাশি

সমগ্ৰ মাহজুৰি আপোনাৰ ব্যস্ততা থাকিব।

মাহৰ শেষত কোনো খেলিমেলিত সোমাই পৰিব পাৰে।

লোভৰ বশত কোনো সিদ্ধান্ত নলব।

সম্পত্তি সংক্ৰান্তিয় সমস্যা দূৰ কৰিবলৈ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক।

ক্লান্তি আৰু দুৰ্বলতাই আপোনাক গ্ৰাস কৰিব।

সিংহ ৰাশি

নিজৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব।

ৰৈ থকা ধন লাভ কৰিব পাৰে।

আইনী পথেৰে আগুৱাই নগৈ আলোচনা কৰি সমস্যা দূৰ কৰাৰ চেষ্টা কৰক।

বন্ধুৰ সৈতে ভুল বুজাবুজি হব পাৰে।

উপাৰ্জনৰ নতুন পথ খুলিব।

কন্যা ৰাশি

মাহৰ আৰম্ভণিতে শত্ৰুক লৈ সতৰ্ক হৈ থাকক।

নিজৰ জ্ঞান আৰু অভিজ্ঞতাক কামত লগাই কঠিন সময়ৰ মোকাবিলা কৰক।

মাহৰ মাজভাগত পৰিশ্ৰম বাঢ়িব।

সঠিক পৰিকল্পনা মানি কাম কৰিলে সফলতা আহিব।

মকৰ ৰাশি

মাহৰ আৰম্ভণিতে আৰ্থিক উন্নতিৰ যোগ আছে।

খৰধৰকৈ কোনো সিদ্ধান্ত নলব।

বিৰোধীয়ে আপোনাক সৰু কৰাৰ চেষ্টা কৰিব।

বুদ্ধিৰে তেওঁলোকক পৰাস্ত কৰক।

অন্যৰ বিষয়ত অত্যধিক মূৰ নঘমাব।

কুম্ভ ৰাশি

কেৰিয়াৰত সাফল্য আহিব।

অফিচত পদোন্নতিৰ যোগ আছে।

কামৰ চাপ বাঢ়িব।

শাৰীৰিক আৰু মানসিকভাৱে ক্লান্তিয়ে গ্ৰাস কৰিব।

পাৰ্টনাৰক সকলো বিষয়ত কাষত পাব।

মীন ৰাশি

এটাৰ পাছত আনটো চেলেঞ্জৰ মুখামুখি হব।

পৰিকল্পিত কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বাধা আহিব।

শত্ৰুৰ বিষয়ে সাবধানে থাকক।

মাহৰ মাজভাগৰ পৰা অৱস্থাৰ উন্নতি হব।

তুলা ৰাশি

মাহৰ আৰম্ভণিতে সহকৰ্মীসকলৰ সৈতে অশান্তি হব পাৰে।

ধৈৰ্য্য নেহেৰুৱাব।

অন্যৰ কথাত প্ৰভাৱিত হৈ ডাঙৰ সিদ্ধান্ত নলব।

শান্তভাৱে দাম্পত্য জীৱনৰ অশান্তি দূৰ কৰাৰ চেষ্টা কৰক।

মাহৰ শেষত মনৰ সংশয় দূৰ হব।

বৃশ্চিক ৰাশি

বিদেশত কৰ্মৰতসকলৰ ডাঙৰ সাফল্য লাভৰ যোগ আছে।

সংসাৰত বিলাসিতাৰ দ্ৰব্য কিনিবলৈ গৈ খৰচ বাঢ়িব।

এই মাহত নতুন মাটি, ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে।

সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভালে ৰাখক।

নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব।

ধনু ৰাশি

অফিচত প্ৰমোছন লাভৰ যোগ আছে।

ৰৈ থকা ধন উভতাই পাব পাৰে।

কোনো জৰুৰী কাম সম্পূৰ্ণ কৰিব পাৰে।

নিজৰ ভাৱমূৰ্তিক লৈ সচেতন থাকক।

মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হওক।

পাৰিবাৰিক সম্পৰ্কত মাধুৰ্যতা থাকিব।

পাৰ্টনাৰৰ সৈতে সম্পৰ্কৰ উন্নতি হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প
বাণিজ্য

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

July 7, 2026
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?
বিনোদন

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

July 7, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

July 7, 2026
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!
জীৱনশৈলী

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

July 7, 2026
Next Post
পোষ্ট অফিচৰ নিয়মত ডাঙৰ সালসলনি, ১ ছেপ্টেম্বৰৰ পৰা আমূল পৰিবৰ্তন হৈছে এই পৰিসেৱাত

পোষ্ট অফিচৰ নিয়মত ডাঙৰ সালসলনি, ১ ছেপ্টেম্বৰৰ পৰা আমূল পৰিবৰ্তন হৈছে এই পৰিসেৱাত

আগষ্টতেই শক্তিশালী শনি-মঙল যোগ, কোটিপতি হোৱাৰ সুযোগ আহিছে ৫ৰাশিৰ সন্মুখত

আগষ্টতেই শক্তিশালী শনি-মঙল যোগ, কোটিপতি হোৱাৰ সুযোগ আহিছে ৫ৰাশিৰ সন্মুখত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.