• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ জয় হলেও প্ৰদৰ্শন বেয়া হোৱা বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা এইগৰাকী খেলুৱৈৰ

জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ জয় হলেও প্ৰদৰ্শন বেয়া হোৱা বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা এইগৰাকী খেলুৱৈৰ

2 years ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

3 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

4 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

4 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

4 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

5 hours ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

6 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

7 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

7 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

8 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

8 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

9 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ জয় হলেও প্ৰদৰ্শন বেয়া হোৱা বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা এইগৰাকী খেলুৱৈৰ

editor by editor
July 8, 2024
in Uncategorized
0
জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ জয় হলেও প্ৰদৰ্শন বেয়া হোৱা বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা এইগৰাকী খেলুৱৈৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ জয় হলেও প্ৰদৰ্শন বেয়া হোৱা বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা এইগৰাকী খেলুৱৈৰ

প্ৰথম খেলত পৰাজয়ৰ পোতক তুলি ১০০ ৰানৰ বৃহৎ ব্যৱধানত জিম্বাবুৱেক পৰাস্ত কৰিলে ভাৰতে। কিন্তু তাৰ পাছতো ভাৰতীয় দলৰ এগৰাকী খেলুৱৈ বাহিৰ হোৱাৰ সম্ভাৱনা। প্ৰদৰ্শন একেবাৰে বেয়া হোৱা বাবে দলৰ পৰা বাহিব হব পাৰে খেলুৱৈ গৰাকী।

টিম ইণ্ডিয়া বৰ্তমান জিম্বাবুৱে ভ্ৰমণত আছে, য’ত ভাৰত আৰু জিম্বাবুৱেৰ মাজত ৫খন খেলৰ টি-২০ শৃংখলা অনুষ্ঠিত হৈছে। এতিয়ালৈকে শৃংখলাৰ ২ খন মেচ খেলা হৈছে। ইয়াৰে এখনত ভাৰত আৰু এখনত জিম্বাবুৱেই জয়লাভ কৰিছে।

প্ৰথমখন মেচত টিম ইণ্ডিয়াৰ বেটিং অতি দুৰ্বল আছিল যদিও দ্বিতীয়খন মেচত ভাৰতীয় বেটছমেনৰ পৰা দেখা গ’ল ধুমুহা। অহা ১০ জুলাইত অনুষ্ঠিত হ’ব এই শৃংখলাৰ তৃতীয়খন মেচ। এই মেচত টিম ইণ্ডিয়াৰ প্লেইং ইলেভেনত পৰিৱৰ্তন দেখা যাব পাৰে।

https://x.com/CricCrazyJohns/status/1809960520172367885

শৃংখলাৰ প্ৰথমখন মেচত উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে টিম ইণ্ডিয়াৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেক ঘটায়। অৱশ্যে প্ৰথমখন মেচতে জুৰেলে ফ্লপ কৰে। ইয়াৰ বাহিৰেও দ্বিতীয়খন মেচত ধ্ৰুৱে বেটিং কৰাৰ সুযোগ নাপালে। এতিয়া তৃতীয়খন মেচৰ পূৰ্বে দ্বিতীয় উইকেটকীপাৰ বেটছমেন সঞ্জু চেমছনে হাৰাৰেত টিম ইণ্ডিয়াত যোগদান কৰিছে।

সঞ্জুক টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে দলত নিৰ্বাচিত হৈছিল। যদিও তেওঁ প্ৰতিযোগিতাখনত এখনো মেচ খেলিবলৈ নাপালে, এতিয়া তৃতীয়খন মেচত জুৰেলৰ ঠাইত সঞ্জু প্লেইং এলেভেনত অন্তৰ্ভুক্ত হ’ব পাৰে। আইপিএল ২০২৪ত সঞ্জুৰ প্ৰদৰ্শন ধ্ৰুৱ জুৰেলৰ তুলনাত বহু ভাল। যাৰ বাবেই সঞ্জুক টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

https://x.com/BCCI/status/1809957371319631886

ভাৰত আৰু জিম্বাবুৱেৰ মাজত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন মেচ ৭ জুলাইত অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়াই ১০০ ৰানত জয়লাভ কৰি  শৃংখলাত সমতা স্থাপন কৰে। এইখন আছিল অভিষেক শৰ্মাৰ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ আৰু দ্বিতীয়খন মেচত অভিষেকে দ্ৰুত শতক অৰ্জন কৰে।

অভিষেকে মাত্ৰ ৪৭টা বলত এই শতক অৰ্জন কৰে। ইয়াৰ উপৰিও ৰুতুৰাজ গাইকোৱাড আৰু ৰিংকু সিঙেও সুন্দৰ ইনিংছ খেলিছিল। এই মেচখনত প্ৰথম বেটিং কৰি টিম ইণ্ডিয়াই ২০ অভাৰত ২টা উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্ৰহ কৰে। যাৰ প্ৰতিক্ৰিয়া স্বৰূপে জিম্বাবুৱেৰ দলটোক ১৩৪ ৰানত বাণ্ডল আউট কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs zimbabweIndian Cricket TeamIndian PlayerZimbabwe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
শোকাৱহ, দ’ খাৱৈত পৰ্যটকৰ বাহন বাগৰি ২ টি শিশু নিহত, ২৫ আহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

শোকাৱহ, দ' খাৱৈত পৰ্যটকৰ বাহন বাগৰি ২ টি শিশু নিহত, ২৫ আহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…

হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.